গুৱাহাটী প্ৰেছক্লাবত ৰূপালী বৰাৰ কণ্ঠত সুমধুৰ গীত ‘এজাৰৰঙী সপোন’ মুকলি
* নৱবার্তা গুৱাহাটী:: গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে বিশিষ্ট শিক্ষাবিদ তথা সংগীত শিল্পী ৰূপালী বৰাৰ সু-মধুৰ আধুনিক গীত “এজাৰ ৰঙী সপোন” মুকলি কৰা হয়। ৰূপালীম প্ৰডাকশ্যনৰ বেনাৰত নিৰ।নিৰ্মিত এই ভিডিঅ এলবামটিৰ…
গুৱাহাটী প্ৰেছ ক্লাবতশ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সংবাদ মেল
উত্তৰ প্ৰদেশত।তৃতীয় বাৰ্ষিক‘মথুৰা-বৃন্দাবন মহোৎসৱ’ৰ আয়োজন নৱবার্তা গুৱাহাটী: গুৰুজনাৰ একশৰণ নামধৰ্ম আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ নাওগাঁওত ‘মথুৰা-বৃন্দাবন মহোৎসৱ’ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ…
ডাঃ সঞ্জয় কুমাৰ বুঢ়াগোহাঁইৰ যোগদানেৰে গুৱাহাটীত চকুৰ উন্নত চিকিৎসা সেৱা সম্প্ৰসাৰণ ‘চেণ্টাৰ ফৰ ছাইট’ৰ
২৮ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে অঞ্চলটোত শক্তিশালী কৰিব গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী, ছানি পৰা চকুৰ অস্ত্ৰোপচাৰ তথা সামগ্ৰিক নেত্ৰ-চিকিৎসা সেৱা নৱবার্তা গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে চকুৰ অত্যাধুনিক চিকিৎসাক আৰু অধিক সুলভ…
বলীউড অভিনেতা অজয় দেৱগণৰ দ্বাৰা গুৱাহাটীত কল্যাণ জুৱেলাৰ্ছৰ নৱৰূপ প্ৰদান কৰা শ্ব’ৰুম উদ্বোধন
নৱবাৰ্তা গুৱাহাটী: দেশৰ অন্যতম বিশ্বস্ত আৰু আগশাৰীৰ অলংকাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কল্যাণ জুৱেলাৰ্ছে আজি গুৱাহাটীৰ লাচিত নগৰ আৰু এ টি ৰোডস্থিত দুটাকৈ নৱৰূপ প্ৰদান কৰা শ্ব’ৰুম মুকলি কৰে। এই অঞ্চলত ব্ৰেণ্ডটোৰ…
আকাশ এডুকেচনেল ছাৰ্ভিচেজ লিমিটেডে (AESL) আৰম্ভ কৰিছে ANTHE 2026
নৱবাৰ্তা গুৱাহাটী: শিক্ষাৰ্থীসকলক নিজৰ সম্ভাৱনাৰ বিষয়ে জ্ঞাত হোৱাত আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ প্ৰস্তুতি চলোৱাত সহায় কৰা সৰ্ববৃহৎ প্ৰতিভা সন্ধানী পৰীক্ষাবৈজ্ঞানিক মূল্যায়ন, ৰাষ্ট্ৰীয় মানদণ্ড আৰু পাৰ্ছনেলাইজড শৈক্ষিক অন্তৰ্দৃষ্টিৰ সংমিশ্ৰণেৰে…
সোনোৱাল ভাষাৰ ব্যাকৰণৰ আদিপাঠ’ উন্মোচনঃ
নৱবার্তা গুৱাহাটী::অসমীয়া ভাষাটো এটা ভাষাৰ পৰা জন্ম হোৱা নাই। অসমীয়া ভাষাটো ইয়াৰ জনগোষ্ঠীসমূহৰ, প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছে। সেইবাবে সোণোৱাল জনগোষ্ঠীৰ ভাষাটো অসমীয়া ভাষাৰ ভিতৰতে সোমাই আছে। এই সোণোৱাল…
মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সহযোগত ছাত্ৰীবাৰীতজুবিন দিৱস
উদীয়মান কণ্ঠশিল্পী বৈশালী কাশ্যপলৈ জুবিন গাৰ্গ যুৱশিল্পী সন্মান নৱবাৰ্তা গুৱাহাটী : মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সহযোগত গুৱাহাটী ছাত্ৰীবাৰীত বিস্তৃত কাৰ্যসূচীৰে ‘জুবিন দিৱস’ অনুষ্ঠিত…
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
~ 150+ তকৈও অধিক য়ামাহা গৰাকীয়ে লাভ কৰিলে ট্ৰেক ৰাইডিঙৰ উত্তেজনা আৰু য়ামাহাৰ ৰেচিং DNAৰ অভিজ্ঞতা নৱবার্তা গুৱাহাটী: য়ামাহা মটৰ (IYM) প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ ৱাৰিছা এষ্টেটস্থিত JR কাৰ্টিঙত গ্ৰাহকসকলৰ বাবে…
ঔষধ এডভান্সড পাৰ্কিনছন ৰোগত ডিপ ব্ৰেইন ষ্টিমুলেচনৰ ভূমিকা
: এডভান্সড পাৰ্কিনছন ৰোগত ডিপ ব্ৰেইন ষ্টিমুলেচনৰ ভূমিকা নৱবার্তা গুৱাহাটী:: সমগ্ৰ বিশ্বতে পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ আছে প্ৰায় ১০ নিযুত লোক । ই এক স্নায়ুজনিত বিকাৰ, যি লাহে লাহে বাঢ়ি…
দক্ষিণ কোৰিয়াত অসম জীয়ৰীৰ গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ ডা:সুদৰ্শিনী নাথৰ
নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী দক্ষিণ কোৰিয়াত অসম জীয়ৰীৰ গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ কৰিছে-প্ৰাক্তন বেংক কৰ্মী গুৰু প্ৰসাদ নাথ আৰু জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথৰ কনিষ্ঠ কণ্যা ডা:সুদৰ্শিনী নাথে। তেওঁ দক্ষিণ…
