নাৰী শক্তি, সন্মান আৰু উন্নয়নৰ মঞ্চ হ’ব ‘তেজস্বিতা’
পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা অধিৱেশন; ৮-৯ আগষ্টত গুৱাহাটীত সমবেত হ’ব ৩০০ৰো অধিক মহিলা নৱবাৰ্তা গুৱাহাটী:: পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰী শক্তি, নাৰী সন্মান…
গুৱাহাটীত চুলি বিশেষজ্ঞ জাৱেদ হাবিবৰ হেয়াৰ চেমিনাৰ
নৱবার্তা গুৱাহাটী: ভাৰতৰ বিখ্যাত চুলি বিশেষজ্ঞ আৰু হেয়াৰষ্টাইলিষ্ট জাৱেদ হাবিবে বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেৰাএক্টিভ+ প্ৰফেচনেলৰ দ্বাৰা আয়োজিত এক্সক্লুছিভ হেয়াৰ চেমিনাৰ পৰিচালনা কৰে। এই অনুষ্ঠানটোৱে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ…
গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি
নৱবার্তা গুৱাহাটী: টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীৰ লখৰাৰ বিমল কাৰ্ছত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ বৈদ্যুতিক টাটা ছিয়েৰা.ইভিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, শ্ৰী বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী…
অ’ মাই ডগ’ চলচ্চিত্ৰৰ শুভমুক্তিৰ পূৰ্বে গুৱাহাটীত বিশেষ প্ৰদৰ্শন
অভিজ্ঞতাৰ কথা প্ৰকাশ পৰিচালক অমিত ৰায়ৰ নৱবার্তা গুৱাহাটী: আগন্তুক ৭ আগষ্টত ছবিগৃহলৈ আহিবলগীয়া পৰিচালক অমিত ৰায়ৰ নতুন পাৰিবাৰিক চলচ্চিত্ৰ ‘অ’ মাই ডগ’ -ৰ মুক্তিৰ পূৰ্বে গুৱাহাটীত এক বিশেষ প্ৰদৰ্শন অনুষ্ঠিত…
মেঘালয়ৰ শ্বিলঙত প্ৰথমটো কেন্দ্ৰ মুকলি আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ(এইএছএল)
কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ শৈক্ষিক সমৰ্থন শক্তিশালী কৰাৰ বাবে আছাম ৰাইফলছৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ ● উত্তৰ-পূৰ্বাঞ্চলৰ ১০ সংখ্যক আকাশ ইনষ্টিটিউট হ’ব শ্বিলং। ● নতুন কেন্দ্ৰটোত ইঞ্জিনিয়াৰিং আৰু মেডিকেল প্ৰৱেশ…
