নৱবাৰ্তা গুৱাহাটী: ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।
২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে তিনিদিনৰ বাবে বন্ধ হৈ পৰিব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ। ২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতে খোল খাব শক্তিপীঠৰ দুৱাৰ। সম্প্ৰতি দেশ-বিদেশৰ ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যা ধাম কৰ্তৃপক্ষ।
২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ
Oplus_131072 