নৱবার্তা গুৱাহাটী: ভাৰতৰ আগশাৰীৰ, সুবৈচিত্র্যপূর্ণ বিত্তীয় সেৱা প্ৰদানকাৰী আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা আদিত্য বিৰলা হেল্থ ইকুৰেন্স কোম্পানী লিমিটেডে (“এভিআইচিএল”) ‘ এক্টিভ ৱান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে এক সৰলীকৃত আৰু বিস্তৃত স্বাস্থ্য বীমা আঁচনি। এই প্লেনৰ অধীনত পলিচী হণ্ডাৰসকলক কেৱল নিজৰ স্বাস্থ্য বীমাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰদান কৰে টেইলৰ-মেড চল্যুচন, সমান্তৰালভাৱে এইসকল লোকক নিজৰ আটাইতকৈ স্বাস্থ্যকৰ সংস্কৰণ হ’বলৈও সক্ষম কৰি তোলে। ১০০% হেল্থৰিটাৰ্নছটিএম, ক্লেইম প্রটেক্ট, নো চাব-লিমিট, চুপাৰ ৰিলোড আৰু চুপাৰ ক্রেডিটৰ দৰে প্ৰধান সুবিধাসমূহেৰে ভৰপূৰ, এক্টিভ ৱান হৈছে এইপর্যন্ত ভিআইচিএলৰ আটাইতকৈ বিস্তৃত সামগ্রী, যিয়ে গ্রাহকসকলক নিজৰ স্বাস্থ্য নিশ্চিতি আৰু স্বাস্থ্য বীমাৰ প্ৰয়োজনীয়তাৰ বাবে রান-ষ্টপ-চল্যুচন প্ৰদান কৰে। এই নতুন পলিচী মুকলিৰ বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰি আদিত্য বিৰলা হেল্থ ইঞ্চৰেন্সৰ চিইঅ’ মায়ংক বাথৱালে কয় যে, “এক্টিভ রান আমাৰ অংশীদাৰসকলৰ কথা শুনি ইনপুট আৰু অন্তর্দৃষ্টিৰ ভিত্তিত শুভ কার্য বা ভালে থকাৰ ফল আমাৰ গ্ৰাহক, উপদেষ্টা, বিতৰক আৰু অংশীদাৰ। আমি এক্টিভ ব্রান বিকশিত কৰিলোঁ, যিয়ে প্ৰতিজন গ্ৰাহকৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰে মানুহৰ বিভিন্ন স্বাস্থ্য বা জীৱনৰ পর্যায়ত আৰু দীর্ঘদিনীয়া ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত সাহস হৈ ঠিয় দিছে। এভিএইচআইত আমাৰ দৃষ্টিভংগী সদায় সুস্থতাক প্ৰসাৰিত কৰা, পলিচীহল্ডাৰক সুস্থ লাইফষ্টাইল আৰু সামগ্রিক কল্যাণক আকোৱালি ল’বলৈ উৎসাহিত কৰা। এক্টিভ ৱানৰ জৰিয়তে আমি নিশ্চিত কৰিব বিচাৰোঁ যে, আমাৰ পলিচিধাৰীসকলে ব্যক্তিগতকৃত, আনন্দদায়ক আৰু চিন্তামুক্ত এক সৰলীকৃত আৰু ব্যাপক স্বাস্থ্যসেৱা সমাধানৰ অভিজ্ঞতা প্ৰদান কৰে।”
এক্টিভ ব্রান এক্টিভ রানে নিজৰ বিস্তৃত প্ৰতিস্থাপিত সুবিধাৰ সৈতে থিয় দিছে, যাৰ ভিতৰত আছে ৰোগীক চিকিৎসালয়ত ভর্তি কৰা আৰু চিকিৎসালয়ত ভর্তি হোৱাৰ আগৰ আৰু পিছৰ খৰচ ৯০ আৰু ১৮০ দিনলৈকে সম্প্ৰসাৰিত কৰা। প্ৰথমবাৰৰ বাবে আদিত্য বিৰলা হেল্থে এই প্লেনৰ অধীনত কভাৰেজ লিভ- ইন অংশীদাৰ (একে বা বিপৰীত লিংগ) আগবঢ়াব। ইয়াৰ লগতে পলিচীত দীর্ঘম্যাদী যতন আৱৰণ আছে যিয়ে সাতটা দীর্ঘম্যাদী ৰোগ যেনে হাপানি, উচ্চ ৰক্তচাপ, হাই কলেষ্টেৰল, মধুমেহ, ক্রনিক অবস্ট্রাক্টিভ পালমনাৰী ডিজিজ, মেদবহুলতা আৰু কৰোনেৰী আৰ্টাৰী (ধমনী) ৰোগ (১ বছৰৰ পূৰ্বে কৰা পিটিচিএ) লোকসকলক দিন ১ আৱৰণ (শূন্য অপেক্ষাৰ ম্যাদ) প্ৰদান কৰে।
এভিআইচিএলৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰি মানুহৰ মঙ্গলৰ বাবে এক্টিভ ৱানত অন্তর্ভুক্ত কৰা হৈছে হেল্থৰিটাৰ্নটিএম সুবিধা, যিয়ে পলিচী হল্ডাৰক নিজৰ সম্পূৰ্ণ প্রিমিয়াম (১০০% লৈকে হেল্থৰিটাৰ্ণ) ঘুৰাই দিবলৈ সক্ষম কৰি তোলে যি হৈছে হেল্থী হার্ট স্কোৰ “, ফিটনেছ মূল্যায়ন ফলাফল আৰু মাহিলী আধাৰত ৰেকৰ্ড কৰা সক্রিয় দিন ” সংখ্যাৰ ওপৰত আধাৰিত কৰি প্ৰাপ্ত কৰিব পাৰি। গ্রাহক এজনে ‘যিকোনো নিৰ্ধাৰিত ফিটনেছ কার্যকলাপ যেনে, ১০,০০০ খোজ খোজকাঢ়ি বা নিয়মীয়া ব্যায়াম, যোগাসন আদিৰ সহায়ত এক্টিভ ডেজ “” আহৰণ কৰিব পাৰে।
আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা আদিত্য বিৰলা হেল্থ ইকুৰেন্স কোম্পানী লিমিটেডে (“এভিআইচিএল”) ‘ এক্টিভ ৱান আৰম্ভ
