• Fri. Jun 5th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শেহতীয়া

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্ৰী জে পি নাড্ডা ইউদ্বোধন কৰিলে আৰ্হি হাস্পতাল

‘নৱবাৰ্তা গুৱাহাটী: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্ৰী জে পি নাড্ডা ই বৃহস্পতিবাৰেউদ্বোধন কৰিলে গুৱাহাটীৰযোৰাবাটস্থিত উন্নত মানৰ উচ্চ প্ৰযুক্তিৰ ১২০ খন বিচনা যুক্তআৰ্হি হাস্পতালখন।উদ্ধোধনী অনুষ্ঠানতসন্মানীয় অতিথি হিচাপে…

মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াই গুৱাহাটীত মুকলি কৰিলে এক্সক্লুছিভ ‘কুলিং প্লেনেট’ শ্ব’ৰুম

নৱবাৰ্তা গুৱাহাটী:: বিশ্বৰ অন্যতম আগশাৰীৰ এয়াৰ কণ্ডিচনিং নিৰ্মাতা প্ৰতিষ্ঠান মিটচুবিচি ইলেক্ট্ৰিকে অসমৰ গুৱাহাটীত ইয়াৰ এক্সক্লুছিভ শ্ব’ৰুম, কুলিং প্লেনেট মুকলি কৰাৰ সৈতে উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰি তুলিছে। এই…

ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰত্যাহ্বান : বৈজ্ঞানিক নগৰ পৰিকল্পনা, নীতি সংস্কাৰ আৰু আন্তঃগাঁথনি আধুনিকীকৰণৰ আহ্বান ‘এৰিডা’ৰ

নৱবার্তা গুৱাহাটী : আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভল’পাৰ্ছ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডা’ই অসমৰ ৰিয়েল ইষ্টেট আৰু আন্তঃগাঁথনি খণ্ডৰ সন্মুখত দেখা দিয়া ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এইক্ষেত্রত ‘এৰিডা’ই চৰকাৰ…

এলেন গুৱাহাটীলৈ ঐতিহাসিক সাফল্য: জে ই ই (এডভান্স) ২০২৬-ত যশৰাজ সিঙৰ AIR ১২২

নৱবাৰ্তা গুৱাহাটী: জে ই ই (এডভান্স) ২০২৬-ৰ ফলাফলত এলেন কেৰিয়াৰ ইনষ্টিটিউট, গুৱাহাটীয়ে এক ঐতিহাসিক সাফল্য লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ ৬ বছৰৰ শ্ৰেণীকোঠা কাৰ্যসূচীৰ ছাত্ৰ যশৰাজ সিং-এ AIR 122 লাভ কৰি IIT…

ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক সম্বৰ্ধনা

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীৰ ৰূপনগৰস্থিত ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মঙলবাৰে মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক সম্বৰ্ধনা জনোৱা হয়।নামঘৰৰ উপদেষ্টা, সমাজকর্মী কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত…

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে যুৱ ভাৰতৰ বাবে মুকলি কৰিছে সুস্থতা-প্ৰথম স্বাস্থ্য বীমা পৰিকল্পনা এক্টিভ যুৱা

~ হেল্থৰিটাৰ্নছ™ৰ জৰিয়তে সুস্থ জীৱনশৈলীক পুৰস্কৃত কৰে ~~ অ’পিডি, ৱেলনেচ আৰু উপাৰ্জন সুৰক্ষাৰ সুবিধাসমূহৰ সৈতে ক্লেইমৰ পৰিসীমাৰ বাহিৰলৈকেও বীমাৰ সুবিধা সম্প্ৰসাৰিত কৰে~ নৱবার্তা গুৱাহাটী, আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা…

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত মুকলি হ’ল অত্যাধুনিক যকৃত আৰু জিআই ছুপাৰ-স্পেচিয়েলিটি ক্লিনিক

নৱবার্তা গুৱাহাটী:: অসম তথা উত্তৰ-পূব ভাৰতত জটিল যকৃত, অগ্ন্যাশয়, পিত্তনলী আৰু গেষ্ট্ৰ’ইণ্টেষ্টাইনেল ৰোগৰ বিশেষজ্ঞভিত্তিক পৰামৰ্শ তথা চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত মুকলি কৰা হৈছে এক অত্যাধুনিক যকৃত আৰু…

গুৱাহাটীত এথেনাৰ বৃহত্তম সংহত মানসিক স্বাস্থ্য হাস্পতালৰ উদ্বোধন; উত্তৰ-পূবৰ ব্যক্তিগত খণ্ডৰ চিকিৎসাত বৃহৎ পদক্ষেপ

অসমত প্ৰতি ১২ জনৰ ভিতৰত প্ৰায় এজন ব্যক্তি ভুগিছে মানসিক স্বাস্থ্যৰ সমস্যাত; উত্তৰ-পূবত সুসংগঠিত মনোৰোগ চিকিৎসা তথা নিচামুক্তি সেৱা অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে এই সম্প্ৰসাৰণ এথেনাৰ নৱবার্তা গুৱাহাটী :…

গুৱাহাটীত মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ প্ৰথমটো শ্ব’ৰুম মুকলি

নৱবার্তা গুৱাহাটী::মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছে সমগ্ৰ পূব ভাৰতত ব্ৰেণ্ডটোৰ সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে আজি গুৱাহাটীত অসমৰ প্ৰথমটো শ্ব’ৰুম মুকলি কৰিলে। এই শুভাৰম্ভণিয়ে মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ আঞ্চলিক নেটৱৰ্ককো…

গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগতব’হাগী উৎসৱ ২০২৬

নৱবার্তা গুৱাহাটী::গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী, ছাত্ৰীবাৰী গোলাপ দাস মেনচনত দেওবাৰে প্ৰথম বাৰ্ষিক ব’হাগী উৎসৱ ২০২৬ অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মধ্য গুৱাহাটী শাখা সাহিত্য সভাৰ সম্পাদক কলম…