• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত পদকজয়ী খেলুৱৈৰ সম্বৰ্ধনা অনুষ্ঠান

ByNaba Barta

Jun 22, 2024
Spread the love

নাৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে
এভ’ লিউশ্বন দ‍্য পাৱাৰ জিমৰ উদ্যোগত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত পদকজয়ী খেলুৱৈৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে সদৌ অসম
নিবনুৱা পৰিষদৰ প্ৰাক্তন সভাপতি, সমাজবন্ধু ছাজন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত
সম্বৰ্ধনা অনুষ্ঠান হয়। অনুষ্ঠানত আদিত‍্য গগৈ, ধীৰাজ দাস,ৰঞ্জনা মেধি,চম্পা বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সভাত ৰঞ্জনা মেধিয়ে কয়-খেলুৱৈ হ’বলৈ এটা সুন্দৰ মানসিকতা থাকিব লাগিব। নিজৰ লক্ষ্য স্থিৰ কৰিব লাগিব। নিয়মানুবৰ্তিতা লাগিব।’ অনুষ্ঠানত চম্পা বৰাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত:৮ জুনত দুলীয়াজানত অনুষ্ঠিত
৪ৰ্থ ৰাষ্ট্ৰীয় আৰ্মৰেছলিং চেম্পিয়নশ্বিপত পদক বিজয়ী
নিলুফৰ আহমেদ জ্যেষ্ঠ ( সোণ) ওজন (৭০ কিলোগ্ৰামৰ তলত),
চেম্পিয়ন অৱ চেম্পিয়ন ( ভাৰতৰ আটাইতকৈ শক্তিশালী মহিলা) ২০২৪
নিশা দাস মাষ্টাৰ (সোণ)ওজন ৭৮+ কিলোগ্ৰাম
চেম্পিয়ন অৱ চেম্পিয়ন (মাষ্টাৰ)দেচিতা হাজৰিকা (গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী (১৮ বছৰৰ তলৰ জুনিয়ৰ( সোণ)ওজন ৭০+ কিলোগ্ৰামচেম্পিয়ন অৱ চেম্পিয়নকস্তৰি শৰ্মা (৭০ কেজিৰ তলৰ)গ্ৰেণ্ড মাষ্টাৰ (সোণ)হৰ্ষ বৰ্ধন গগৈ ( ৮৬+ কেজি)

  • ১৮ বছৰৰ তলৰ জুনিযসোণ) ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য,
    এই সকল বিজয়ীয়ে বাংগালুৰুত ২৫ৰ পৰা ২৮ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া
    এছিয়া চেম্পিয়নশ্বিপলৈ নির্বাচিত হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰীচত অনুষ্ঠিত হ’ব বিশ্ব চেম্পিয়নশ্বিপ।

Leave a Reply

Your email address will not be published. Required fields are marked *