• Tue. Jun 16th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Naba Barta

  • Home
  • সৌৰ আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগ কৰিবলৈ অসম চৰকাৰৰ সৈতে ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

সৌৰ আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগ কৰিবলৈ অসম চৰকাৰৰ সৈতে ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

• ৫ গিগাৱাট শক্তি প্ৰকল্প গঢ়ি তোলাৰ বাবে হিন্দুস্তান পাৱাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অসমত বিনিয়োগ নৱবার্তা গুৱাহাটী : অসমৰ নবীকৰণযোগ্য শক্তিৰ পৰিৱেশ আগুৱাই নিয়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত…

গুৱাহাটীত ‘এৰিডা ৰিয়েল ইষ্টেট এক্সপ’

নৱবার্তা গুৱাহাটী: ফ্রেট কিনাৰ কথা চিন্তা কৰি কিবা বিমোৰত পৰিছে নেকি। তেন্তে চিন্তা নকৰিব। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালি-জাবি চাই ফ্রেট ক্ৰয় কৰাৰ সুবিধা কৰি দিছে আসাম ৰিয়েল ইষ্টেট…

অসম পৰ্যটনৰ প্ৰচাৰ চলাই ১২০ দিনত অতিক্ৰমিব ৯,০০০ কিলোমিটাৰ

মস্কোৰ পৰা গুৱাহাটীলৈ এখন ভৰিৰে চাইকেল চলোৱাৰ বাবে সাজু হৈছে ৰাকেশ পেৰাচাইক্লিষ্ট নৱবার্তা গুৱাহাটী,:‘মই লুইতৰ পৰা মিছিচিপি হৈ ভল্গাৰ ৰূপ চালোঁ…।’ ড০ ভূপেন হাজৰিকাৰ প্ৰখ্যাত ‘মই এটি যাযাবৰ’ শীৰ্ষক গীতটিকে…

গুৱাহাটীত চাৰিদিনীয়াকৈ ‘এৰিডা’ৰ বিয়েল ইষ্টেট এক্সপ’

নৱবার্তা গুৱাহাটী, : ফ্রেট কিনাৰ কথা চিন্তা কৰি কিবা বিমোৰত পৰিছে নেকি। তেন্তে চিন্তা নকৰিব। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালি-জাবি চাই ফ্রেট ক্ৰয় কৰাৰ সুবিধা কৰি দিছে আসাম ৰিয়েল…

গুৱাহাটীত ৰয়েল ষ্টেগ বুমবক্সৰ মন্ত্ৰমুগ্ধকৰ অনুষ্ঠান: আৰমান মালিক, নিকিতা গান্ধী, ইক্কা আৰু ডি জে যোগীৰ আইকনিক পৰিবেশন

চাৰিখন চহৰ ভ্ৰমণ কৰিবলগা ৰয়েল ষ্টেগ বুমবক্স – দা অৰিজিনেল ছাউণ্ড অৱ জেনেৰেচন লাৰ্জে শিল্প, সংস্কৃতি আৰু গেমিং অভিজ্ঞতাৰ সৈতে সংমিশ্ৰণ কৰিছে বলিউডৰ সুৰ আৰু হিপ-হপ বীটক নৱবার্তা গুৱাহাটী :…

ভাওনা শিল্পী সমাজৰ বিশেষ সম্বর্ধনা অনুষ্ঠান

নৱবার্তা গুৱাহাটী: সদৌ অসম ভাওনা সম্মিলন গুৱাহাটী মহানগৰ আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত আৰু বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ সহযোগত শনিবাৰে এক বিশেষ সম্বর্ধনা অনুষ্ঠন অনুষ্ঠিত হয়। গুৱাহাটীৰ উজানজাৰস্থিত…

মাৰ্চত গুৱাহাটীত প্ৰাগ চিনে এৱাৰ্ডছ ২০২৫ৰীণা বৰালৈ জীৱনজোৰা সাধনা বঁটা

৯ অচিৰেই মায়া নগৰী মুম্বাইত অনুষ্ঠিত হ’ব প্ৰাগ চিনে এৱাৰ্ডছ নৱবার্তা গুৱাহাটী ঃ ৯০ বছৰীয়া সোণোৱালী ইতিহাসেৰে সমৃদ্ধ অসমীয়া চলচ্চিত্ৰ উদ্যোগৱে আজিৰ দিনটোত স্পৰ্শ কৰিছে সফলতাৰ শীৰ্ষ চূড়া ৷ ছবিগৃহত…

গুৱাহাটীত বিশিষ্ট অৰ্থপেডিক  ডাঃ অনন্ত যোশীৰ সংবাদ মেল

অসম তথা উত্তৰপুৰ্বাঞ্চল এতিয়া স্পোৰ্টছ হাবত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল ভাগ‍্যবান খেলুৱৈ সকলক নিখুটভাৱে প্ৰশিক্ষণ দিব লাগে যাতে আঘাতৰ পৰা মুক্ত হৈ থাকিব পাৰে ‘ নৱবার্তা গুৱাহাটী: ‘অসম তথা…

ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ

বিশ্ববিখ্যাত চেফ ৱাকিলৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ বিশেষ মোগলাই খাদ্যসম্ভাৰৰ আয়োজন নৱবাৰ্তা গুৱাহাটী : ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে লৈ আনিছে ৰাজকীয় খাদ্যৰ এক অনন্য…

প্ৰয়াগৰাজ কুম্ভমেলা আৰু আযোধ্যা ৰাম মন্দিৰ দৰ্শন অসমৰ দর্শনাৰ্থীৰ

নৱবাৰ্তা গুৱাহাটী: ২৫ আৰু ২৬ ফেব্ৰুৱাৰী উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ত্ৰিবেনে সংগমত গুৱাহাটীৰ পৰা যোৱা এটি দলে স্নান কৰাৰ লগতে বানাৰশৰ কাশি বিশ্বনাথ আৰু আযোধ্যাৰ সৰযু নদীত য’ত নেকি ৰামে স্নান…