গুৱাহাটীত অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী পালন
নৱবার্তা গুৱাহাটী :অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত বিয়লি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আৰাম্ভণিতেই বৰগীত পৰিবেশন কৰে…
সত্যনাথ বৰা হলতপ্ৰাক দুৰ্গা পূজা মেলা
নৱবাৰ্তা,গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত সত্যনাথ বৰা হলত১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বপ্ৰাক দুৰ্গা পূজা মেলা। এই মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ কুইন ওজা। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া…
Assam 1st Day of Media Tour to Chennai
Assam Journalists went onboard INS Bitra Naba barta Chennai,: On the first day of the Chennai visit organised by PIB Assam for the 12 journalists of Assam, the group was…
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়পিআইবিৰ উদ্যোগত ৬দিনীয়া মিডিয়া ভ্ৰমণৰ কাৰ্যসূচীৰে তামিলনাডুলৈ যাত্ৰা কৰিব অসমৰ ১৩ গৰাকী সাংবাদিকৰ দলে
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, গুৱাহাটীৰ উদ্যোগত অসমৰ আগশাৰীৰ সংবাদমাধ্যমৰ ১৩ গৰাকী সাংবাদিকৰ প্ৰতিনিধি দল এটাই ছদিনীয়া সংবাদমাধ্যম সম্পৰ্কীয় ভ্ৰমণৰ কাৰ্যসূচীৰে তামিলনাডুলৈ যাত্ৰা কৰিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে সমগ্ৰ তামিলনাডুৰ কেন্দ্ৰীয়…
লখৰা বিমল কাৰ্ছত টাটা মটৰ্ছৰ মিড – এছইউভি কাৰ্ভ মুকলি
নৱবার্তা গুৱাহাটী: ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছৰ গুৱাহাটীৰ লখৰাস্থিত বিমল কাৰ্ছত আজি গৌৰৱেৰে টাটা কাৰ্ভ – এছইউভি কপ মুকলি কৰা হয়। আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে চিএমডি ৰতন…
দূৰদৰ্শী শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসক স্বাগতম টিআৰচিৰ: গুৱাহাটীত চকুৰ যত্নলৈ আনিছে নৱযুগ
নৱবাৰ্তা গুৱাহাটী :দ্য ৰেটিনা চেণ্টাৰ(টিআৰচি)-এ দুগৰাকী বিশিষ্ট শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসৰ যোগদানৰ লগে লগে চকুৰ যত্নৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছে। দুয়োগৰাকী অভিজ্ঞ…
অল নিউ টিভিএছ জুপিটাৰ ১১০যাতায়তৰ উৎকৃষ্টতাৰ এক নতুন যুগ : অতুলনীয় ডিজাইন, পাৰফৰমেন্স, কম্ফৰ্ট আৰু সুবিধা
নৱ বাৰ্তা গুৱাহাটী, : দুচকীয়া আৰু তিনিচকীয়া শাখাত কাম কৰা আগশাৰীৰ বিশ্বব্যাপী অটো নিৰ্মাতা টিভিএছ মটৰ কোম্পানী (টিভিএছএম)য়ে আজি মুকলি কৰে সম্পূৰ্ণ নতুন টিভিএছ জুপিটাৰ ১১০। অল নিউ টিভিএছ জুপিটাৰ…
গ্ৰাহকৰ পেকেজ দ্ৰুত সৰবৰাহৰ বাবে ৰে’লৱে’ শৃংখলৰ ব্যৱহাৰ বৃদ্ধিৰ অৰ্থে ভাৰতীয় ৰে’লৱে’ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ এমাজন ইণ্ডিয়াৰ
নৱবাৰ্তা অসম: এমাজন ইণ্ডিয়া পেকেজৰ নিৰ্ভৰযোগ্য আৰু দ্ৰুত সৰবৰাহৰ বাবে বৰ্তমানৰ অংশীদাৰিত্ব শক্তিশালী কৰি আজি এমাজন ট্ৰেন্সপ’ৰ্টেশ্যন ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড (এমাজন ইণ্ডিয়া) তথা ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে৷…
গুৱাহাটীত ষ্টুডিঅ’ ৭ শ্ব’ৰূম মুকলি
নৱবাৰ্তা গুৱাহাটী,: গুৱাহাটীৰ ভৰলুমুখৰ কে আৰ বি ৰোডত দেওবাৰে পুৰুষৰ সাজ-পোছাক আৰু অন্যান্য সামগ্ৰীৰ এটা অত্যাধুনিক শ্ব’ ৰূম মুকলি কৰা হয়। শ্ব’ ৰূমটো মুকলি কৰে শ্যামসুন্দৰ পোদ্দাৰ আৰু তেওঁৰ নাতিয়েক…
