গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বেকাৰী ইভেন্ট – কেক’লজি ২০২৫
নৱবার্তা গুৱাহাটী:উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বেকাৰী ইভেন্ট কেক’লজী ২০২৫ৰ মুখ্য বিচাৰক হিচাপে আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী কেক আৰ্টিষ্ট তথা তিনিবাৰকৈ বিশ্ব অভিলেখ ৰচিবলৈ সক্ষম হোৱা (ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ, লণ্ডন) প্ৰাচী ধবল…