• Mon. May 25th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নৱবাৰ্তা গুৱাহাটী,’: স্বাস্থই পৰম ধন। এই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি ৰাজধানী মণ্ডল যুৱ মৰ্চা আৰু আৰ্হি হাস্পাতালৰ সহযোগত লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজধানী মণ্ডল যুৱ মৰ্চাৰ সভাপতি অনুপ জ্যোতি মহন্তৰ…

বিশিষ্ট কবি সমালোচক ৰবীন্দ্ৰ বৰাৰ মৃত্যু

নৱবার্তা গুৱাহাটী : অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু৷ হৃদৰোগত আক্ৰান্ত হৈ ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে৷ ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ…

ডঃ সত্যব্ৰত বৰুৱাক লালকিল্লাৰ স্বাধীনতা দিৱস অনুস্হানৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

নৱবার্তা গুৱাহাট ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ যোগেদি নি:স্বাৰ্থ সেৱা আগবঢ়োৱাৰ উল্লেখযোগ্য স্বীকৃতি হিচাপে বি. বৰুৱা কলেজৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া ডঃ সত্যব্ৰত বৰুৱাক নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা…

লখৰাস্থিত বিমল কাৰ্ছত টাটা কাৰ্ভ ইভি (Tata Curvv) মুকলি

W7s news গুৱাহাটী,: এছ ইউ ভি ডিজাইনৰ নতুন যুগৰ সংজ্ঞা দি ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছে আজি আনুষ্ঠানিকভাৱে Curvv.ev মুকলি কৰে আৰু Tata Curvv প্ৰদৰ্শন কৰে। কণ্ঠশিল্পী দ্বীপানীতা ডেকা…

পূৰ্ৱোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চমহিলা সন্মিলন

নৱবার্তা গুৱাহাটী: পূৰ্ৱোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চ দ্বাৰা আশ্চৰ্য তুলসী মহা শ্ৰমন ৰিশ্রছ ফাউণ্ডেশ্যন ৰ সহযোগত মাৰোৱাৰী যুৱ মঞ্চৰ গুৱাহাটী গ্ৰেটৰ আৰু কামাখ্যা শাখাৰ আতিথ্যত প্ৰথম বাৰৰ বাবে মহিলা উৰ্জা…

নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপ জিলাৰ ৬২ সংখ্যক সংহতি দিৱস পালন

নৱবার্তা গুৱাহাটী: নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপ জিলাৰ ৬২ সংহতি দিৱস শুকুৰবাৰে গুৱাহাটীৰ হৰি সভা প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষেবিশেষ আলোচনা আৰু প্রতিবাদী সভা অনুষ্ঠিত হয়।সভাত স্বৰ্ণ ব্যৱসায়ীসকলে সন্মুখীন হোৱা…

আগন্তক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখিবিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ নৱবাৰ্তা গুৱাহাটী:আগন্তক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৰাবাটৰ নৱ নিৰ্মিত আৰ্হি হাস্পতালে বুধবাৰে যোৰাবাটৰ আৰক্ষী চকীত কেইবাগৰাকী চিকিৎসকৰ তত্বাৱধানত এক বিনামূলীয়া…

আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডে (এই এছ এল) পৰৱৰ্তী ড°কালাম, ড°এইচ জি খোৰানা, ড°এম এছ স্বামীনাথন আৰু ছাৰ জে চি বসুৰ সন্ধানত ANTHE 2024 মুকলি

নববার্তা গুৱাহাটী, ফ্লেগশ্বিপ বৃত্তি পৰীক্ষাৰ ১৫ গৌৰৱময় বছৰ উপলক্ষে পৰীক্ষা প্ৰস্তুতি সেৱাৰ ৰাষ্ট্ৰীয় আগশাৰীৰ প্ৰতিষ্ঠান আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডে বহু প্ৰত্যাশিত আকাশ ৰাষ্ট্ৰীয় প্ৰতিভা চিকাৰৰ শেহতীয়া সংস্কৰণ মুকলি কৰাৰ কথা…

গুৱাহাটীত সংখ্যালঘু পেছাদালৰী শৈক্ষিক প্ৰতিষ্ঠান সংস্থা (AMPAI) ৰ নতুন পৰীক্ষা কেন্দ্ৰ মুকলি

নৱবাৰ্তা গুৱাহাটী, সংখ্যালঘু পেছাদাৰী শৈক্ষিক প্ৰতিষ্ঠান সংস্থা, চমুকৈ আম্পাইৰ (AMPAI) পূৰ্বোত্তৰ ভাৰতৰ ১৩টা কেন্দ্ৰত অহা ১৮ আগষ্টত চলিত বৰ্ষৰ পশ্চিম বংগৰ চি ই ই আম্পাইৰ ( CEE AMPAI ) পৰীক্ষা…

গুৱাহাটী প্ৰেছ ক্লাবত শিশু আলোচনী ‘মৌ-মেল’ উন্মোচন

নৱবার্তা গুৱাহাটী:::গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে শিশু আলোচনী ‘মৌ-মেল’ ৰ শুভ উন্মোচন কৰা হয়। আলোচনীখন উন্মোচন কৰি অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে। ভাষণত তেওঁ কয়-শিশুৰ বাবে কাম কৰা মানুহৰ…