নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ পানবজাৰস্থিতহৰি সভাত বৃহস্পতিবাৰেনিখিল অসম স্বর্ণশিল্পী সমিতি কামৰূপ জিলাৰ সকলো সদস্য, কার্যকর্তা, শ্বোৰুম মালিক তথা জুবেলাৰী প্রতিষ্ঠানৰ লগত সংযোগ হৈ থকা সকলো ব্যবসায়িক সামৰি শ্বহীদ দিবস” উদযাপন কৰা…
জি এন আৰ চি কেয়াৰছ: জ্যেষ্ঠ নাগৰিকৰ বাবে একস্বাস্থ্যসেৱাৰ বিশেষ পদক্ষেপ নৱবার্তা গুৱাহাটী:উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটি হাস্পতালজিএনআৰচি দিছপুৰে দেওবাৰে ৩৮ বছৰীয়া জয়ন্তী উদযাপন কৰি ৰাইজৰ স্বাস্থ্যৰ যতনৰ প্ৰতি নিজৰ…
নৱবার্তা গুৱাহাটী: বিগত বছৰৰ দৰে এইবছৰো চাইট ফাৰ্ষ্ট গুৱাহাটীৰ উদ্যোগত লুই ব্ৰেইল দিৱস পালন কৰা হয় ৷ এই উপলক্ষে শনিবাৰে কটন কলেজ এলামনাই হাউচত অনুষ্ঠিত এই অনুষ্ঠানত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত…
শিক্ষাবিদ-চিন্তশীল লেখক ড০ অমৰজ্যোতি চৌধুৰীৰ জীৱন কৃতি সম্বলিত গ্ৰন্থ উন্মোচন নৱ প্ৰজন্মৰ পথপ্ৰদৰ্শক ড০ চৌধুৰীঃ গৌতম শৰ্মা নৱবার্তা গুৱাহাটী:: শিক্ষা-সাহিত্য-সংস্কৃতি জগতখনৰ অন্যতম পুৰোধা ব্যক্তি হিচাপে পৰিচিত ড০ অমৰজ্যোতি চৌধুৰীৰ জীৱন…
অ ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১লাখ টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত কিতাপ বিক্ৰীয়ে নতুন অভিলেখ গঢ়াৰ আশা # প্রজ্ঞাবাহক ড° প্রাঞ্জল বুঢ়াগোহাঁইৰ ফটোৰে ৰেইনচফ্টৰ কেলেণ্ডাৰ’#জ ব্ৰিটিছে জাপি থৈ…
Naba barta Guwahati– Godrej Agrovet Limited (Godrej Agrovet), a leading diversified agri-business company, today announced the launch of Godrej Pride Hog, a scientifically developed pig feed range designed to provide…
নৱবার্তা –গুৱাহাটী : গুৱাহাটীৰ আমবাৰী ট্ৰেফিক ৰ’টাৰীৰ উত্তৰ দিশে নৱনিৰ্মীত পথচোৱা অসমৰ এগৰাকী সৰবৰহী ব্যক্তি তথা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম প্ৰতিস্থাপক সদস্য আৰু প্ৰাক্তন সভাপতি প্ৰয়াত দীপক…
‘ নৱবার্তা গুৱাহাটী:: গুৱাহাটীৰ চানমাৰিস্থিতঅসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বুক কালচাৰ নামৰ অনুষ্ঠানৰ উদ্যোগতবছৰৰ শেষৰ কুইজ সমাৰোহ আয়োজন কৰা হৈছে। ‘অৰ’বৰ’ছ’ শীর্ষক কুইজ প্ৰতিযোগিতাখন২৮ ডিচেম্বৰৰপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব। ‘স্কুল…
গুৱাহাটী প্ৰেছ ক্লাবত ‘ গ্ৰন্থখনৰ জৰিয়তে এটা নতুন দিগন্তৰ পথ প্ৰশস্ত হ’ব-ড০ দয়ানন্দ পাঠক ‘নৱবার্তা গুৱাহাটী : “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ” শীৰ্ষক গ্ৰন্থখন শুকুৰববাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়।…