• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আইচিচি-ৰ সৈতে ছিগ্ৰামৰ ৰয়েল ষ্টেগ-য়ে চাৰি বছৰৰ বাবে অনুষ্ঠানিক পৃষ্ঠপোষক হিছাপে অংশীদাৰিত্বৰ নবীকৰণ কৰিছে

ByNaba Barta

Jun 11, 2024
Spread the love

নৱবাৰ্তা নতুন দিল্লী,: ছিগ্ৰামৰ ৰয়েল ষ্টেগ-য়ে ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল (আইচিচি)-ৰ সৈ৬ জুনতে আৰু চাৰি বছৰৰ বাবে সম্পৰ্ক বৃদ্ধি কৰি ক্ৰিকেট আৰু ক্ৰীড়াৰ গোলকীয় অনুৰাগী সম্প্ৰদায়ৰ প্ৰতি ব্ৰেণ্ডটোৰ দায়বদ্ধতা অধিক দৃঢ় কৰি তুলিছে৷ ২০২৭ চনৰ শেষলৈকে চলিবলগীয়া এই অংশীদাৰিত্বই ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পৰা অফিচিয়েল সমৰ্থক হিচাপে ৰয়েল ষ্টেগৰ পদমৰ্যাদা প্ৰসাৰিত কৰে৷
এই সম্প্ৰসাৰণটো ২০১৮ আৰু ২০২৩ চনৰ মাজত আইচিচি-ৰ সৈতে ব্ৰেণ্ডটোৰ সফল পাঁচ বছৰীয়া অংশীদাৰিত্বৰ পিছৰ৷ ৰয়েল ষ্টেগৰ বাবে ক্ৰিকেট সৰ্বদা উপভোক্তাসকলৰ সৈতে জড়িত এক মূল স্তম্ভ হৈ আহিছে লগতে আইচিচি আৰু ৰোহিত শৰ্মা, জছপ্ৰিত বুমৰা আৰু সূৰ্য্যকুমাৰ যাদৱৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ সৈতে ব্ৰেণ্ডটোৰ অবিৰত সংযোগে সমগ্ৰ দেশৰ নিযুত নিযুত ক্ৰিকেট অনুৰাগীৰ মাজত ব্ৰেণ্ডটোক প্ৰিয় কৰি তোলাত সহায় কৰিছে৷
এই জোঁটবন্ধনটোৱে ব্ৰেণ্ডটোৰ ‘লিভ ইট লাৰ্জ’ দৰ্শনক আগস্থানত ৰাখি #ItStartsWithYou, #InItToWinIt আৰু #LargeHumaaraHai-ৰ দৰে একাধিক বৃহৎ-পৰিসৰৰ অভিযানসমূহ ৩৬০ ডিগ্ৰী মিডিয়া এম্প্লিফিকেচন, ডিজিটেল এংগেজমেণ্ট, উদ্ভাৱনীমূলক প্ৰযুক্তিগত হস্তক্ষেপ আৰু অতুলনীয় অনুৰাগীৰ অভিজ্ঞতাৰ জৰিয়তে পৰিচালিত হোৱা দেখা পাইছে৷
আইচিচিৰ সৈতে ব্ৰেণ্ডটোৰ সম্পৰ্ক সন্দৰ্ভত পেৰন’ড ৰিকাৰ্ড ইণ্ডিয়াৰ চীফ মাৰ্কেটিং অফিচাৰ কাৰ্তিক মহিন্দ্ৰা-য়ে কয় যে, ‘‘ৰয়েল ষ্টেগ-য়ে সদায় নিজৰ ব্ৰেণ্ড দৰ্শন ‘লিভ ইট লাৰ্জ’-ৰ সমৰ্থনত থিয় দি অহাৰ সৈতে মানুহক বৃহৎ সপোন দেখিবলৈ আৰু নিজৰ ভাগ্যৰ সৃষ্টিকৰ্তা হৈ পৰিবলৈ প্ৰেৰণা দিছে৷ পাইছে৷ ক্ৰিকেটৰ সৈতে আমাৰ যাত্ৰা ২০০০ চনৰ পৰা আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ ওপৰত এক বিশাল প্ৰভাৱৰ সৃষ্টি কৰি আমি এই ক্ৰীড়াৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰিছো৷ আইচিচি-ৰ সৈতে আমাৰ সন্মানীয় অংশীদাৰিত্বক নবীকৰণ কৰি আমি আনন্দিত হৈ পৰিছো কাৰণ ইয়ে ব্ৰেণ্ডটোক চৌপাশৰ ডাই-হাৰ্ড (দৃঢ়) ক্ৰিকেট অনুৰাগীসকলক ‘লিভ ইট লাৰ্জ’ অভিজ্ঞতাসমূহ যোগান কৰি যাবলৈ সক্ষম কৰি তোলে৷’’
আইচিচিৰ চীফ কমাৰ্চিয়েল অফিচাৰ অনুৰাগ দহিয়া-য়ে কয়, ‘‘আইচিচি-য়ে ৰয়েল ষ্টেগৰ সৈতে কৰা অংশীদাৰিত্বক আৰু চাৰি বছৰৰ বাবে বৃদ্ধি কৰিবলৈ পাই আনন্দিত হৈ পৰিছে৷ নিজৰ ক্ষেত্ৰখনৰ গোলকীয় নেতা ৰয়েল ষ্টেগৰ দৰে ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্ব কৰি অনুৰাগীৰ অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰাৰ লগতে মানুহক আগৰ তুলনাত খেলৰ ওচৰলৈ অনাৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ পাই মই উৎসাহিত হৈ পৰিছো৷’’
ABOUT ROYAL STAG:
Seagram’s Royal Stag is the flagship brand of Pernod Ricard India. Royal Stag has been a consistent star since launch, and a brand quite often credited to have changed the rules of the game. It is for the young, confident and progressive individual who embodies self-belief. The brand has been inspiring young India through its communication around the philosophy of “It’s Our life. We Live It Large.”
ABOUT PERNOD RICARD INDIA
Pernod Ricard India (P) Ltd. is a fully owned subsidiary of Pernod Ricard SA and is a fast-growing multinational alcoholic beverages company delivering quality products to its consumers across the country. With leading brands in each category, Pernod Ricard holds one of the most dynamic and premium portfolios in the industry led by Seagram’s whiskies such as Royal Stag, Royal Stag Barrel Select, Blenders Pride, Blenders Pride Reserve Collection, Imperial Blue, 100 Pipers and a wide range of International premium brands that include Chivas Regal, Ballantine’s, The Glenlivet, Royal Salute and Jameson Irish whiskey. Some of the eminent brands in the white spirits category include ABSOLUT vodka, Jacob’s Creek and Campo Viejo wines, Martell cognac, Beefeater and Monkey 47 gin, Kahlúa and Malibu liqueurs, Mumm and Perrier-Jouët champagne. Pernod Ricard India is recognized as an industry leader with various recognitions and achievements that help the company deliver quality products to the consumers. Seagram’s whiskies are exported to 26 countries across the world. Pernod Ricard India is a socially responsible organization with a strong belief to strengthen corporate citizens by addressing social, economic and environmental sustainability in all key states.

Leave a Reply

Your email address will not be published. Required fields are marked *