নৱবার্তা গুৱাহাটী: পূৰ্ৱোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চ দ্বাৰা আশ্চৰ্য তুলসী মহা শ্ৰমন ৰিশ্রছ ফাউণ্ডেশ্যন ৰ সহযোগত মাৰোৱাৰী যুৱ মঞ্চৰ গুৱাহাটী গ্ৰেটৰ আৰু কামাখ্যা শাখাৰ আতিথ্যত প্ৰথম বাৰৰ বাবে মহিলা উৰ্জা সন্মিলন আয়োজন গুৱাহাটীৰ ধাৰাপুৰত কৰা হৈছে।যুৱ মঞ্চৰ প্ৰান্তীয় অধ্যক্ষ পংকজ জালান ৰ নেতৃত্ব আয়োজিত য়ে সন্মিলনৰ আদৰণি সভাপতিৰ দায়িত্ব সন্তোষ শৰ্মা ৰ লগতে সম্পাদকৰ দায়িত্ব মঞ্জু ভাঞ্চালিক প্ৰদান কৰা হৈছে।সন্মিলনৰ আহ্বায়কৰ দায়িত্ব বাবিতা মিট্টলক প্ৰদান কৰা হৈছে।উজস্বিতা সন্মিলনত মহিলা সকলৰ শক্তিক আৰু অধিক বল দিয়াৰ ক্ষেত্ৰত বিভিন্ন সত্ৰ আয়োজিত হৱ।মহিলা সকলৰ ব্যৱসায়ীক দিশ ৰ বাবে হম মিনিস্তাৰ ৰ পৰা ফাইনেশ মিনিস্তাৰ,পৰিয়াল ত সহযোগৰ ক্ষেত্ৰ কুটুম্ভ প্ৰবধন,খেল জগত যোগদান,মহিলা সকলৰ ৰাষ্ট্ৰ নিৰ্মাণ ত যোগদান আদি বিভিন্ন কাৰ্যক্ৰম এই সন্মিলন খনত আয়োজিত কৰা হৱ।দুই দিন আয়োজিত এই সন্মিলন খনত পাৰম্পৰিক তিজ উৎসৱ ৰ লগতে নানা ধৰণৰ প্ৰতিযোগিতা আয়োজিত হৱ।সন্মিলন খনত যুৱ মঞ্চ ৰ বাৰ্ষিক পুৰস্কাৰ প্ৰদান কৰা হৱ।মাৰোৱাৰী যুৱ মঞ্চ এটি ভাৰতীয় বে চৰকাৰী সন্থা। যুৱ মঞ্চৰ সম্পূৰ্ণ ভাৰতবৰ্ষত ৮০০ ৰো অধিক শাখা আছে আৰু পুৰৱোত্তৰত ইয়াৰ ১০৬শাখাৰ লগতে 10000 সদস্য কর্মৰত।১০ আৰু ১১অগষ্টত আয়োজিত এই সন্মিলন ত ছট্টিশগড়ৰ
ৰাজ্যপাল ৰমেন ডেকা ৰ লগতে ৰাষ্ট্ৰীয় সেৱিকা সংঘ ৰ প্ৰমুখ শান্তা কুমাৰী ক ধৰি বিভিন্ন ক্ষেত্ৰ নাম অর্জন কৰা মহিলা সকল উপস্থিত থাকিব।
পূৰ্ৱোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চমহিলা সন্মিলন
