• Sat. Jun 27th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শেহতীয়া

তৃতীয় বাৰ্ষিক এছ’চিয়েচন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছ (ARIS)২০২৬ সন্মিলন

নৱবাৰ্তা গুৱাহাটী:-এছ’চিয়েচন অৱ ৰবটিক আৰু ইন’ভেটিভ চাৰ্জনছ( এ আৰ আই এছ ২০২৬)-ৰ বাৰ্ষিক সম্মিলনখন শুকুৰবাৰে মেফেয়াৰ স্প্ৰিং ভেলীত অনুষ্ঠিত হয়। এই সন্মিলনখন ভাৰত আৰু বিশ্বজুৰি ৰ’ব’টিক আৰু উদ্ভাৱনীমূলক শল্যচিকিৎসাৰ ক্ষেত্ৰত…

এম ইৰ উত্তৰ-পূৰ্বৰ গুৱাহাটী আৰু শ্বিলঙত নতুন বিপণী মুকলি

এন ই ডব্লিউ এম ইৰদেশজুৰি মুঠ বিপণীৰ সংখ্যা ২৪ লৈ বৃদ্ধি নৱবার্তা গুৱাহাটী : ভাৰতৰ আগশাৰীৰ জেন জেদ (Gen Z) মহিলা-কেন্দ্ৰিক ফেশ্বন-টেক ব্ৰেণ্ড এন ই ডব্লিউ এম ই(NEWME)এ উত্তৰ-পূৰ্ব ভাৰতত…

এলেন গুৱাহাটীৰ যশৰাজ আৰু অগ্ৰিমা উত্তৰ-পূৰ্বাঞ্চলৰ টপাৰ৪৬ জন ছাত্ৰ-ছাত্ৰীয়ে ৯৭ শতাংশৰ ওপৰত স্ক’ৰ কৰিলে; ২১ জনে লাভ কৰিলে ৯৯ শতাংশৰ ওপৰত পাৰ্চেণ্টাইল

নৱবার্তা গুৱাহাটী: জেইই-মেইন ২০২৬ পৰীক্ষাৰ চেচন-২ৰ ফলাফলত এলেন গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীয়ে অসাধাৰণ সাফল্য প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে প্ৰকাশ কৰা সকলো ভাৰতীয় ৰেংকিংত এলেন গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত শীৰ্ষ স্থান দখল কৰিছে।এলেনৰ…

ষ্টাৰ হেল্থ ইঞ্চুৰেন্সৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সুস্থতা আৰু ডিজিটেল স্বাস্থ্যৰ সুবিধা সম্প্ৰসাৰণ; ২০২৬ বিত্তীয় বৰ্ষত ব্যৱসায় ১১% বৃদ্ধি, সুৰক্ষিত কৰা হৈছে ২.২ লাখ+ জীৱন

• ২০২৬ বিত্তীয় বৰ্ষৰ নৱম মাহত উত্তৰ-পূবত ৪৫ কোটি টকা মূল্যৰ ১০.৪ হাজাৰতকৈ অধিক দাবী নিষ্পত্তি কৰা হৈছে• ক্লেইম এনপিএছ উত্তৰ-পূবত আছিল ৬৫; ৯৬% নগদবিহীন দাবী কোম্পানীজুৰি ৩ ঘণ্টাৰো কম…

গুৱাহাটীৰ নাৰায়ণা বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

নৱবাৰ্তা গুৱাহাটী :কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড(চি বি এছ ই) ৰ অধীনত অনুষ্ঠিত হোৱা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা( দশম শ্ৰেণী) ৰ ফলাফল ১৫ এপ্ৰিলত আনুষ্ঠানিকভাৱে ঘোষণা কৰে।আন বছৰৰ দৰে এইবাৰো নাৰায়ণা…

৪০০ কোটি টকাৰ টাৰ্ণঅ’ভাৰ অতিক্ৰম পূৰবীৰ; ২০২৬ বিত্তীয় বৰ্ষত ৫৮,০০০ লৈ বৃদ্ধি কৃষকৰ নেটৱৰ্ক

নৱবাৰ্তা গুৱাহাটী : প্ৰাক-ৰঙালী বিহুৰ উলাহৰ মাজতে পূৰবী ডেইৰীয়ে অতিক্ৰম কৰিছে ব্যৱসায়িক সফলতাৰ এক বিশেষ মাইলৰ খুঁটি। শনিবাৰে পূৰবী ডেইৰী চৌহদত আয়োজিত প্ৰাক-ৰঙালী বিহুৰ অনুষ্ঠানৰ ক্ষণত সমবায় প্ৰতিষ্ঠানটোৱে ঘোষণা কৰা…

ষ্টাইল বাজাৰে পূৱ গুৱাহাটী বিহু সন্মিলনৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীত আয়োজন কৰিব গ্ৰেণ্ড বিহু কৰ্মশালা

নৱবাৰ্তা গুৱাহাটী::— পূব ভাৰতৰ অন্যতম আগশাৰীৰ ফেশ্বন খুচুৰা বিক্ৰেতা ষ্টাইল বাজাৰে পূৱ গুৱাহাটী বিহু সন্মিলনৰ সৈতে যোগদান কৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ, চান্দমাৰী, অসমত বাৰ্ষিক বিহু কৰ্মশালা আয়োজন কৰাৰ কথা…

দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ৪৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

নৱবার্তা, গুৱাহাটী ঃ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও দিছপুৰ প্ৰেছ ক্লাবে তেও:লোকৰ প্ৰতিষ্ঠা দিৱসত মহানগৰীত কৰ্মৰত যুৱ সাংবাদিকসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়৷ দৈনিক গণ অধিকাৰৰ সাংবাদিক বসন্ত দাসকো…

পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

নৱবাৰ্তা গুৱাহাটী: পূব-গুৱাহাটী বিহু সম্মিলনৰ ৬৫ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন কার্যসূচী দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব। পূব-গুৱাহাটী বিহু সম্মিলনৰ উপদেষ্টা তথা আজীবন সদস্যা ড” অৰুণিমা বৰুৱাই…

সময় আৰু পদকৰ প্ৰতিযোগিতা নহয়; গুৱাহাটীৰ ‘জুনিয়ৰ চাৰ্কিটত’ অবষ্টেকল ৰেচৰ এক অনন্য অভিজ্ঞতা বুটলিলে শিশুসকলে

৫০০ৰো অধিক অংশগ্ৰহণকাৰীৰ উছাহজনক সমাগম, বিজয়ৰ মঞ্চতকৈ অংশগ্ৰহণৰ আনন্দতে গুৰুত্ব দিলে মহানগমৰীৰ প্ৰথমটো শিশুৰ বিশেষ দৌৰে নৱবার্তা গুৱাহাটীঃ : পৰম্পৰাগত প্ৰতিযোগিতাৰ গতানুগতিক ধাৰা পৰিহাৰ কৰি গুৱাহাটীত দেওবাৰে অনুষ্ঠিত হয় শিশুসকলৰ…