• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Month: December 2024

আজিৰ পৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটী # খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ # ১১৮ টা প্ৰকাশন গোষ্ঠী তথা বিপণী সাজু যোগদান কৰিব দিল্লী, কলকাতা,পাঞ্জাৱৰ আগশাৰীৰ প্ৰকাশনে নৱবার্তা গুৱাহাটী,…

দীপক কুমাৰ বৰঠাকুৰৰ নামত পথ উদ্বোধন

নৱবার্তা –গুৱাহাটী : গুৱাহাটীৰ আমবাৰী ট্ৰেফিক ৰ’টাৰীৰ উত্তৰ দিশে নৱনিৰ্মীত পথচোৱা অসমৰ এগৰাকী সৰবৰহী ব্যক্তি তথা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম প্ৰতিস্থাপক সদস্য আৰু প্ৰাক্তন সভাপতি প্ৰয়াত দীপক…

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত’বছৰৰ শেষ কুইজ সমাৰোহ’

‘ নৱবার্তা গুৱাহাটী:: গুৱাহাটীৰ চানমাৰিস্থিতঅসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বুক কালচাৰ নামৰ অনুষ্ঠানৰ উদ্যোগতবছৰৰ শেষৰ কুইজ সমাৰোহ আয়োজন কৰা হৈছে। ‘অৰ’বৰ’ছ’ শীর্ষক কুইজ প্ৰতিযোগিতাখন২৮ ডিচেম্বৰৰপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব। ‘স্কুল…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ” শীর্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘ গ্ৰন্থখনৰ জৰিয়তে এটা নতুন দিগন্তৰ পথ প্ৰশস্ত হ’ব-ড০ দয়ানন্দ পাঠক ‘নৱবার্তা গুৱাহাটী : “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ” শীৰ্ষক গ্ৰন্থখন শুকুৰববাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়।…

গুৱাহাটীত নতুন ৩এছ ডিলাৰ মিট্টাল আইচাৰৰ মুকলিৰে উত্তৰ-পূবত উপস্থিতি সম্প্ৰসাৰণ আইচাৰ ট্ৰাকছ এণ্ড বাছেছৰ

গুৱাহাটী আৰু কাষৰীয়া অঞ্চলসমূহৰ গ্ৰাহকক সেৱা আগবঢ়োৱাৰ বাবে আইচাৰৰ দায়বদ্ধতাক শক্তিশালী কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মিট্টাল আইচাৰে নৱবার্তা গুৱাহাটী : ভি ই কমাৰ্চিয়েল ভেহিকেলছ লিমিটেড (ভিইচিভি)ৰ ব্যৱসায়িক শাখা…

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ সৌজন্যত স্বৰ্গীয় অধ্যাপক মিহিৰ কান্তি চৌধুৰী আৰু স্বৰ্গীয় বাবুল তালুকদাৰক সোৱঁৰি স্মৃতিসভা:

নৱবাৰ্তা, অসম : তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত যোৱা ১৮ ডিচেম্বৰ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰয়াত অধ্যাপক মিহিৰ কান্তি চৌধুৰী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপ বিত্ত বিষয়া প্ৰয়াত বাবুল…

এছ’ছামৰ উদ্যোগত আজি গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত “অসমৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানিকাৰীৰ সক্ষমতা গঠন’ শীৰ্ষক এখন আলোচনাচক্ৰ

নৱবার্তা গুৱাহাটী, এ’চিয়েটেড চেম্বার্চ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া চমুকৈ এছ’ছামৰ উদ্যোগত আজি গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত “অসমৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানিকাৰীৰ সক্ষমতা গঠন’ শীৰ্ষক এখন আলোচনাচক্ৰ দিনজোৰা…

মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন

নৱবাৰ্তা গুৱাহাটী:: জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল “টক্ আনফিল্টালেটডত “আজি কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে “বনলতা” প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত “হাতী আৰু ফান্দী” (সামাজিক উপন্যাস) আৰু “ৰেখা” প্ৰকাশনৰ…

ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে গুৱাহাটীত মুকলি কৰিলে বিপণী

নৱবার্তা গুৱাহাটী: ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে আজি গুৱাহাটীত মুকলি কৰে প্ৰতিষ্ঠানটোৰ বিপণীখন। ইণ্ডিয়া চিল্ক হাউচৰ প্ৰতিষ্ঠাপক শ্রীমতী প্ৰতিভা দোধুৰীৰ লগতে চেতনা লেডিজ ক্লাবৰ সভানেত্রী শ্ৰীমতী আশা আগৰৱাল,জি ভি গোয়েঙ্কা ট’ডলাৰ…

গুৱাহাটীৰ সৰুসজাইস্থিত বিমল কাৰ্ছত ‘ইভি ডে’ উদযাপন

নৱবার্তা গুৱাহাটী::ভাৰতৰ ইলেক্ট্ৰিক মবিলিটি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা.ইভিয়ে ‘ফেষ্টিভেল অৱ কাৰ্ছ’ উদযাপনৰ অংশ হিচাপে নিজৰ বেষ্টচেলাৰ মডেল টিয়াগো.ইভি, পাঞ্চ.ইভি আৰু নেক্সন.ইভিৰ পূৰ্বতকৈ কম মূল্য ঘোষণা কৰিছে। ইভিসমূহক গ্ৰাহকসকলৰ বাবে অধিক…