• Wed. Jun 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Naba Barta

  • Home
  • গুৱাহাটী প্ৰেছ ক্লাবত TalkPink-এপ ‘ল’ এক্সেলকেয়াৰ চিকিৎসালয়ৰ স্তন কর্কট সজাগতা কার্যসূচী

গুৱাহাটী প্ৰেছ ক্লাবত TalkPink-এপ ‘ল’ এক্সেলকেয়াৰ চিকিৎসালয়ৰ স্তন কর্কট সজাগতা কার্যসূচী

ভাৰতত প্ৰতিবছৰে দুইলাখ স্তনৰ কৰ্কট ৰোগ ধৰা পৰে ৪০-৫০ হাজাৰ উত্তৰ পূৰ্বাঞ্চলত ধৰা পৰে ‘আনৱবাৰ্তা গুৱাহাটী:: গুৱাহাটীৰ -এপ ‘ল’ এক্সেলকেয়াৰ চিকিৎসালয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত স্তনৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা…

সাংস্কৃতিক সঞ্চালকালয়ৰ প্রতিষ্ঠা দিৱস উদ্ যাপন

সাংস্কৃতিক সঞ্চালকালয়ৰ প্রতিষ্ঠা দিৱস উদ্ যাপন নৱবাৰ্তা গুৱাহাটী : সংস্কৃতি উত্তৰণৰ দিশত গতি কৰা জীবনৰ এক অভিনন্দিত পদক্ষেপ। জনজীবনক এই পদক্ষেপেৰে লৈ যোৱাৰ মানসেৰে ১৯৭১ চনৰ ১ নবেম্বৰত অসম চৰকাৰে…

গুৱাহাটী আউটলেটৰ সৈতে উত্তৰ-পূব ভাৰতত ফিগাৰোজ পিজ্জাৰ আত্মপ্ৰকাশ, দেশব্যাপী সম্প্ৰসাৰণৰ বাবে ফ্ৰানগ্ল’বেলৰ সৈতে সহযোগিতা স্থাপন

গুৱাহাটী আউটলেটৰ সৈতে উত্তৰ-পূব ভাৰতলৈ সম্প্ৰসাৰন ফিগাৰোজ পিজ্জাৰ, আইমী বৰুৱাৰ দ্বাৰা আড়ম্বৰপূৰ্ণ উদ্বোধনী নৱবার্তা গুৱাহাটী:: ইটালীৰ থলুৱা সোৱাদৰ বাবে পৰিচিত ফিগাৰোজ পিজ্জাই গুৱাহাটীত প্ৰথম ফ্ৰেঞ্চাইজি আউটলেট মুকলি কৰি উত্তৰ পূৰ্বাঞ্চলত…

গুৱাহাটী মেগা বাণিজ্য মেলা

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থিতগণেশ মন্দিৰ খেলপথাৰ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে গুৱাহাটী মেগা বাণিজ্য মেলা।বহু প্ৰত্যাশিত গুৱাহাটী মেগা বাণিজ্য মেলাখনে অসমৰ বুকুলৈ কঢ়িয়াই আনিছে বাণিজ্য, সংস্কৃতি, আৰু উদ্ভাৱনৰ এক অসাধাৰণ প্ৰদৰ্শন।…

গুৱাহাটীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ

নৱবাৰ্তা গুৱাহাটী,: গুৱাহাটীৰ জালুকবাৰীৰ সদিলাপুৰস্থিতপ্ৰগতি নিউৰো ৰিহাৱৰ ১৮ বছৰ সম্পূৰ্ণ হোৱা বাবে দেওবাৰেপ্ৰগতি ৱেলনেছৰ দে পালন কৰা হয়। এই উপলক্ষে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।এই সম্পৰ্কে প্ৰগতি নিউৰো…

পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতপূৰ্বোত্তোৰ আদি মেলা

নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ৬ খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ‘পূৰ্বোত্তোৰ আদি মেলা’।কেন্দ্ৰীয় আদিবাসী আৰু জনজাতি মন্ত্ৰী জুৱেল ও’ৰামআৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস অ’ইকে, মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে…

জেপোৰে গুৱাহাটীত “কাৰিগৰী কি কাহানী” উদযাপন কৰে : ভাৰতৰ সমৃদ্ধ হস্ততাঁত ঐতিহ্যৰ প্ৰতি এক উৎসৱৰ শ্ৰদ্ধাঞ্জলি

ভাৰতীয় শিল্পীত্ব উদযাপন কৰা এক উৎসৱ সংগ্ৰহ, আগন্তুক সংগ্ৰহত উত্তৰ-পূবৰ ডিজাইন উপাদানবোৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনাৰ সৈতে নৱবার্তা গুৱাহাটী, : আদিত্য বিৰলা ফেশ্বন এণ্ড ৰিটেইল লিমিটেডৰ ঘৰৰ পৰা হস্তনিৰ্মিত আৰু কাৰুশিল্পৰ…

হেলথ্ চিটী হাস্পতালত অত্যাধুনিক যন্ত্র গামা কেমেৰা আৰু ৰেডিঅ’আয়ডিন থেৰাপী বিভাগ উদ্বোধন

নৱবার্তা গুৱাহাটী : অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ সৱল নেতৃত্ব, অত্যুৎসাহ আৰু বাস্তৱমুখী পদক্ষেপত ৰাজ্যৰ স্বাস্থ্যখণ্ডই অভিনৱত্ব লাভ কৰাৰ লগতে ৰোগী…

কলাক্ষেত্ৰতষষ্ঠ সংখ্যক বড়ো চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

মুখ্যঅতিথি হিচাপে উপস্থিত থাকিব বলিউডৰ প্ৰবীণ অভিনেত্ৰী পদ্মিনী কোলাহপুৰী:নৱবাৰ্তা নৱবার্তা গুৱাহাটী:: বড়ো চিনে আৰ্টিষ্টছ এছ’চিয়েচনচমুকৈ বি চি এ এৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ষষ্ঠ সংখ্যক বড়ো…

চুইগিয়ে মুকলি কৰিলে আইপিঅ’; প্ৰতিটো শ্বেয়াৰৰ মূল্য বেণ্ড ৩৭১ টকাৰ পৰা ৩৯০ টকা নিৰ্ধাৰণ

– নৱবার্তা গুৱাহাটী:দেশৰ আগশাৰীৰ অন-ডিমাণ্ড অনুকূল প্লেটফৰ্ম চুইগি লিমিটেডে আজি মুকলি কৰিলে বহু প্ৰত্যাশিত প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ (আইপিঅ’), আজি মুকলি হোৱা এই অফাৰ ০৮ নৱেম্বৰত সমাপ্ত হ’ব। কোম্পানীটোৱে প্ৰতিটো শ্বেয়াৰত…