গুৱাহাটীয়ে লাভ কৰিলে ‘স্বচ্ছ সৰ্বেক্ষণ ২০২৪’ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘প্ৰমিচিং স্বচ্ছ চহৰ’ বঁটা
নৱবার্তা গুৱাহাটী : গুৱাহাটী চহৰে স্বচ্ছ সৰ্বেক্ষণ ২০২৪ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ “প্ৰমিচিং স্বচ্ছ চহৰ’(Promising Swachh Shehar Award)” লাভ কৰিবলৈ সমৰ্থ হৈছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ শাখাত প্ৰদান কৰা…
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হঠাকাৰী সিদ্ধান্ত,অ’বিচি তালিকাভূক্ত কেওঁট /জাল কেওঁট সম্প্রদায়ক কৈৱৰ্তৰ মৰ্যদা দিয়াৰ যো-জাগুৱাহাটীত একত্ৰিত হৈ জাঙুৰ খাই উঠিল অনুসূচিত জাতিৰ সংগঠন
নৱবার্তা গুৱাহাটী : ৰাজ্যৰ অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা কেইবাটাও সংগঠনে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত কৰাৰ অন্তত সংবাদমেল সম্বোধন কৰে৷ অসমত বসবাস কৰা…
ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি
নৱবার্তা গুৱাহাটী : গুৱাহাটী পৌৰনিগমৰমেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ দ্বাৰা নিৰ্মিত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি কৰে।এই উপলক্ষে নামঘৰ প্ৰাংগণত সেৱা মন্দিৰ…
গুৱাহাটীত প্ৰেছ ক্লাবতচি ই ই আম্পাইৰ-২০২৫ ৰ সংবাদ মেল
সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব চি ই ই আম্পাইৰপৰীক্ষা নৱবার্তা গুৱাহাটী: গুৱাহাটীকে ধৰি পূব ভাৰতৰ ১৩টা কেন্দ্ৰত ২৭ জুলাইতঅনুষ্ঠিত হ’ব চি ই ই আম্পাই ২০২৫ ডব্লিউ বি পৰীক্ষা। শনিবাৰে গুৱাহাটী প্ৰেছ…
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ
প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ নৱবার্তা গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ ১২ আৰু…
এঘাৰদিনীয়া কাৰ্যসূচীৰেগুৱাহাটী শিশু মহোৎসৱ-২০২৫
১০ জুলাইৰ পৰা ২০ জুলাইলৈ চানমাৰিত অসম প্রকাশন পৰিষদৰ বৰ্ণাঢ্য আয়োজন গ্রন্থমেলা, ছাত্র-ছাত্রীৰ কৰ্মশালা, চলচ্চিত্র প্রদর্শন, চিত্রাংকন, কবিতা আবৃত্তি, মাতৃৰ টিফিন প্রস্তুত প্রতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা ‘নৱবার্তা গুৱাহাটী::শিশুৰ বৌদ্ধিক উত্তৰণ…
মিছা অভিযোগৰ বিৰুদ্ধে প্রতিবাদ – মৃত্যুঞ্জয় ১০৮ এমাৰজেঞ্চী সেৱা, অসমৰ
অপপ্রচাৰত বিভ্রান্ত নহবলৈ ৰাইজক অনুৰোধ অপপ্রচাৰত লিপ্ত যিকোনো ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে অতি শীঘ্ৰে যথোচিত আইনী ব্যবস্থা গ্রহণ কৰিব কৰ্তৃপক্ষই নৱবার্তা গুৱাহাটী:মৃত্যুঞ্জয় ১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱাৰ বিৰুদ্ধে কিছুমান সংগঠনে ছপা,…
মহানগৰীত পাঞ্জাবৰ দেশভগত বিশ্ববিদ্যালয়ৰ তথ্যকেন্দ্ৰ মুকলি, ১ কোটি টকাৰ শিক্ষা বৃত্তি ঘোষণা
নৱবার্তা গুৱাহাটী : অসমক বিশেষ গুৰুত্ব আৰোপ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাবান তথা সমাজৰ বিশেষভাৱে অনুগত্য থকা ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ নোহোৱাকৈ পাঞ্জাবৰ নাকৰ এ প্লাছ স্বীকৃতিপ্ৰাপ্ত দেশভগত…
অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বানপীড়িতক সহায় কৰিবলৈ এন ই এ আই ডিৰে সহযোগিতা স্থাপন ইণ্ডাছ টাৱাৰ্ছৰ
নৱবার্তা ত্ৰিপুৰা: উত্তৰ-পূব ভাৰতত দেখা দিয়া বানপানীৰ সমস্যাৰ মাজতে বিশ্বৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে সংকটৰ সময়ত জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতি থকা নিজৰ অটল দায়বদ্ধতা প্ৰদৰ্শন কৰিছে ।…
ডুবাই প্ৰপশ্বপৰ কাৰ্যালয় মুকলি, উচ্চ আৱাসিক টাৱাৰৰ প্ৰি-লঞ্চ
নৱবার্তা গুৱাহাটী: ডুবাইৰ বিলাসী সম্পত্তিৰ বিশেষজ্ঞ অগ্ৰণী ৰিয়েল এষ্টেট কনচালটেন্সি ডুবাই প্ৰপশ্বপে শনিবাৰে গুৱাহাটী মহানগৰীত কাৰ্যালয় মুকলি কৰি উত্তৰ পূৰ্বাঞ্চলত নিজৰ উপস্থিতি বৃদ্ধি কৰে। মহানগৰীৰ উলুবাৰীৰ ৰেহানা মেনচনত ডুবাইৰ অন্যতম…
