• Sat. Sep 12th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • গড্ৰেচ প্ৰফেচনেলে গুৱাহাটীত মুকলি কৰিলে মেজেষ্টে সংগ্ৰহ; অসমৰ চেলুন পেছাদাৰী আৰু হেয়াৰ ষ্টাইলিষ্টসকলৰ দক্ষতা বৃদ্ধিৰ বাবে অনন্য পদক্ষেপ 

গড্ৰেচ প্ৰফেচনেলে গুৱাহাটীত মুকলি কৰিলে মেজেষ্টে সংগ্ৰহ; অসমৰ চেলুন পেছাদাৰী আৰু হেয়াৰ ষ্টাইলিষ্টসকলৰ দক্ষতা বৃদ্ধিৰ বাবে অনন্য পদক্ষেপ 

নৱবার্তা গুৱাহাটী: গড্ৰেচ কনজিউমাৰ প্ৰডাক্টচ লিমিটেড(জিচিপিপিএল)ৰ চুলিৰ যত্ন, ৰং, ষ্টাইল আৰু ট্ৰিটমেণ্টৰ সামগ্ৰীৰে সমৃদ্ধ এক আগশাৰীৰ প্ৰফেচনেল হেয়াৰ ব্ৰেণ্ড গড্ৰেচ প্ৰফেচনেল-এ গুৱাহাটীৰ এক আকৰ্ষণীয় অনুষ্ঠানত নিজৰ শেহতীয়া হেয়াৰ কালাৰ সংগ্ৰহ…

ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’

নৱবাৰ্তা গুৱাহাটী: অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি ‘ডিফলু’ৱে। বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ…

বান সাহায্যৰ প্ৰচেষ্টাত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি পাঞ্জাব এণ্ড সিন্ধ বেংকৰ

নৱবার্তা নতুন দিল্লী,: অসমৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসমূহৰ বাবে সাহায্য আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ পাঞ্জাব এণ্ড সিন্ধ বেংকে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০…

ইণ্ডাছ টাৱাৰ্ছ আৰু ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে গুৱাহাটীৰ মণ্টেছৰী বিদ্যালয়ত ডিজিটেল শিক্ষণ ব্যৱস্থা শক্তিশালী কৰিলে.

নৱবাৰ্তা গুৱাহাটী: ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ গুৱাহাটীৰ ৯ মাইলস্থিত চিআৰপিএফ কেম্পাছৰ ভিতৰত থকা জিচি চিআৰপিএফ গুৱাহাটী মণ্টেছৰী স্কুলত দুটা কে-ৱাইএএন (K-YAN) ডিজিটেল শিক্ষণ ডিভাইচ স্থাপনৰ ব্যৱস্থা…

গুৱাহাটী প্ৰেছ ক্লাবত’আশাৰ মায়াময় জোনাক” পুথি উন্মোচন

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে উদিয়মান কবি মানৱজ্যোতি শৰ্মাৰকাব্য গ্রন্থ ‘আশাৰ মায়াময় জোনাক’ উন্মোচন কৰা হয়। বিশিষ্ট কবি নীলিম কুমাৰে কাব্যগ্ৰন্থখন উন্মোচন কৰি ভাষণত কয়-এতিয়া মানুহৰ জীৱনত আশা প্ৰায়…

উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ সহায়ৰ হাত ষ্টাৰ্ডফ্লেক্সৰ

নৱবার্তা গুৱাহাটী : শ্যাম ষ্টীল ইণ্ডাষ্ট্রীজ লিমিটেডৰ অন্তৰ্গত ব্ৰেণ্ড ষ্টার্ডফ্লেক্স ৱাটাৰপ্রুফিং ছল্যূচন-এ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২,০০০ বানপীড়িত পৰিয়ালক সাহায্য প্রদানৰ বাবে এক বিশেষ অভিযান হাতত…

নতুন আশাৰ সঞ্চাৰ কৰা এটা পিগী বেংক : লেখিকা তাপশ্ৰী বৰুৱাৰ বান সাহায্যৰ প্ৰচেষ্টাত অংশগ্ৰহণ কণমানি তনভীৰ

নৱবার্তা গুৱাহাটী:আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বেষ্ট ছেলিং লেখিকা তথা ব্ৰিটেইনৰ শিক্ষাবিদ তাপশ্ৰী বৰুৱাই তেওঁৰ বন্ধু-বান্ধৱীৰ সহযোগত প্ৰতিষ্ঠা কৰা আৰ.এ.ৱাই. (ৰাইজ আফটাৰ য়েষ্টাৰডে) নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে শিৱসাগৰত বান সাহায্য প্ৰদানৰ পদক্ষেপ গ্ৰহণ…

অসমৰ ১৫,০০০ পৰিয়ালৰ বাবে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডৰ ১ কোটি টকাৰ বান সাহায্য অভিযান

নৱবার্তা গুৱাহাটী: অসমৰ ভয়াবহ বান পৰিস্থিতিৰ গৰাহত পৰা বানগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হোৱাৰ উদ্দেশ্যে ১ কোটি টকাৰ এক বৃহৎ বান সাহায্য উদ্যোগ আৰম্ভ কৰিছে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে (এছচিএনএল)। এই…

নাৰী শক্তি, সন্মান আৰু উন্নয়নৰ মঞ্চ হ’ব ‘তেজস্বিতা’

পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা অধিৱেশন; ৮-৯ আগষ্টত গুৱাহাটীত সমবেত হ’ব ৩০০ৰো অধিক মহিলা নৱবাৰ্তা গুৱাহাটী:: পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰী শক্তি, নাৰী সন্মান…

গুৱাহাটীত চুলি বিশেষজ্ঞ জাৱেদ হাবিবৰ হেয়াৰ চেমিনাৰ

নৱবার্তা গুৱাহাটী: ভাৰতৰ বিখ্যাত চুলি বিশেষজ্ঞ আৰু হেয়াৰষ্টাইলিষ্ট জাৱেদ হাবিবে বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেৰাএক্টিভ+ প্ৰফেচনেলৰ দ্বাৰা আয়োজিত এক্সক্লুছিভ হেয়াৰ চেমিনাৰ পৰিচালনা কৰে। এই অনুষ্ঠানটোৱে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ…