• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Month: July 2026

  • Home
  • ইণ্ডাছ টাৱাৰ্ছে উত্তৰ-পূৰ্বাঞ্চলত বান সাহায্যৰ অভিযান সম্প্ৰসাৰণ কৰিলে, অসমত 1,100 পৰিয়াললৈ সহায়ৰ হাত

ইণ্ডাছ টাৱাৰ্ছে উত্তৰ-পূৰ্বাঞ্চলত বান সাহায্যৰ অভিযান সম্প্ৰসাৰণ কৰিলে, অসমত 1,100 পৰিয়াললৈ সহায়ৰ হাত

নৱবার্তা, অসম: অসমত ভয়াৱহ বানপানীয়ে বিভিন্ন অঞ্চলৰ জনজীৱনত গভীৰ প্ৰভাৱ পেলাই থকাৰ সময়তে, বিশ্বৰ অন্যতম বৃহৎ দূৰসংযোগ (টেলিকম) আন্তঃগাঁথনি কোম্পানী ইণ্ডাছ টাৱাৰ্ছ-এ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰায় 1,100 টা…

চি ইউ টি এছ ইণ্টাৰনেচনেলৰ প্ৰতিবেদনত জীৱিকা,সুৰক্ষা আৰু সুলভ মূল্যৰ নগৰীয়া গতিশীলতা সুৰক্ষিত কৰিবলৈ সুসংহত বাইক টেক্সি নিয়ন্ত্ৰণৰ আহ্বান

প্ৰতিবেদনত অনা-পৰিবহণ মটৰ চাইকেলৰ গাঁথনিগত অনুমোদন, প্লেটফৰ্ম-নেতৃত্বাধীন জবাবদিহিতা, সুসংহত সুৰক্ষা মানদণ্ড আৰু উদগনি ভিত্তিক ইভিলৈ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হৈছে নৱবার্তা নতুন দিল্লী: চি ইউ টি এছ ইণ্টাৰনেশ্যনেলৰ এক নতুন প্ৰতিবেদন…

জিএনআৰচি হাস্পতালৰ দ্বাৰা আয়োজিত “মূৰৰ বিষৰ আধুনিক চিকিৎসা” শীর্ষক গ্রীষ্মকালীন বৈজ্ঞানিক অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ সফল সমাপ্তি 

নৱবার্তা গুৱাহাটী:: জিএনআৰচি হাস্পতালে শনিবাৰে সন্ধিয়া ৬:০০ বজাৰ পৰা ৮:৩০ বজালৈ গুৱাহাটীৰনেফ্ফিৰ প্ৰেক্ষাগৃহত গ্রীষ্মকালীন চিএমই ২০২৬-মূৰৰ বিষৰ চিকিৎসাৰ শেহতীয়া অগ্রগতি সফলভাবে আয়োজন কৰে। এই বৈজ্ঞানিক অনুষ্ঠানত চিকিৎসক, স্নায়ুৰোগ বিশেষজ্ঞ, স্নাতকোত্তৰ…

পি এন বি গুৱাহাটী চক্ৰ কাৰ্যালয়ে মেগা এম এছ এম ই আৰু খুচুৰা ঋণ গ্ৰাহক সংযোগ অভিযান আয়োজন কৰে

নৱবাৰ্তা গুৱাহাটী :: পঞ্জাব নেচনেল বেংকৰ (পি এন বি) গুৱাহাটী মণ্ডল কাৰ্যালয়ে আজি গুৱাহাটীৰ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেচন (NEDFi)-ত এক মেগা এম এছ এম ই আৰু খুচুৰা ঋণ গ্ৰাহক…

NEET (UG) 2026-ত উজ্জ্বল সফলতা: ALLEN Guwahati-ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে AIR 133 লাভ কৰি অসমৰ শীৰ্ষস্থান দখল

নৱবাৰ্তা গুৱাহাটী: চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET (UG) 2026-ত ALLEN Guwahati-এ পুনৰবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। এইবাৰৰ ফলাফলত ALLEN Guwahati-ৰ শিক্ষাৰ্থী শুভ…

এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটীত মুকলি কৰিলে বিশেষ কৰ্কট ৰোগৰ অ’পিডি

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা নৱবাৰ্তা গুৱাহাটী: সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত…

এচাৰ, ইণ্টেল আৰু ইনফিনিটি লাৰ্নে নীট চি বি টিৰ প্ৰস্তুতিৰ বাবে আগবঢ়াইছে ভাৰতৰ প্ৰথম সংহত পৰিৱেশ তন্ত্ৰ

ভাৰতৰ প্ৰথমটো নীট ৰেডী লেপটপ মুকলি নৱবাৰটা বেংগালুৰু:::: ২০২৭ চনৰ পৰা নীট কম্পিউটাৰ বেছড টেষ্ট (CBT) পদ্ধতিলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে বিশ্বৰ প্ৰযুক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান এচাৰ আৰু ইণ্টেলৰ লগত…

ছিংগাপুৰৰ জি আই আই এছ স্মাৰ্ট কেম্পাছত অধ্যয়নৰ বাবে গুৱাহাটীৰ পাৰ্থিৱ ৰাজ বৰুৱালৈ ১০০% গ্ল’বেল চিটিজেন স্কলাৰশ্বিপ

নৱবার্তা গুৱাহাটীঃ: সমগ্ৰ ভাৰতৰ ব্যতিক্ৰমী যুৱ সাফল্যৰ উদযাপনেৰে নতুন দিল্লীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গ্ল’বেল স্কুলছ গ্ৰুপে (জি এছ জি)তেওঁলোকৰ শেহতীয়া সন্মানীয় গ্ল’বেল চিটিজেন স্কলাৰশ্বিপ (জি চি এছ) প্ৰাপকসকলক সম্বৰ্ধনা…

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নতুন পৰিকল্পনা ঘোষণা কাজিৰঙা বিশ্ববিদ্যালয়ৰজ্ঞানৰ বিকাশ • সুযোগৰ সৃষ্টি • ভৱিষ্যৎ ৰূপান্তৰ

নৱবাৰ্তা গুৱাহাটী::বিশ্বমানৰ শিক্ষা, অত্যাধুনিক গৱেষণা, উদ্যমিতা আৰু উদ্যোগ-সহযোগিতাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নত কৌশলগত জ্ঞান আৰু উদ্ভাৱনৰ অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লক্ষ্যৰে কাজিৰঙা বিশ্ববিদ্যালয়ে আজি এক উচ্চাভিলাষী উন্নয়ন ৰূপৰেখা…

ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন আহ্বানজেটউইংছ বিজনেছ স্কুলত

নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি আৰম্ভনৱবার্তা গুৱাহাটী ঃ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত গুৱাহাটীৰ চেনীকুঠিত থকা জেটউইংছ বিজনেছ স্কুলত নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ…