• Wed. Apr 15th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বৃহত্তৰ ছাত্ৰীবাৰী হিন্দু সন্মিলন

ByNaba Barta

Feb 9, 2026
Spread the love


নৱবার্তা গুৱাহাটী: দেওবাৰে দিনৰ ১১-০০ বজাত ছাত্ৰীবাৰী চৰকাৰী আৰৱান বুনিয়াদী বিদ্যালয়ৰ বাকৰিত স্বয়ংসেৱক সংঘৰ উদ্যোগত বৃহত্তৰ ছাত্ৰীবাৰী হিন্দু সন্মিলন অনুষ্ঠানত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আজিৰ সভাৰ সভাপতিত্বত থকা সন্তলাল মিত্ৰই
উক্ত অনুষ্ঠানত মুখ্যবক্তা স্পিকাৰ সুস্মিতা দাস ৰাও’বিশিষ্ট অতিথি সক’ল ক্ৰমে ’গৌৰৱ ত্ৰিবেদী’নৰশ্বিমহা মুৰ্তি’জী’ অধ্যাপক সৎজিত পালৰ’লগতে উপস্থিতত থাকে
সম্পাদক প্ৰণয় ৰয় চোধুৰী
সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহন কৰে তুলিকা লহকৰ ঘ্ৰুমৰ নৃত্য নিশা বাল্মিকী’ৰ নেত্ৰীত্বত পৰিবেশন কৰে ৷ বড়ো নৃত্য শ্ৰুতি সৰকাৰে পৰিবেশন কৰে ৷’ বেংগলি গীত পৰিবেশন কৰে সুনিতা গিৰী’ৰ নেত্ৰিত্বত চঠ মেয়ে আধাৰিত নৃত্য পৰিবেশন কৰে ৷ আৰু উক্ত অনুষ্ঠানত তিনিশৰো অধিক কাৰ্যকৰ্তা আৰু জনসাধাৰণ উপস্থিত থাকে ৷ বুলি কাৰ্যকৰ্তা পল্লৱী দাস আৰু মিঠু দাসে এক প্ৰেছবিবৃত্তি যোগে জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *