নৱবাৰ্তা গুৱাহাটী: ২৫ আৰু ২৬ ফেব্ৰুৱাৰী উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ত্ৰিবেনে সংগমত গুৱাহাটীৰ পৰা যোৱা এটি দলে স্নান কৰাৰ লগতে বানাৰশৰ কাশি বিশ্বনাথ আৰু আযোধ্যাৰ সৰযু নদীত য’ত নেকি ৰামে স্নান কৰিছিল সেই স্হানৰ পৰা ৰাম মন্দিৰ হুনুমান গড়ি মন্দিৰ দৰ্শন কৰা হয় ৷এই দলটিত অংশ গ্ৰহন কৰে ক্ৰমে প্ৰেমকান্ত মিশ্ৰ, সুৰেন্দ্ৰ ঝা, বাবুল ৰাজবংশী, গায়ত্ৰী মিশ্ৰ,সুমন দাস, সুনীতা দাস ছুমী দেৱী, জানকী লালা, মুন মুন মেধী, গৌতম সৰকাৰ, শ্বয়াম কুমাৰ, প্দুমন কশমাৰ, ইন্দ্ৰানী কুমাৰী, মমতা দেৱী আদিয়ে অসমৰ গুৱাহাটীৰ পৰা অংশ গ্ৰহন কৰে ৷
প্ৰয়াগৰাজ কুম্ভমেলা আৰু আযোধ্যা ৰাম মন্দিৰ দৰ্শন অসমৰ দর্শনাৰ্থীৰ
