প্ৰশাসন, আইনী প্ৰক্ৰিয়া আৰু চলি থকা উন্নয়নমূলক কাৰ্যকলাপ বিষয়ে সদৰি কৰে কতৃপক্ষই নৱবার্তা গুৱাহাটী,: আনোৱাৰুদ্দিন ৱাকফ ইষ্টেটৰ কৰ্তৃপক্ষই শনিবাৰে গুৱাহাটীত এখন সংবাদ মেল অনুষ্ঠিত কৰি ইয়াৰ আইনী স্থিতি অৱগত কৰে…
সোণৰ অলংকাৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই, নিৰ্মাণ মাচুলত ২০ শতাংশলৈকে ৰেহাই নৱবার্তা গুৱাহাটী: টাটা গোষ্ঠীৰ আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড টনিষ্কে ধনতেৰাছ আৰু দীপাৱলী উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে বিশেষ উৎসৱকালীন অফাৰ…
সুগন্ধি নিৰ্মাণৰ ক্ষেত্ৰখনত ৭৫ বছৰতকৈও অধিক অভিজ্ঞতাৰে সমৃদ্ধ ভাৰতীয় সুগন্ধি ব্ৰেণ্ডটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, সংযুক্ত আৰব আমিৰশ্বাহী আৰু কলম্বিয়াত উপস্থিতি বিস্তাৰ কৰাৰ পিছত জি এছ ৰোডস্থিত চিটী চেণ্টাৰ মলত মুকলি কৰিলে…
নৱবার্তা গুৱাহাটীঃ ৰাজ্যৰ সমাজ কল্যাণ সঞ্চালকালয়ত শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য তথা শিশু শিক্ষণ সামগ্ৰী যোগানৰ নামত সংঘটিত হৈছে শ শ কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী। আজি দিছপুৰ প্ৰেছ ক্লাৱত…
~দ্য ইণ্ডিয়ান এডিটে অন্যতম উৎকৃষ্ট হুইস্কিৰ সংমিশ্ৰণ প্ৰস্তুত কৰি প্ৰিমিয়াম সুৰাৰ জগতত স্থাপন কৰিছে এক সুকীয়া মানদণ্ড ~ নৱবার্তা গুৱাহাটী : দেশৰ অন্যতম অগ্ৰণী সুৰা প্ৰতিষ্ঠান এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ…
নৱবার্তা কলকাতা: শ্যাম ষ্টীলৰ ঘৰৰ আলংকাৰিক পেইণ্ট ব্ৰেণ্ড মাকাও পেইণ্টছে কাৰ্তিক আৰিয়ান অভিনীত ইয়াৰ দ্বিতীয়টো টেলিভিছন বিজ্ঞাপন মুকলি কৰে, এইবাৰ ইয়াক সতেজ অৱতাৰত উপস্থাপন কৰা হৈছে ‘দ্য মাকাও জিনী’ হিচাপে—এটা…
নৱবাৰ্তা গুৱাহাটী::অসমৰ সংগীত জগতত নতুনকৈ সংযোজন হ’ল ‘ভালপোৱা কাহিনী’ শীৰ্ষক এটি নতুন গীত।অসমৰ সংগীত জগতলৈ নৱ প্ৰজন্মৰ কণ্ঠশিল্পী মৰমী শৰ্মাই নতুন উপহাৰ শ্ৰোতা-দৰ্শকক আগবঢ়ালে। গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ…
* নৱবার্তা গুৱাহাটী:: গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে বিশিষ্ট শিক্ষাবিদ তথা সংগীত শিল্পী ৰূপালী বৰাৰ সু-মধুৰ আধুনিক গীত “এজাৰ ৰঙী সপোন” মুকলি কৰা হয়। ৰূপালীম প্ৰডাকশ্যনৰ বেনাৰত নিৰ।নিৰ্মিত এই ভিডিঅ এলবামটিৰ…
উত্তৰ প্ৰদেশত।তৃতীয় বাৰ্ষিক‘মথুৰা-বৃন্দাবন মহোৎসৱ’ৰ আয়োজন নৱবার্তা গুৱাহাটী: গুৰুজনাৰ একশৰণ নামধৰ্ম আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ নাওগাঁওত ‘মথুৰা-বৃন্দাবন মহোৎসৱ’ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ…
২৮ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে অঞ্চলটোত শক্তিশালী কৰিব গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী, ছানি পৰা চকুৰ অস্ত্ৰোপচাৰ তথা সামগ্ৰিক নেত্ৰ-চিকিৎসা সেৱা নৱবার্তা গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে চকুৰ অত্যাধুনিক চিকিৎসাক আৰু অধিক সুলভ…