ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’
নৱবাৰ্তা গুৱাহাটী: অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি ‘ডিফলু’ৱে। বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ…
Punjab National Bank (PNB) Silpukhuri Branch inaugurated
Naba Barta Guwahati: Punjab National Bank (PNB) Silpukhuri Branch inaugurated its new premises today, marking a step towards providing enhanced and customer-centric banking services in a modern and convenient environment,the…
বান সাহায্যৰ প্ৰচেষ্টাত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি পাঞ্জাব এণ্ড সিন্ধ বেংকৰ
নৱবার্তা নতুন দিল্লী,: অসমৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসমূহৰ বাবে সাহায্য আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ পাঞ্জাব এণ্ড সিন্ধ বেংকে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০…
ইণ্ডাছ টাৱাৰ্ছ আৰু ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে গুৱাহাটীৰ মণ্টেছৰী বিদ্যালয়ত ডিজিটেল শিক্ষণ ব্যৱস্থা শক্তিশালী কৰিলে.
নৱবাৰ্তা গুৱাহাটী: ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ গুৱাহাটীৰ ৯ মাইলস্থিত চিআৰপিএফ কেম্পাছৰ ভিতৰত থকা জিচি চিআৰপিএফ গুৱাহাটী মণ্টেছৰী স্কুলত দুটা কে-ৱাইএএন (K-YAN) ডিজিটেল শিক্ষণ ডিভাইচ স্থাপনৰ ব্যৱস্থা…
গুৱাহাটী প্ৰেছ ক্লাবত’আশাৰ মায়াময় জোনাক” পুথি উন্মোচন
নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে উদিয়মান কবি মানৱজ্যোতি শৰ্মাৰকাব্য গ্রন্থ ‘আশাৰ মায়াময় জোনাক’ উন্মোচন কৰা হয়। বিশিষ্ট কবি নীলিম কুমাৰে কাব্যগ্ৰন্থখন উন্মোচন কৰি ভাষণত কয়-এতিয়া মানুহৰ জীৱনত আশা প্ৰায়…
নাজিৰাত প্ৰায় ১০০টা বানাক্ৰান্ত পৰিয়াললৈ ইণ্ডিয়ান বেংক গুৱাহাটীৰ জ’নৰ সাহায্য
নৱবাৰ্তা শিৱসাগৰ:: নাজিৰাত ১৯ জুলাইৰ পৰা সৃষ্টি হোৱা বিধ্বংসী বান আৰু তাৰ পিছত হোৱা ক্ষয়ক্ষতিত জৰ্জৰিত পৰিয়ালসমূহৰ কাষত থিয় দিছে ইণ্ডিয়ান বেংকৰ গুৱাহাটী জ’নে। বিশেষ সাহায্য অভিযানৰ অংশ হিচাপে বেংকটোৰ…
উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ সহায়ৰ হাত ষ্টাৰ্ডফ্লেক্সৰ
নৱবার্তা গুৱাহাটী : শ্যাম ষ্টীল ইণ্ডাষ্ট্রীজ লিমিটেডৰ অন্তৰ্গত ব্ৰেণ্ড ষ্টার্ডফ্লেক্স ৱাটাৰপ্রুফিং ছল্যূচন-এ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২,০০০ বানপীড়িত পৰিয়ালক সাহায্য প্রদানৰ বাবে এক বিশেষ অভিযান হাতত…
নতুন আশাৰ সঞ্চাৰ কৰা এটা পিগী বেংক : লেখিকা তাপশ্ৰী বৰুৱাৰ বান সাহায্যৰ প্ৰচেষ্টাত অংশগ্ৰহণ কণমানি তনভীৰ
নৱবার্তা গুৱাহাটী:আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বেষ্ট ছেলিং লেখিকা তথা ব্ৰিটেইনৰ শিক্ষাবিদ তাপশ্ৰী বৰুৱাই তেওঁৰ বন্ধু-বান্ধৱীৰ সহযোগত প্ৰতিষ্ঠা কৰা আৰ.এ.ৱাই. (ৰাইজ আফটাৰ য়েষ্টাৰডে) নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে শিৱসাগৰত বান সাহায্য প্ৰদানৰ পদক্ষেপ গ্ৰহণ…
অসমৰ ১৫,০০০ পৰিয়ালৰ বাবে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডৰ ১ কোটি টকাৰ বান সাহায্য অভিযান
নৱবার্তা গুৱাহাটী: অসমৰ ভয়াবহ বান পৰিস্থিতিৰ গৰাহত পৰা বানগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হোৱাৰ উদ্দেশ্যে ১ কোটি টকাৰ এক বৃহৎ বান সাহায্য উদ্যোগ আৰম্ভ কৰিছে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে (এছচিএনএল)। এই…
জুলাই মাহত ১৯৬২ মোবাইল পশু চিকিৎসা সেৱাই ৯১,৬৭০টা পশুক চিকিৎসা প্রদান
বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাত জৰুৰী পশু চিকিৎসা সেৱা অধিক শক্তিশালী কৰিলে ই এম আৰ আই গ্রীণ হেল্থ ছার্ভিচেছ- ‘নৱবাৰ্তা গুৱাহাটী : অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত…
