• Sun. Jun 28th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শেহতীয়া

গুৱাহাটীত অ’নিডা কানেক্টিং কনক্লেভ ২০২৫

নৱবার্তা গুৱাহাটী: জি-হেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত অ’নিডাই দেওবাৰে গুৱাহাটীত আয়োজন কৰে অ’নিডা কানেক্টিং কনক্লেভ ২০২৫ । অ’নিডাই বজাৰৰ লগতে গ্ৰাহকৰ সৈতেও পুনৰ সংযোগ স্থাপন কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ…

গুৱাহাটী লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয় ঘেৰাও আছুৰ

নৱবার্তা গুৱাহাটী:: সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি গুৱাহাটীৰ চানমাৰিস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ ৰাজপথ পদপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত আৰু ৰাজপথ পদপথ মেৰামতি কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন…

সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু তেওঁৰ স্বামী দিব্যজ্যোতি গোস্বামীৰ জি এম চি এইছত নেত্ৰদান

‘নৱবার্তা গুৱাহাটী: সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু তেওঁৰ স্বামী দিৱ্যজোতি গোস্বামীয়ে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই বেংকত তেওঁলোকৰ নেত্ৰ দান কৰে । উল্লেখ‍্য, প্ৰতিষ্ঠিত সংগীত শিল্পী জীনা ৰাজকুমাৰীয়ে বিগত…

ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতৰ সমস্যা সমাধানকাৰী হ’বলৈ সক্ষম কৰি তুলিবলৈ আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেড (AESL)-এ এন্থে(ANTHE)-ৰ ১৬টা গৌৰৱোজ্জ্বল বছৰ

এন্থে ২০২৫-ৰ আৰম্ভণিৰ সৈতে উদযাপন কৰিছে ; পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে ২.৫ কোটি টকা ঘোষণা #১০০% পৰ্যন্ত জলপানি #২৫০ কোটি মূল্যৰ কোটি মূল্যৰ নগদ পুৰস্কাৰ ঘোষণা •…

শঙ্কৰদেৱ কলাক্ষেত্ৰত ইষ্ট মণ্ডল আঞ্চলিক এবিলিম্পিক ২০২৫ৰ শুভ উদ্ধোধনঅনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে দক্ষতা আৰু অন্তৰ্ভুক্তিৰ ওপৰত চৰ্চা কৰা হয়

নৱবাৰ্তা গুৱাহাটী::চেন্নাই, মুম্বাই আৰু লক্ষ্ণৌত সফলতাৰে সমাপন কৰাৰ পিছত আজি ইয়াৰ শঙ্কৰদেৱ কলাক্ষেত্ৰত দুদিনিয়কৈ অনুষ্ঠিত হোৱা ইষ্ট জ’ন ৰিজিঅ’নেল এবিলিম্পিক ২০২৫ উদ্ধোধন কৰা হয়। এই বছৰৰে নৱেম্বৰ মাহত দিল্লীত অনুষ্ঠিত…

গুৱাহাটীত স্মাৰ্ট সুৰক্ষাৰ নতুন পৰিসৰ মুকলি কৰিলে গড্ৰেজেআধুনিক বাসগৃহ আৰু গহণালয়ৰ বাবে ডিজাইন আৰু প্ৰযুক্তিৰ মিশ্ৰণ

~আধুনিক গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ স্মাৰ্ট উদ্ভাৱনৰ সৈতে ৮০% বজাৰ অংশীদাৰিত্ব দখল কৰাৰ লক্ষ্য~ নৱবার্তা গুৱাহাটী– গুৱাহাটীৰ দ্ৰুতগতিত বৃদ্ধি পোৱা নিৰাপত্তা সমাধানৰ বজাৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি গড্ৰেজ এণ্টাৰপ্ৰাইজেছ…

মহাবল চিমেণ্টৰ সৈতে সংযোগ অস্বীকাৰ আদানী গ্ৰুপৰ; অসমত আদানী গ্ৰুপৰ বাবে ভূমি আবণ্টনৰ দাবী “ভিত্তিহীন”

নৱবার্তা গুৱাহাটী: অসম চৰকাৰে ডিমা হাচাও জিলাত ৩,০০০ বিঘা মাটি আবণ্টন দিয়া বুলি দাবী কৰি প্ৰচাৰিত বাতৰিৰ বিৰুদ্ধে সোমবাৰে আদানী গ্ৰুপে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।আহমেদাবাদৰ পৰা সংবাদ মাধ্যমৰ বিবৃতিত আদানী গ্ৰুপে…

ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত পিংকুমণিক ১৮টা অস্ত্ৰোপচাৰেৰে পুনৰ জীৱন দান অমৃতা হাস্পতালৰ

গুৱাহাটীত বিশেষজ্ঞ চিকিৎসকৰ সংবাদ মেল নৱবার্তা গুৱাহাটী:চিকিৎসাৰ ক্ষেত্ৰত সঠিক দল আৰু প্ৰস্তুতিৰ দ্বাৰা অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো সফল হ’ব পাৰি আৰু ইয়াৰে এক উদাহৰণ দাঙি ধৰিছে ফৰিদাবাদৰ অমৃতা হাস্পতালে। চলিত বৰ্ষৰ…

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিক উদ্বোধন

নৱবার্তা গুৱাহাটী : জিএনআৰচি গ্রুপ অব হাস্পতালৰ উদ্যোগত স্নায়ুৰোগৰ বিভিন্ন চিকিৎসাৰ বাবে আজি জিএনআৰচি দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিক উদ্বোধন কৰা হয়। এই বটুলিনাম টক্সিন স্নায়ুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে…

গুৱাহাটীত ৩০ জন সেৱা প্ৰযুক্তিজ্ঞানীক প্ৰশিক্ষণ

সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ নৱবার্তা গুৱাহাটী:গুৱাহাটীত ৩০ জন সেৱা প্ৰযুক্তিজ্ঞানীক প্ৰশিক্ষণ ৰসামৰণি অনুষ্ঠান সোমবাৰে চানমাৰিত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্রী ড° ৰণোজ পেগুরে কয়, ‘চাকৰি পোৱাৰ ক্ষেত্ৰত প্রতিযোগিতা…