নৱবার্তা গুৱাহাটী, : সদ্য মুক্তিপ্রাপ্ত চিকাৰ ছবিখনৰ উল্লেখনীয় ব্যৱসায়ীক সফলতাত উৎসাহিত হৈ বিগ ফিল্মছ মিডিয়াই ঘোষণা কৰিছে তেওঁলোকৰ পৰৱৰ্তী ছবি “মায়া ৮.৮”। এক সিহৰণকাৰী ভৌতিক কাহীনিৰে “মায়া ৮.৮” ছবিগৃহলৈ আহিব…
নৱবার্তা গুৱাহাটী: গুৱাহাটীৰছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী থিমৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্শণীয় কৰিব পৰাকৈ বা বুজিব পৰাকৈ থিম লৈ আহিছে ৷এইবেলিওঁ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয় মহিলা সকল আৰু…
নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত অহা২৭ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা আৰম্ভ হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত আইটিএফএএৰ উপ-সভাপতি ৰাজেশ দাসে…
নৱবার্তা গুৱাহাটী, : ভাৰতৰ আগশাৰীৰ আৱৰ্জনা ব্যৱস্থাপনা প্ৰতিষ্ঠান হুল্লাডেক ৰিচাইক্লিং প্ৰাইভেট লিমিটেডে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম(পিচিবিএ)ৰ সহযোগত ই- আৱৰ্জনা ব্যৱস্থাপনা শীৰ্ষ সন্মিলন ২০২৪, অসম সংস্কৰণ সফলতাৰে আয়োজন কৰে। গুৱাহাটীত অনুষ্ঠিত…
নৱবার্তা গুৱাহাটীঃ ষ্ট্ৰোকৰ বিস্তৃত পৰিচৰ্যা ৰ ওপৰত গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ বাৰাণসীত ইণ্ডিয়ান ষ্ট্ৰ’ক এছ’চিয়েশ্যনে (আই এছ এ) আৰম্ভ কৰা ‘মিশ্যন ব্ৰেইন এটেক’শীৰ্ষক দেশজোৰা অভিযানে গুৱাহাটীত ব্যাপক সঁহাৰি লাভ কৰিছে।…
নৱবার্তা গুৱাহাটী: ছেভ ভৰলু অভিযান উদ্যোগত ‘বিশ্ব নদী দিৱস’ উপলক্ষে এলানী মানৱ শৃংখলৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ছেভ ভৰলু অভিযান উদ্যোগত ‘শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা…
নৱবার্তা গুৱাহাটী:বহুপ্ৰতীক্ষিত, বৰ্তমান সময়ৰ সৰ্বাধিক চৰ্চিত চলচ্চিত্ৰখন উপভোগ কৰিবলৈ সাজু হওক। জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গেই। বিগ বাজেটৰ কথাছবিখনৰ প্ৰযোজনা কৰিছে লণ্ডনস্থিত প্ৰযোজক ছেম ভট্টাচাৰ্য…
নৱবার্তা গুৱাহাটী,:ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সাংস্কৃতিক সামগ্রীক সমন্বয় তথা কলা সংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰখাৰ উদ্দেশ্যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বীথিকাত ‘সাংস্কৃতিক সংগম’- ‘কালচাৰেল কনফ্লুৱেন্স’ শীর্ষক এখনি চিত্র প্রদর্শনী দেওবাৰৰ পৰা ২৬…
নৱবার্তা গুৱাহাটী :অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত বিয়লি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আৰাম্ভণিতেই বৰগীত পৰিবেশন কৰে…
নৱবাৰ্তা,গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত সত্যনাথ বৰা হলত১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বপ্ৰাক দুৰ্গা পূজা মেলা। এই মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ কুইন ওজা। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া…