• Mon. May 25th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • শাৰদীয় দুৰ্গোৎসৱৰ বতৰত নেষ্ট এছিয়াত উপভোগ কৰক বিশেষ থাই সোৱাদ: চেফ ৰাজা দাসৰ সৈতে লাভ কৰক অনন্য ৰন্ধন অভিজ্ঞতা

শাৰদীয় দুৰ্গোৎসৱৰ বতৰত নেষ্ট এছিয়াত উপভোগ কৰক বিশেষ থাই সোৱাদ: চেফ ৰাজা দাসৰ সৈতে লাভ কৰক অনন্য ৰন্ধন অভিজ্ঞতা

নৱবার্তা গুৱাহাটী:: শাৰদীয় দুৰ্গোৎসৱৰ সৈতে সংগতি ৰাখি অহা ৪ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰেডিছন ব্লু গুৱাহাটীৰ বিশেষ সমগ্ৰ এছিয়ান ৰেষ্টুৰেণ্ট নেষ্ট এছিয়াত অনুষ্ঠিত হ’ব থাই খাদ্য উৎসৱ ‘ছেভ’ৰ থাই ফ্লেভাৰ্ছ’।…

গান্ধী জয়ন্তী উপলক্ষে বিষ্ণুপুৰ মণ্ডলৰbস্বচ্ছতা অভিযান

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীৰ বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত গান্ধীজয়ন্তী উপলক্ষে স্বচ্ছতা অভিযান পল্টনবজাৰৰ নলিনী বালা দেৱী উদ্যানত কৰা হয়। গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস বিষ্ণুপুৰ মণ্ডলৰ সভানেত্ৰী কৃষ্ণা দাস ১৮ নং…

বিশ্ব হৃদ দিৱসঃ মহানগৰীত “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সজাগতা সমদল

বিশ্বত বছৰি ২০.০৫ মিলিয়ন লোকৰ মৃত্যু হয় হৃদৰোগত ধপাত-সুৰাৰ অবাধ প্ৰচলন-আসক্তিয়ে ক্ষতি সাধন কৰিছে মানুহৰ হৃদযন্ত্ৰৰঃ ডাঃ চন্দন মোদক নৱবার্তা গুৱাহাটী :সমগ্ৰ পৃথিৱীজুৰি আজি উদ্‌যাপিত হৈছে “বিশ্ব হৃদ দিৱস” ৷…

দুৰ্গাপূজা উপলক্ষে ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টতগ্ৰেণ্ড গালা দুৰ্গা পূজা বাফেট “মুকলি: ১অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ চলিব খাদ্য উৎসৱ

W7s news গুৱাহাটী, : গুৱাহাটীৰ এ বি চিৰ ৰাজীৱ ভৱনৰ ওচৰত থকা হোটেল ডি অগ্নি এণ্ড ফেমেলি ৰেষ্ট্ৰ’ৰেণ্টত দেওবাৰে নতুনকৈ মেনু “গ্ৰেণ্ড গালা দুৰ্গা পূজা বাফেট “মুকলি কৰা হয়। হোটেল…

হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে জি এন আৰ চি হাস্পতালৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন

. “হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত, ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা জীৱন শৈলীৰ পৰিৱৰ্তন, অত্যধিক ধুম্ৰপান, শাৰীৰিক শ্ৰমৰ অভাৱে হৃদ ৰোগ বৃদ্ধিত ইন্ধন যোগাইছে-ডাঃ অনুপ বড়ো নৱবার্তা…

আজি বিশ্ব হৃদ দিৱস

গুৱাহাটী-ধুবুৰীত সজাগতা সমদলৰ প্ৰস্তুতি “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ নৱবার্তা গুৱাহাটী,:বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰিব ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে ৷ সংস্থাটোৱে প্ৰতিষ্ঠা কালৰে…

বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি ‘মেগা কাৰ্ডিঅ’লজি’ সন্মিলন

নৱবার্তা গুৱাহাটী:বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি ‘মেগা কাৰ্ডিঅ’লজি’ সন্মিলনৰ আয়োজন কৰা হৈছে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়া নৰ্থ ইষ্ট চেপ্টাৰ (চি এছ আই – এন…

বিগ ফিল্মছ মিডিয়াৰ নিবেদনত নিৰ্মাণ অসমীয়া ভৌতিক ছবি “মায়া ৮.৮”

নৱবার্তা গুৱাহাটী, : সদ্য মুক্তিপ্রাপ্ত চিকাৰ ছবিখনৰ উল্লেখনীয় ব্যৱসায়ীক সফলতাত উৎসাহিত হৈ বিগ ফিল্মছ মিডিয়াই ঘোষণা কৰিছে তেওঁলোকৰ পৰৱৰ্তী ছবি “মায়া ৮.৮”। এক সিহৰণকাৰী ভৌতিক কাহীনিৰে “মায়া ৮.৮” ছবিগৃহলৈ আহিব…

স্বাস্থ্যখণ্ডত মহিলাৰ সুৰক্ষাৰ আৰ্হিত ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ পূজামণ্ডপ

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী থিমৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্শণীয় কৰিব পৰাকৈ বা বুজিব পৰাকৈ থিম লৈ আহিছে ৷এইবেলিওঁ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয় মহিলা সকল আৰু…

২৭ছেপ্টেম্বৰৰ পৰা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বানিজ্য মেলা

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত অহা২৭ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা আৰম্ভ হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত আইটিএফএএৰ উপ-সভাপতি ৰাজেশ দাসে…