অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগীতা মূলক পৰীক্ষা ২০২৩ ৰ ফলাফল ঘোষণা।
নৱবার্তা গুৱাহাটী:পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ৰাজ্যৰ ভিতৰত উজ্জ্বলিল এছ পি এম আই এ এছ একাডেমী।সর্বমুঠ ২৩৫ খন আসনৰ বিপৰীতে
এছ পি এম আই এ এছ একাডেমীৰ পৰা শীৰ্ষ পদবীৰ লগতে উত্তীণ হয় ১৯৪ গৰাকী শিক্ষার্থী। মুঠ আসনৰ প্ৰায় ৮৩ শতাংশ আসন দখল কৰিবলৈ সক্ষম হয় এছ পি এম আই এ এছ একাডেমীৰ শিক্ষাৰ্থীয়ে।
উল্লেযোগ্য যে, এছ পি এম ৰ পৰা মুঠ উত্তীর্ণ শিক্ষাৰ্থীৰ ১৫৪ গৰাকী ক্লাছ ৰূম আৰু অন্য ৪০ গৰাকী আংশীক ভাৱে জড়িত শিক্ষার্থী আছিল বুলি বৃহস্পতিবাৰে গুৱাহাটীৰ এছ পি এম একাডেমিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা জানিবলৈ দিয়ে এছ পি এম আই এ এছ একদেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক মৃদুল মিশ্ৰই। সংবাদ মেলত এছ পি এম আই এ এছ একদেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক চিন্ময় বৰদলৈ, সত্যজিৎ কুমাৰ উপস্থিত থাকে।
লোক আয়োগৰ পৰীক্ষাত
শীর্ষ পদপীৰ লগতে ২৩৫ খন আসনৰ ১৯৪ খন আসনত উজ্জ্বলিল এছ পি এম ৰ শিক্ষাৰ্থী
অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগীতা মূলক পৰীক্ষা ২০২৩ ৰ ফলাফল ঘোষণা।
নৱবার্তা গুৱাহাটী: পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ৰাজ্যৰ ভিতৰত উজ্জ্বলিল এছ পি এম আই এ এছ একাডেমী। সর্বমুঠ ২৩৫ খন আসনৰ বিপৰীতে এছ পি এম আই এ এছ একাডেমীৰ পৰা শীৰ্ষ পদবীৰ লগতে উত্তীণ হয় ১৯৪ গৰাকী শিক্ষার্থী। মুঠ আসনৰ প্ৰায় ৮৩ শতাংশ আসন দখল কৰিবলৈ সক্ষম হয় এছ পি এম আই এ এছ একাডেমীৰ শিক্ষাৰ্থীয়ে।উল্লেযোগ্য যে, এছ পি এম ৰ পৰা মুঠ উত্তীর্ণ শিক্ষাৰ্থীৰ ১৫৪ গৰাকী ক্লাছ ৰূম আৰু অন্য ৪০ গৰাকী আংশীক ভাৱে জড়িত শিক্ষার্থী আছিল বুলি বৃহস্পতিবাৰে গুৱাহাটীৰ এছ পি এম একাডেমিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা জানিবলৈ দিয়ে এছ পি এম আই এ এছ একদেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক মৃদুল মিশ্ৰই। সংবাদ মেলত এছ পি এম আই এ এছ একদেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক চিন্ময় বৰদলৈ, সত্যজিৎ কুমাৰ উপস্থিত থাকে।