• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতপূৰ্বোত্তোৰ আদি মেলা

ByNaba Barta

Nov 10, 2024
Spread the love

নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ৬ খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ‘পূৰ্বোত্তোৰ আদি মেলা’।কেন্দ্ৰীয় আদিবাসী আৰু জনজাতি মন্ত্ৰী জুৱেল ও’ৰাম
আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস অ’ইকে, মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মেলাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (ট্টাইফেড) ৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা এই মেলাখন
উদ্বোধন কৰি কেন্দ্ৰীয় জনজাতি আৰু আদিবাসী পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱেল ও’ৰামে কয়- হিমাচলা, পশ্চিম বংগ আদিৰ পৰা আৰু সাতদিনীয়া এই মেলাত অংশগ্ৰহণ কৰিছে। এই মন্ত্ৰালয়ৰ অধীনত ট্ৰাইফেডে কাম কৰে। মেলাখনৰ সফলতা কামনা কৰে।৮ হাজাৰ কোটিৰে আৰম্ভ হোৱা এই মন্ত্ৰালয়ে চাৰে তিনি লাখ কৌটি এতিয়া আমি খৰচ কৰিম।
জনজাতি সকলৰ সামাজিক, আৰ্থিক উন্নয়ন আমি বিচাৰো। আমাৰ বাবে গুৰুত্বপূৰ্ণ অংশ ট্ৰাইফেড । উত্তৰ পূৰ্বাঞ্চল সম্পূৰ্ণৰূপে জৈৱিক ৰূপে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰা উচিত। চিকিম হ’ল।বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ’ব।১০ খন খাদ্যৰ বিপনী আছে।লুক ইষ্ট পলিচি প্ৰধান মন্ত্ৰী ৰ এই নির্দেশত ইয়াত কাম হৈছে। পূৰ্বৰ আতংক এতিয়া আৰু নাই।জনজাতীয় লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিব ৩ লাখ কোটি টকা খৰচ কৰিব ৮ ৰ পৰা ৯ টা বিভাগে এই টকা বিনিয়োগ কৰিব
জনজাতি অঞ্চলত শীঘ্ৰে ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মান হব জনজাতি লোকে ২০ লাখ লোকে প্ৰধানমন্ত্ৰী অৱাস যোজনা জনজাতি অঞ্চলত দুগুণ বৃদ্ধি কৰা আয়ুসমান কাৰ্ড
পি এম কিষাণ আঁচনি বৃদ্ধি লৰা হব জনজাতীয় অঞ্চলত
১৫ নৱেম্বৰত দেশত পালন কৰা হব জনজাতীয় গৌৰৱ দিৱস বিহাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই কায্যসূচিত উপস্থিত থাকিবসমগ্ৰ দেশতে এই উৎসৱ পালন কৰা হব। ৬ জনগোষ্ঠীৰ জনগোষ্ঠীকৰণৰ বৰ্তমানো হোৱা নাই সিদ্ধান্ত আন্দোলনৰ মাজতে স্পষ্ট কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। জনগোষ্ঠীৰ জনজাতিকৰণ বৰ্তমানো বিচাৰাধীন।৬ জনগোষ্ঠীৰ আন্দোলনৰ মাজতে এই ঘোষণা কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰামে। অনুষ্ঠানত মন্ত্ৰী
ডাঃ ৰণোজ পেগুৱে ভাষণত কয়-জনজাতি, আদিবসীলোকে নিজৰ প্ৰয়োজন অনুসৰিহে প্ৰদাকচন কৰে।প্ৰয়োজনতকৈ অধিক প্ৰদাকচন নকৰে। ব্যৱসায় দিশত তেওঁলোকক অধিকভাৱে জড়িত কৰা জৰুৰী। প্ৰধান মন্ত্ৰী ৰ বন ধন যোজনা, ট্ৰাইফেড আহিল তেওঁলোকক আগবঢ়াই অনাৰ বাবে। হেণ্ডলুম আৰু খেতি অসংগঠিত ক্ষেত্ৰ। ইয়াক সঠিক ৰূপত মাৰ্কেটিং কৰা জৰুৰী।কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী দুর্গাদাস উইকে ভাষণত কয়-৬৩ বছৰ শাসন।কৰে সকলে নাভাবিলে
জনজাতি সমাজৰ কথা চিন্তা কৰা নাছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, জনজাতি সকলৰ সশক্তিকৰণৰ বাবে কাম কৰি আহিছে ।আৰ্থিকভবে স্বাৱলম্বন কৰাৰ প্ৰয়াস। জনজাতি সকলৰ সৰ্বাংগীণ উন্নয়ন কৰিছে।ট্ৰাইফেডৰ উপাধ্যক্ষ
পবিত্ৰ কুমাৰ কহৰ, ট্ৰাইফেডৰ মহা প্ৰৱন্ধক কৰ্ণেল কাশ্যপ,
আঞ্চলিক মহা প্ৰৱন্ধক পি কেচিং , ট্ৰাইফেডৰ অধ্যক্ষ
ৰাম সিং ৰাথোৱাই মেলাখনৰ বিষয়ে চমুকৈ কয়। ট্ৰাই ফেডৰ
আঞ্চলিক সঞ্চালক আশিষ চেতৰ্জীয়ে আদৰণি ভাষণ দিয়ে। এই মেলাখনৰ
১৫ নৱেম্বৰত সামৰণি পৰিব। মেলাখনত উত্তৰ- পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই অংশগ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *