Spread the love নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীৰ বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত গান্ধীজয়ন্তী উপলক্ষে স্বচ্ছতা অভিযান পল্টনবজাৰৰ নলিনী বালা দেৱী উদ্যানত কৰা হয়। গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস বিষ্ণুপুৰ মণ্ডলৰ সভানেত্ৰী কৃষ্ণা দাস ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী ১৯ ৱাৰ্ডৰ পাৰিষদ বৃজেশ ৰয় বিষ্ণুপুৰ মণ্ডলৰ উপ -সভাপতি কিশোৰ মিত্ৰ প্ৰাক্তন পাৰিষদ মুকুল কলিতা গুৱাহাটী মহানগৰৰজিলাৰ প্ৰাক্তন উপ-সভাপতি দিপাংকৰ ভট্ৰাচাৰ্য বিষ্ণুপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক বাবুল ৰাজবংশী কৃষান মৰ্চাৰ জিলাৰ সভাপতি সঞ্জীপ সমৰ ডেকা শক্তিকেন্দৰ আহ্বায়ক শুভ্ৰজ্যোতি সৰকাৰ বিষ্ণুপুৰ মণ্ডলৰ এচটি মৰ্চাৰ সভাপতি ৰাজ খাকলাৰী আদিৰ লগতে কেবাজনো উপস্থিত থাকে। Post navigation বিশ্ব হৃদ দিৱসঃ মহানগৰীত “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সজাগতা সমদল শাৰদীয় দুৰ্গোৎসৱৰ বতৰত নেষ্ট এছিয়াত উপভোগ কৰক বিশেষ থাই সোৱাদ: চেফ ৰাজা দাসৰ সৈতে লাভ কৰক অনন্য ৰন্ধন অভিজ্ঞতা
মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সহযোগত ছাত্ৰীবাৰীতজুবিন দিৱস Sep 22, 2026 Naba Barta
দক্ষিণ কোৰিয়াত অসম জীয়ৰীৰ গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ ডা:সুদৰ্শিনী নাথৰ Sep 16, 2026 Naba Barta