গুৱাহাটীত নতুনকৈ মুকলি কৰা চি ৩ এয়াৰক্ৰছ এছ ইউ ভিৰ প্ৰদৰ্শনৰ আয়োজন চিট্ৰ’য়েন ইণ্ডিয়াৰ
নৱবার্তা গুৱাহাটী: শেহতীয়া অটোমোটিভ উদ্ভাৱনক গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াসৰ অংশ হিচাপে আজি ফ্ৰান্সৰ প্ৰখ্যাত গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান চিট্ৰ’য়েনে গুৱাহাটীত নতুনকৈ মুকলি কৰা চি ৩ এয়াৰক্ৰছ এছ ইউ ভিৰ প্ৰদৰ্শনৰ…
সমাজ বন্ধুৰ দিন উদযাপন
নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ বাঘৰবৰি তিনিআলিস্থ সমাজকৰ্মী ছাজন ভূঞাৰ বাসভৱনত বুধবাৰে সমাজ বন্ধুৰ দিন উদযাপন সমিতিৰ উদ্যোগত ‘সমাজ বন্ধুৰ দিন’ উদযাপন কৰা হয়। বিশিষ্ট সমাজকৰ্মী ছাজন ভূঞাৰ ৫৪ সংখ্যক ওপজা দিন…
সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ ত্রয়োদশ বার্ষিক প্রতিষ্ঠা দিৱস
নৱবার্তা গুৱাহাটী, গুৱাহাটীৰ উজানবজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ ত্রয়োদশ বার্ষিক প্রতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশন।সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি…
লক্ষীৰাম বৰুৱা সদনত বঁটা প্ৰদান অনুষ্ঠান
নৱবার্তা গুৱাহাটী: সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ, অসমৰ তৃতীয় বাৰ্ষিক অধিবেশন উপলক্ষে দেওবাৰে বঁটা প্ৰদান, গ্ৰন্থ উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অসম সাহিত্য সভা ভৱনৰ লক্ষী ৰাম বৰুৱা…
উৎসৱৰ বতৰত ফ্ৰুট মিক্সিং চেৰেমনিৰ আয়োজন
ৰেডিছন ব্লু গুৱাহাটীৰ নৱবার্তা গুৱাহাটী: চৌদিশে উৎসৱৰ অফুৰন্ত উছাহ বিয়পাই বৰদিনৰ আগমুহূৰ্তত গুৱাহাটীস্থিত ৰেডিছন ব্লুৱে ২৫ নৱেম্বৰত আয়োজন কৰে বহু প্ৰত্যাশিত বাৰ্ষিক “ফ্ৰুট মিক্সিং চেৰেমনি”। উৎসৱৰ বতৰৰ এই বিশেষ অনুষ্ঠানত…
অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ ভেকুলীৰ অৱস্থিতি
অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত Wildlife Institute of India-ই এই নতুন প্ৰজাতিৰ ভেকুলীটোৰ অৱস্থিতি চিনাক্ত কৰিছে।
২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’
গুৱাহাটীঃ অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’লৈ নিৰ্বাচিত হৈছে অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ । মহোৎসৱৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হৈছে ৰমেন…
বাবৰ আজমৰ পদত্যাগৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ নতুন অধিনায়ক নিৰ্বাচন
বাবৰ আজমে পদত্যাগ কৰাৰ এঘণ্টা পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নতুন অধিনায়কৰ নাম নিৰ্বাচন কৰে যদিও এই ক্ষেত্ৰত পিচিবিয়ে তিনিওটা ফৰ্মেটতে এজন ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ কৰা নাছিল। তাৰ পৰিৱৰ্তে টেষ্ট…
ৰশ্মিকা মণ্ডন্নাৰ পিছত এইবাৰ ডিপফেকৰ বলি হ’ল বলীউড অভিনেত্ৰী কাজল
ডিজিটেল ডেস্কঃ ৰশ্মিকা মণ্ডন্নাৰ পিছত এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউড অভিনেত্ৰী কাজলৰ ভুৱা ভিডিঅ’। এই ভিডিঅ’টোত কাজলে কেমেৰাৰ সন্মুখত কাপোৰ সলাই থকা দেখা গৈছে। শেহতীয়াকৈ ৰশ্মিকা মণ্ডন্না ভুৱা…
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যমৰ লগত জড়িত প্রতিগৰাকী ব্যক্তিক আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছো।