নৱবাৰ্তা গুৱাহাটী: বেচৰকাৰী সংস্থা দি হাৰ্টৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ হাতীগাঁৱস্থিত “দি হাৰ্ট”ৰ কাৰ্যালয়ৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত হৃদৰোগ বিশেষজ্ঞ চিকিৎসক তথা দি হাৰ্ট”ৰ সভাপতি…
নৱবাৰ্তা গুৱাহাটী: মধ্য গুৱাহাটী স্বর্ণশাখা সাহিত্য সভাৰ দ্বিবার্ষিক পূর্ণাংগ অধিৱেশন মধ্য গুৱাহাটীস্বর্ণশাখা সাহিত্য সভাৰ উদ্যোগত আৰু কে চি দাস কমাৰ্চ কলেজৰ সহযোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানত পুৱা ৯…
নৱবার্তা গুৱাহাটী: বিগত বৰ্ষত লাভ কৰা বিপুল সমাদৰ তথা অপৰিসীম সফলতাৰ পাছত ৰেডিচন ব্লু গুৱাহাটীৰ স্বাক্ষৰ বহনকাৰী ৰেষ্টুৰেণ্ট কেফে বি ইউয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০২৫ লৈ বহুল জনপ্ৰিয়…
নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমৰগান্ধীঘৰত বুধবাৰেসূত্ৰ যজ্ঞ-সূত্ৰাঞ্জলি ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিতহয় । অনুষ্ঠানৰ আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কস্তুৰবা আশ্ৰমৰ সেৱীকাসকলে বিষ্ণুৰ সহস্রনাম পৰিবেশনকৰে ।…
নৱবার্তা গুৱাহাটী :ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত বীৰ চিলাৰায় দিৱস উলহ মালহেৰে বুধবাৰে পালন কৰা হয়। এই উপলক্ষ্যে পুৱা ৯ বজাত মহানগৰৰ ভঙাগড়স্থিত চিলাৰায় নগৰত থকা বীৰ চিলাৰায়ৰ…
নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ লাচিত নগৰ ৰাজহুৱা নামঘৰ, লাচিত জ্যোতি সংঘ প্রাঙ্গনত দেওবাৰে মহা পালনাম আৰু নৱ নির্মিত বাট-চ’ৰা উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। বাট-চ’ৰা উদ্বোধন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন…
নৱবার্তা গুৱাহাটী,: উত্তৰ-পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাই ৰাইজলৈ নিৰবচ্ছিন্ন সেৱা আগবঢ়াই আজি সফলতাৰে ১৮তম বৰ্ষত ভৰি দিলে। ১৮তম প্রতিষ্ঠা দিবস উদযাপন উপলক্ষে আজি নেডফি কনভেছন চেণ্টাৰত এক…
‘ নৱবার্তা গুৱাহাটী: সংঘাতৰ পৰা সহাৱস্থানলৈ: মানৱ-বন্যপ্ৰাণী উভয়ৰ মাজৰ ক্ৰিয়াকলাপসমূহৰ বিষয়ে জনসাধাৰণৰ ধাৰণা গঢ়ি তোলাত মিডিয়াৰ ভূমিকা’’ শীৰ্ষক এখন ঘূৰণীয়া মেজ মেল শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হয়। ভাৰতত মানৱ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ…
নৱবার্তা গুৱাহাটী:: ৩৬ তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে, ডাউন টাউন হাস্পতালে গুৱাহাটীৰ দীঘলী পুখুৰীৰ ওচৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰ (এনচিপি ফিল্ড)ত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বহু প্ৰতীক্ষিত ডাউন টাউন স্বাস্থ্য মেলা…
নৱবাৰ্তা গুৱাহাটী :উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইনডাৰ এণ্টাৰটেইনমেন্ট আৰু এডভেন্সাৰ পাৰ্ক বৃহস্পতিবাৰে মুকলি কৰিলে পুনো (PUNO)য়ে। গুৱাহাটীৰ লখৰাত পুনো এডভাঞ্চ(“PUNO ADVAN)” মুকলি কৰি মহানগৰবাসীৰ বাবে এক অনন্য অভিজ্ঞতা প্রদানৰ লক্ষ্য লৈছে…