• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Month: January 2024

  • Home
  • Sui Hotel opens in Guwahati

Sui Hotel opens in Guwahati

Nababarta Guwahati: A four-storey state-of-the-art hotel was inaugurated in Panbazar, Guwahati on Saturday. Sui hotel was inaugurated by Chuichaki Khamrang, mother of Thatmaya Khamrang, owner of the hotel. The event…

জ্যোতিচিত্ৰবনত নতুন অসমীয়া চিনেমা ‘অভিমন্যু’ৰ শুভ মহুৰত অনুষ্ঠান

নৱবার্তা গুৱাহাটী: মহানগৰীৰ জ্যোতিচিত্ৰবনত নতুন অসমীয়া চিনেমা ‘অভিমন্যু’ৰ শুভ মহুৰত অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হয়।অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে শ্ববনমচ এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মি ত হ’বলগীয়া এই অভিমন্যু কথাছবিখনৰ শুভ মহুৰত অনুষ্ঠানত…

আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা আদিত্য বিৰলা হেল্থ ইকুৰেন্স কোম্পানী লিমিটেডে (“এভিআইচিএল”) ‘ এক্টিভ ৱান আৰম্ভ

নৱবার্তা গুৱাহাটী: ভাৰতৰ আগশাৰীৰ, সুবৈচিত্র্যপূর্ণ বিত্তীয় সেৱা প্ৰদানকাৰী আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা আদিত্য বিৰলা হেল্থ ইকুৰেন্স কোম্পানী লিমিটেডে (“এভিআইচিএল”) ‘ এক্টিভ ৱান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, যি…

স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পটালত প্ৰথম সফলযকৃত সংৰোপণৰ জৰিয়তে ঐতিহাসিক মাইলৰ খুঁটি স্পর্শ কৰে

নৱবার্তা গুৱাহাটী: অসম, উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ দেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ জনসাধাৰণলৈ আশাৰ বতৰা কঢ়িয়াই স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালে প্ৰথমবাৰৰ বাবে যকৃত সংৰোপণ সফলতাৰে সম্পন্ন কৰি এক যুগান্তকাৰী কৃতিত্ব অৰ্জন কৰিছে। ৩৮…