• Sat. Jul 25th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Month: June 2026

  • Home
  • প্ৰয়াত বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ ‘দুখৰ সুৰৰ বাঁহী’ শীর্ষক অন্তিমটো আধুনিক গীতৰ উন্মোচন

প্ৰয়াত বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ ‘দুখৰ সুৰৰ বাঁহী’ শীর্ষক অন্তিমটো আধুনিক গীতৰ উন্মোচন

নৱবাৰ্তা গুৱাহাটী: ৰাজ‍্যৰ আগশাৰীৰ এন জি ও ‘দ্য হাৰ্ট’ সহৃদয় গোষ্ঠীৰ গুৱাহাটীৰ হাতীগাওঁস্থিতকাৰ্যালয়ত শুকুৰবাৰে বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ স্মৃতিত বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা সংগীতশিল্পী ডাঃ চন্দন মোদকে কন্ঠ দিয়া…

মাৰুতি ছুজুকিৰ সৈতে ২০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ; উত্তৰ-পূব ভাৰতজুৰি আস্থা, গতিশীলতা আৰু বিকাশৰ দুটা দশক উদযাপন

গ্ৰাহকৰ আস্থাৰ ওপৰত গঢ়ি উঠা ২০ বছৰীয়া যাত্ৰাৰ মূল্যায়ন; অঞ্চলজুৰি পৰৱৰ্তী পৰ্যায়ৰ বিকাশৰ লক্ষ্যৰে আগবাঢ়িছে অসমৰ এই গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান ২০ বছৰীয়া বিকাশৰ যাত্ৰাত ১.২ লাখৰো অধিক বাহন বিক্ৰী, ৬.৩…

বন্ধ হৈ গ’ল কামাখ্যাৰ দুৱাৰ ; অম্বুবাচী আৰম্ভ

নৱবাৰ্তা গুৱাহাটী : বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হোৱাৰ…

৫ জুলাইত প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬

নৱবাৰ্তা গুৱাহাটীঃ অসমীয়া চলচ্ছিত্ৰ জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ সন্মান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ প্ৰতিবছৰৰ দৰে এইবাৰো অহা ৫ জুলাইত গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত…

ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তাক অৱমাননাৰ অভিযোগ

নৱবার্তা গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তাক অৱমাননাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ‍্য,ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তা…

সমগ্ৰ বিশ্বজুৰি মুকলি কৰা হ’ল Roblox Kids আৰু Roblox Select একাউণ্টসমূহএতিয়া ভাৰততো উপলব্ধ

শিশুসকল ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ বাবে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব পৰাকৈ এই নতুন বয়স-ভিত্তিক একাউণ্টসমূহ ডিজাইন কৰা হৈছে, যিয়ে অভিভাৱকসকলক অধিক নিৰীক্ষণ ক্ষমতা আৰু নিয়ন্ত্ৰণৰ সুবিধা দিব নৱবাৰ্তা নতুন…

বিহপুৰীয়াত ‘সেৱাব্ৰত বৰুৱা সোঁৱৰণী নাট সমাৰোহ ২০২৬’ সম্পন্ন: ‘সান্নিধ্য’ৰ শিশু শিল্পীৰ “বহুৰূপী জিন্দাবাদ”ৰ অনবদ্য প্ৰদৰ্শন

​নৱবাৰ্তা অসম, অসমৰ নাট্য জগতৰ উজ্জ্বল নক্ষত্ৰ, প্ৰখ্যাত নাট্যকাৰ প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ গৃহ চহৰ বিহপুৰীয়াত তেওঁৰ স্মৃতি ৰক্ষাৰ্থে এক ব্যতিক্ৰমী নাট্য কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈ গৈছে। অঞ্চলটোৰ একাংশ নাট্যৰসিক ব্যক্তিৰ…

গুৱাহাটীত চৰকাৰী অনুমোদিত আৰভিএছএফৰ জৰিয়তে অসমত বাহন স্ক্ৰেপেজ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰিছে চিইআৰঅ’ই

নৱবাৰ্তা গুৱাহাটী : মহিন্দ্ৰা এক্সেলো লিমিটেড আৰু এমএছটিচি লিমিটেড-ৰ যৌথ উদ্যোগ মহিন্দ্ৰা এমএছটিচি ৰিচাইক্লিং প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত তথা ভাৰতৰ প্ৰথমটো সংগঠিত বাহন ৰিচাইক্লিং পদক্ষেপ ‘চিইআৰঅ’’-ই গুৱাহাটীত থকা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত…

২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ

নৱবাৰ্তা গুৱাহাটী: ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে তিনিদিনৰ বাবে বন্ধ হৈ পৰিব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। ২৬…

গুৱাহাটীৰ পৰা এনচিডিইএক্সৰ দেশব্যাপী আৰম্ভ কৰা ‘ ঘৰে ঘৰে বিনিয়োগকাৰী ’ অভিযানৰ শুভাৰম্ভ

~ ‘ভাৰতৰ বাবে ইকুইটি’ লক্ষ্যৰ প্ৰথম পদক্ষেপ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক বাছনি কৰা হৈছে নৱবাৰ্তা গুৱাহাটী: এনচিডিইএক্স লিমিটেডে সমগ্ৰ দেশজুৰি বিনিয়োগ বজাৰত অধিক সহজে প্ৰৱেশ আৰু অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে মঙলবাৰে ‘…