গৌৰমেট পপকৰ্নিকাক সন্মান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ভাৰতৰ স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা গৌৰমেট পপকৰ্নিকাৰ পপকৰ্ণ মাকৈ খেতিৰ প্ৰশংসা কৰে
নৱবার্তা চেন্নাই,:ভাৰতৰ সৰ্ববৃহৎ আৰু বিশ্বৰ চতুৰ্থ বৃহৎ পপকৰ্ণ মাকৈ প্ৰতিষ্ঠান গৌৰমেট পপকৰ্নিকাই আজি ঘোষণা কৰে যে তেওঁলোকে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনৰ পৰা এখন ব্যক্তিগত মান্যতা পত্ৰ লাভ কৰিছে,য’ত তেওঁ ভাৰতৰ…
