মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন
নৱবাৰ্তা গুৱাহাটী:: জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল “টক্ আনফিল্টালেটডত “আজি কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে “বনলতা” প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত “হাতী আৰু ফান্দী” (সামাজিক উপন্যাস) আৰু “ৰেখা” প্ৰকাশনৰ…
ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে গুৱাহাটীত মুকলি কৰিলে বিপণী
নৱবার্তা গুৱাহাটী: ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে আজি গুৱাহাটীত মুকলি কৰে প্ৰতিষ্ঠানটোৰ বিপণীখন। ইণ্ডিয়া চিল্ক হাউচৰ প্ৰতিষ্ঠাপক শ্রীমতী প্ৰতিভা দোধুৰীৰ লগতে চেতনা লেডিজ ক্লাবৰ সভানেত্রী শ্ৰীমতী আশা আগৰৱাল,জি ভি গোয়েঙ্কা ট’ডলাৰ…
গুৱাহাটীৰ সৰুসজাইস্থিত বিমল কাৰ্ছত ‘ইভি ডে’ উদযাপন
নৱবার্তা গুৱাহাটী::ভাৰতৰ ইলেক্ট্ৰিক মবিলিটি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা.ইভিয়ে ‘ফেষ্টিভেল অৱ কাৰ্ছ’ উদযাপনৰ অংশ হিচাপে নিজৰ বেষ্টচেলাৰ মডেল টিয়াগো.ইভি, পাঞ্চ.ইভি আৰু নেক্সন.ইভিৰ পূৰ্বতকৈ কম মূল্য ঘোষণা কৰিছে। ইভিসমূহক গ্ৰাহকসকলৰ বাবে অধিক…
নৰ্থ-ইষ্ট আশীৰ্বাদ ফাউণ্ডেচন উদ্যোগ শিল্পগ্ৰামত ৬খন ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সন্মিলন
সংস্কৃতি, পৰ্যটন আৰু সমন্বয়ৰ সেতু গঢ়াৰ প্ৰয়াস শিল্পী, সাংবাদিকক সম্বৰ্ধনা নৱবার্তা গুৱাহাটী : দক্ষিণ-পূৱ এছিয়াৰ দেশ সমূহৰ মাজত সংস্কৃতি, পৰ্যটন, বিশ্বাস, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সমন্বয়ৰ সেতু গঢ়াৰ প্ৰয়াসেৰে ‘নৰ্থ-ইষ্ট আশীৰ্বাদ…
লোক আয়োগৰ পৰীক্ষাত শীর্ষ পদপীৰ লগতে ২৩৫ খন আসনৰ ১৯৪ খন আসনত উজ্জ্বলিল এছ পি এম ৰ শিক্ষাৰ্থী
অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগীতা মূলক পৰীক্ষা ২০২৩ ৰ ফলাফল ঘোষণা। নৱবার্তা গুৱাহাটী:পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ৰাজ্যৰ ভিতৰত উজ্জ্বলিল এছ পি এম আই এ এছ একাডেমী।সর্বমুঠ ২৩৫ খন…
বি বৰুৱা মহাবিদ্যালয়ত জিলা ভিত্তিত যুৱ উৎসৱৰ সফল সামৰণি
নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) এন.এছ.এছ. গোট, নেহৰু যুৱ কেন্দ্ৰ, কামৰূপ (ম) আৰু কামৰূপ (ম) জিলা প্ৰশাসনৰ সহযোগত বুধবাৰে বি বৰুৱা মহাবিদ্যালয়ত জিলা ভিত্তিত যুৱ উৎসৱৰ আয়োজন…
গুৱাহাটীৰ চেন্ট্ৰেল ম’লত বম্বে ব্ৰেছেৰীৰ প্ৰথম শাখা মুকলি
ভাৰতৰ চহকী ৰন্ধনশৈলী আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা এক সমৃদ্ধ খাদ্য অভিজ্ঞতা বঁটা বিজয়ী ৰেষ্টুৰেণ্ট বম্বে ব্ৰেছেৰীৰ চেন্ট্ৰেল ম’লত দুৱাৰ মুকলি নৱবার্তা গুৱাহাটী :পুৰস্কাৰ বিজয়ী আগশাৰীৰ আঞ্চলিক ভাৰতীয় ৰেষ্টুৰেণ্ট ব্ৰেণ্ড…
ডাউন টাউন হাস্পতালৰ সপ্তম সংখ্যকৰোগী সুৰক্ষা বিষয়ক কর্মশালা
নৱবার্তা গুৱাহাটী :গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ উদ্যোগত সপ্তম সংখ্যকৰোগী সুৰক্ষা বিষয়ক কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাখন পানীখাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত চলিত ৬ আৰু ৭ ডিচেম্বৰত অনুস্থিত হ’ব।…
ছার্ভাইকেল কেন্সাৰ মুক্ত টিকাকৰণ আৰু সজাগতা অভিযান: গুৱাহাটীৰ ৰটাৰী ক্লাব, লুইতৰ এক পদক্ষেপ
গুৱাহাটীৰ ৰটাৰী ক্লাব, লুইতৰ উদ্যোগত গুৱাহাটীৰ মালিগাঁৱৰ সঞ্জীৱনী হস্পিতালত বিনামূলীয়াকৈ ছার্ভাইকেল কেন্সাৰ টিকাকৰণ কাৰ্যসূচী। নৱবার্তা গুৱাহাটী: মহিলাৰ কৰ্কট ৰোগৰ লগত জড়িত মৃত্যুৰ প্ৰধান কাৰণ ছার্ভাইকেল কেন্সাৰে প্ৰতিৰোধৰ জৰুৰীতাক স্বীকাৰ কৰি…
গুৱাহাটীত মেগা এণ্টাৰটেইনমেণ্টৰ জনপ্ৰিয় প্ৰতিযোগিতাৰ অডিচনৰ আয়োজন
উত্তৰ-পূব ভাৰতৰ পৰৱৰ্তী আইকন উন্মোচন কৰিবলৈ পুনৰ উভতি আহিছে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট। নৱবার্তা গুৱাহাটী: : উত্তৰ-পূব ভাৰতৰ…
