• Mon. Apr 20th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • ত্বৰান্বিত আন্তঃগাঁথনিৰে উত্তৰ পূব ভাৰতৰ বাণিজ্যিক পাৱাৰহাউছ হিচাপে আত্মপ্ৰকাশ গুৱাহাটীৰ: জে এল এল

ত্বৰান্বিত আন্তঃগাঁথনিৰে উত্তৰ পূব ভাৰতৰ বাণিজ্যিক পাৱাৰহাউছ হিচাপে আত্মপ্ৰকাশ গুৱাহাটীৰ: জে এল এল

৮০% কাৰ্যালয় ষ্টক সম্প্ৰসাৰণ, খুচুৰা খণ্ডৰ খালী ঠাই হ্ৰাস, আৰু সীমিত ঔদ্যোগিক উপলব্ধতাই বিনিয়োগৰ উত্থানৰ সৈতে অভূতপূৰ্ব বিকাশৰ বাবে স্থান শক্তিশালী কৰিছে কৌশলগত গেটৱে চহৰখনেনৱবাৰ্তা গুৱাহাটী – ২০২৮ চনৰ ভিতৰত…

Drum Taoএ টয়োটাৰ দ্বাৰা আয়োজিত এক উচ্চ-শক্তিৰ অনুষ্ঠানত গুৱাহাটীক আকৰ্ষিত কৰেDrum Taoৰ ১৪ দিনীয়া ভ্ৰমণে ভাৰত আৰু জাপানৰ মাজৰ গভীৰ সাংস্কৃতিক সম্পৰ্ক আৰু দীৰ্ঘদিনীয়া বন্ধুত্বক সন্মান জনায়

নৱবার্তা গুৱাহাটী:: টয়োটা কিৰ্লোস্কাৰ মটৰ (TKM) আৰু Drum Taoএ গুৱাহাটীলৈ শক্তি আৰু ছন্দৰ এক অবিস্মৰণীয় মিশ্ৰণ কঢ়িয়াই আনিছে। শ্বিলং চেৰী ব্লজম ফেষ্টিভেল, কোহিমাৰ হৰ্নবিল মিউজিক ফেষ্টিভেল, আৰু চেন্নাই, বাংগালোৰ, দিল্লী,…

গোপীনাথ নগৰত বিশ্ব দিবাংগ দিৱস পালন

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীৰ গোপীনাথ নগৰত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব দিবাংগ দিৱস পালন কৰা হয়। লায়ন্স ইণ্টাৰনেশ্যনেল জিলা ৩২২জী য়ে গোপীনাথ নগৰৰ খেলপথাৰত আয়োজন কৰা এই দিৱস ভাৰত চৰকাৰৰ শ্ৰম আৰু…

ৰয়েল চেলেঞ্জ পেকেজড ড্ৰিংকিং ৱাটাৰে কমিক কন গুৱাহাটী ২০২৫ ত গেমিঙৰ অভিজ্ঞতা উন্নত কৰেইস্পৰ্টছৰ প্ৰতি ব্ৰেণ্ডটোৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি আৰু ভাৰতৰ বিকশিত গেমিং সংস্কৃতি শক্তিশালী কৰা

নৱবার্তা গুৱাহাটী:: ৰয়েল চেলেঞ্জ পেকেজড ড্ৰিংকিং ৱাটাৰে ইয়াৰ ক্ৰিকেট গেমিং জ’নৰ সৈতে গুৱাহাটী কমিক কন 2025-লৈ বৈদ্যুতিক শক্তি আনিছে, যাৰ ফলত ইস্পৰ্টছ অনুৰাগী, কছপ্লেয়াৰ আৰু পপ-সংস্কৃতি প্ৰেমীসকলক দুদিনৰ অবিৰাম কাৰ্যলৈ…

জুবিন গাৰ্গৰ স্মৃতিত ‘জুবিন’ কালেকশ্যন মুকলি

নৱবার্তা গুৱাহাটী::প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে স্প্ৰিহা প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ শেহতীয়া কালেকচন ‘জুবিন’ উন্মোচন…

গুৱাহাটীত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত আই অ’ কিউ এম আৰুএ এন টি এইচ ই ২০২৫ত কৃতিত্ব অর্জনকাৰীক সম্বৰ্ধনা আকাশৰ

গুৰুত্বপূৰ্ণ দিশসমূহএ এন টি এইছ ই-• অসম বি ইউৰ পৰা ২৩ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ স্থান দখল কৰিছে আৰু ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ ১০০ % জলপানি লাভ কৰি সমগ্ৰ অঞ্চলটোৰ উল্লেখনীয়…

“৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়”- জি এন আৰ চি হাস্পতালপ্ৰাৰম্ভিক অৱস্থাত ৰোগ নিৰ্ণয় আৰু সঠিক সময়ত উপযুক্ত যতন লোৱাৰ বাবে ৰাইজলৈ আহ্বান জি এন আৰ চি হাস্পতালৰ

• মাথোঁ অসমতেই ৩ লক্ষাধিক মৃগীৰোগত আক্ৰান্ত ব্য়ক্তি আছে। বিশেষজ্ঞসকলৰ মতে ইয়াৰে অধিকাংশই ধৰা নপৰাকৈ আৰু চিকিৎসা নকৰাকৈ থাকি যায়।• আমি সচৰাচৰ দেখা পোৱা ফিটৰ বাহিৰেও মৃগীৰোগৰ ৪০ টাতকৈও অধিক…

গুৱাহাটী বিশ্ববিদ্যালয়ত বালিপৰা ফাউণ্ডেচনৰ প্ৰকৃতিবিজ্ঞান গৱেষণা সন্মিলন আৰম্ভ

‘নৱবার্তা গুৱাহাটী ঃ বালিপৰা ফাউণ্ডেচনে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগিতাত আয়োজন কৰা দুদিনীয়া প্ৰকৃতিবিজ্ঞান গৱেষণা সন্মিলনখন শনিবাৰৰ পৰা বিৰিঞ্চি কুমাৰ বৰুৱা পেক্ষাগৃহত আৰম্ভ হৈছে৷ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী, গৱেষক পণ্ডিত আৰু বিভিন্ন…

মহানগৰ জিলা পৰিবহন কাৰ্যালয়ত পথ সজাগতামূলক অনুষ্ঠান

নৱবার্তা গুৱাহাটী,: শিশু দিৱসৰ দিনটোতেগুৱাহাটীৰ ছেফটি ড্ৰাইভিং এডুকেচন চেণ্টাৰত হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই বাথৌপুৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিডছ কাৰ্নিভাল পথ সুৰক্ষা অনুষ্ঠান অনুষ্ঠিত কৰে। হোণ্ডা…

শিশু দিৱসৰ লগত সংগতি ৰাখি হায়াত হাস্পাতালত’এধানী হৃদয়ৰ বাবে এদিন”কাৰ্যসূচী

নৱবার্তা গুৱাহাটী :ৰোগীৰ সুৰক্ষা আৰু অত্যাধুনিক উন্নত মানদণ্ডৰ চিকিৎসাৰ প্রতিশ্রুতিকে দোহাৰে হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পাতাল কর্তৃপক্ষই। বৃহস্পতিবাৰে হায়াত হাস্পাতালৰ প্রাঙ্গণত “শিশু দিৱস” উপলক্ষে আয়োজিত কৰা বিনামূলীয়া চিকিৎসা শিবিৰ আৰু সংবাদমেল…