• Fri. Oct 23rd, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটীত মুকলি কৰিলে বিশেষ কৰ্কট ৰোগৰ অ’পিডি

এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটীত মুকলি কৰিলে বিশেষ কৰ্কট ৰোগৰ অ’পিডি

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা নৱবাৰ্তা গুৱাহাটী: সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত…

ছিংগাপুৰৰ জি আই আই এছ স্মাৰ্ট কেম্পাছত অধ্যয়নৰ বাবে গুৱাহাটীৰ পাৰ্থিৱ ৰাজ বৰুৱালৈ ১০০% গ্ল’বেল চিটিজেন স্কলাৰশ্বিপ

নৱবার্তা গুৱাহাটীঃ: সমগ্ৰ ভাৰতৰ ব্যতিক্ৰমী যুৱ সাফল্যৰ উদযাপনেৰে নতুন দিল্লীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গ্ল’বেল স্কুলছ গ্ৰুপে (জি এছ জি)তেওঁলোকৰ শেহতীয়া সন্মানীয় গ্ল’বেল চিটিজেন স্কলাৰশ্বিপ (জি চি এছ) প্ৰাপকসকলক সম্বৰ্ধনা…

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নতুন পৰিকল্পনা ঘোষণা কাজিৰঙা বিশ্ববিদ্যালয়ৰজ্ঞানৰ বিকাশ • সুযোগৰ সৃষ্টি • ভৱিষ্যৎ ৰূপান্তৰ

নৱবাৰ্তা গুৱাহাটী::বিশ্বমানৰ শিক্ষা, অত্যাধুনিক গৱেষণা, উদ্যমিতা আৰু উদ্যোগ-সহযোগিতাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নত কৌশলগত জ্ঞান আৰু উদ্ভাৱনৰ অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লক্ষ্যৰে কাজিৰঙা বিশ্ববিদ্যালয়ে আজি এক উচ্চাভিলাষী উন্নয়ন ৰূপৰেখা…

ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন আহ্বানজেটউইংছ বিজনেছ স্কুলত

নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি আৰম্ভনৱবার্তা গুৱাহাটী ঃ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত গুৱাহাটীৰ চেনীকুঠিত থকা জেটউইংছ বিজনেছ স্কুলত নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ…

প্ৰয়াত বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ ‘দুখৰ সুৰৰ বাঁহী’ শীর্ষক অন্তিমটো আধুনিক গীতৰ উন্মোচন

নৱবাৰ্তা গুৱাহাটী: ৰাজ‍্যৰ আগশাৰীৰ এন জি ও ‘দ্য হাৰ্ট’ সহৃদয় গোষ্ঠীৰ গুৱাহাটীৰ হাতীগাওঁস্থিতকাৰ্যালয়ত শুকুৰবাৰে বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ স্মৃতিত বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা সংগীতশিল্পী ডাঃ চন্দন মোদকে কন্ঠ দিয়া…

বন্ধ হৈ গ’ল কামাখ্যাৰ দুৱাৰ ; অম্বুবাচী আৰম্ভ

নৱবাৰ্তা গুৱাহাটী : বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হোৱাৰ…

৫ জুলাইত প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬

নৱবাৰ্তা গুৱাহাটীঃ অসমীয়া চলচ্ছিত্ৰ জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ সন্মান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ প্ৰতিবছৰৰ দৰে এইবাৰো অহা ৫ জুলাইত গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত…

ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তাক অৱমাননাৰ অভিযোগ

নৱবার্তা গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তাক অৱমাননাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ‍্য,ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তা…

গুৱাহাটীত চৰকাৰী অনুমোদিত আৰভিএছএফৰ জৰিয়তে অসমত বাহন স্ক্ৰেপেজ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰিছে চিইআৰঅ’ই

নৱবাৰ্তা গুৱাহাটী : মহিন্দ্ৰা এক্সেলো লিমিটেড আৰু এমএছটিচি লিমিটেড-ৰ যৌথ উদ্যোগ মহিন্দ্ৰা এমএছটিচি ৰিচাইক্লিং প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত তথা ভাৰতৰ প্ৰথমটো সংগঠিত বাহন ৰিচাইক্লিং পদক্ষেপ ‘চিইআৰঅ’’-ই গুৱাহাটীত থকা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত…

২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ

নৱবাৰ্তা গুৱাহাটী: ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে তিনিদিনৰ বাবে বন্ধ হৈ পৰিব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। ২৬…