উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ সহায়ৰ হাত ষ্টাৰ্ডফ্লেক্সৰ
নৱবার্তা গুৱাহাটী : শ্যাম ষ্টীল ইণ্ডাষ্ট্রীজ লিমিটেডৰ অন্তৰ্গত ব্ৰেণ্ড ষ্টার্ডফ্লেক্স ৱাটাৰপ্রুফিং ছল্যূচন-এ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২,০০০ বানপীড়িত পৰিয়ালক সাহায্য প্রদানৰ বাবে এক বিশেষ অভিযান হাতত…
নতুন আশাৰ সঞ্চাৰ কৰা এটা পিগী বেংক : লেখিকা তাপশ্ৰী বৰুৱাৰ বান সাহায্যৰ প্ৰচেষ্টাত অংশগ্ৰহণ কণমানি তনভীৰ
নৱবার্তা গুৱাহাটী:আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বেষ্ট ছেলিং লেখিকা তথা ব্ৰিটেইনৰ শিক্ষাবিদ তাপশ্ৰী বৰুৱাই তেওঁৰ বন্ধু-বান্ধৱীৰ সহযোগত প্ৰতিষ্ঠা কৰা আৰ.এ.ৱাই. (ৰাইজ আফটাৰ য়েষ্টাৰডে) নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে শিৱসাগৰত বান সাহায্য প্ৰদানৰ পদক্ষেপ গ্ৰহণ…
অসমৰ ১৫,০০০ পৰিয়ালৰ বাবে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডৰ ১ কোটি টকাৰ বান সাহায্য অভিযান
নৱবার্তা গুৱাহাটী: অসমৰ ভয়াবহ বান পৰিস্থিতিৰ গৰাহত পৰা বানগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হোৱাৰ উদ্দেশ্যে ১ কোটি টকাৰ এক বৃহৎ বান সাহায্য উদ্যোগ আৰম্ভ কৰিছে চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে (এছচিএনএল)। এই…
নাৰী শক্তি, সন্মান আৰু উন্নয়নৰ মঞ্চ হ’ব ‘তেজস্বিতা’
পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা অধিৱেশন; ৮-৯ আগষ্টত গুৱাহাটীত সমবেত হ’ব ৩০০ৰো অধিক মহিলা নৱবাৰ্তা গুৱাহাটী:: পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰী শক্তি, নাৰী সন্মান…
গুৱাহাটীত চুলি বিশেষজ্ঞ জাৱেদ হাবিবৰ হেয়াৰ চেমিনাৰ
নৱবার্তা গুৱাহাটী: ভাৰতৰ বিখ্যাত চুলি বিশেষজ্ঞ আৰু হেয়াৰষ্টাইলিষ্ট জাৱেদ হাবিবে বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেৰাএক্টিভ+ প্ৰফেচনেলৰ দ্বাৰা আয়োজিত এক্সক্লুছিভ হেয়াৰ চেমিনাৰ পৰিচালনা কৰে। এই অনুষ্ঠানটোৱে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ…
গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি
নৱবার্তা গুৱাহাটী: টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীৰ লখৰাৰ বিমল কাৰ্ছত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ বৈদ্যুতিক টাটা ছিয়েৰা.ইভিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, শ্ৰী বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী…
অ’ মাই ডগ’ চলচ্চিত্ৰৰ শুভমুক্তিৰ পূৰ্বে গুৱাহাটীত বিশেষ প্ৰদৰ্শন
অভিজ্ঞতাৰ কথা প্ৰকাশ পৰিচালক অমিত ৰায়ৰ নৱবার্তা গুৱাহাটী: আগন্তুক ৭ আগষ্টত ছবিগৃহলৈ আহিবলগীয়া পৰিচালক অমিত ৰায়ৰ নতুন পাৰিবাৰিক চলচ্চিত্ৰ ‘অ’ মাই ডগ’ -ৰ মুক্তিৰ পূৰ্বে গুৱাহাটীত এক বিশেষ প্ৰদৰ্শন অনুষ্ঠিত…
জিএনআৰচি হাস্পতালৰ দ্বাৰা আয়োজিত “মূৰৰ বিষৰ আধুনিক চিকিৎসা” শীর্ষক গ্রীষ্মকালীন বৈজ্ঞানিক অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ সফল সমাপ্তি
নৱবার্তা গুৱাহাটী:: জিএনআৰচি হাস্পতালে শনিবাৰে সন্ধিয়া ৬:০০ বজাৰ পৰা ৮:৩০ বজালৈ গুৱাহাটীৰনেফ্ফিৰ প্ৰেক্ষাগৃহত গ্রীষ্মকালীন চিএমই ২০২৬-মূৰৰ বিষৰ চিকিৎসাৰ শেহতীয়া অগ্রগতি সফলভাবে আয়োজন কৰে। এই বৈজ্ঞানিক অনুষ্ঠানত চিকিৎসক, স্নায়ুৰোগ বিশেষজ্ঞ, স্নাতকোত্তৰ…
পি এন বি গুৱাহাটী চক্ৰ কাৰ্যালয়ে মেগা এম এছ এম ই আৰু খুচুৰা ঋণ গ্ৰাহক সংযোগ অভিযান আয়োজন কৰে
নৱবাৰ্তা গুৱাহাটী :: পঞ্জাব নেচনেল বেংকৰ (পি এন বি) গুৱাহাটী মণ্ডল কাৰ্যালয়ে আজি গুৱাহাটীৰ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেচন (NEDFi)-ত এক মেগা এম এছ এম ই আৰু খুচুৰা ঋণ গ্ৰাহক…
NEET (UG) 2026-ত উজ্জ্বল সফলতা: ALLEN Guwahati-ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে AIR 133 লাভ কৰি অসমৰ শীৰ্ষস্থান দখল
নৱবাৰ্তা গুৱাহাটী: চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET (UG) 2026-ত ALLEN Guwahati-এ পুনৰবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। এইবাৰৰ ফলাফলত ALLEN Guwahati-ৰ শিক্ষাৰ্থী শুভ…
