• Sat. Jan 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শেহতীয়া

আন্তঃৰাষ্ট্ৰীয় শগুণ সজাগতা দিৱসত অসম বন বিদ্যালয়-বালিপাৰা ফাউণ্ডেচনৰ সেউজ বাসস্থান গঢ় দিয়াৰ কাৰ্যসূচী

নৱবার্তা গুৱাহাটী, ঃ আন্তঃৰাষ্ট্ৰীয় শগুণ সজাগতা দিৱস উপলক্ষে আজি অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীৰ অসম বন বিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত তথা বিক্ৰমপুৰ গাঁৱৰ জনগোষ্ঠীৰ…

অৰবিন্দ স্কুলত শিক্ষক দিৱস পালন

নৱবার্তা গুৱাহাটীঃ আজি শিক্ষক দিৱসৰ প্ৰাকক্ষণত গুৱাহাটীৰ অৰবিন্দ স্কুলত প্ৰজ্ঞাৰ উদ্যোগত শিক্ষক দিৱসৰ শুভক্ষণত গৈ ২৪ শিক্ষকক একোখন মানপত্ৰ আৰু গ্ৰন্থৰে আদৰণি জনাই প্ৰজ্ঞাৰ তৰফৰ পল্লৱী দাস আৰু মিঠু দাসে…

২১ নৱেম্বৰত মুক্তি লাভ কৰিব “ককাদেউতা নাতি আৰু হাতী ২”

নৱবাৰ্তা গুৱাহাটী:‘ককাদেউতা নাতি আৰু হাতী’ পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকে উপভোগ কৰিব পাৰিব দৰ্শকে।২১ নৱেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব “ককাদেউতা নাতি আৰু হাতী ২”।সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন…

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সংবাদ মেল

৭ ছেপ্টেম্বৰ চাইকেল ৰেলীৰ আয়োজন উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত হ’ব চাইকেল ৰেলী ৮ ছেপ্টেম্বৰত ১০০খন পতাকা উত্তোলন কৰা হ’ব অৰুণাচলৰ শিল্পী হেমন্ত বেঙীয়ালৈ ‘ভূপেন হাজৰিকা সমন্বয় বঁটা’ নৱবার্তা : ভূপেন…

বালিপাৰা ফাউণ্ডেচন আৰু অসম বন বিদ্যালয়ৰ যৌথ উদ্যোগ

চাৰিদিনীয়া কৰ্মশালাৰে অসমৰ বনকৰ্মীক আধুনিক প্ৰযুক্তিৰে পৰিৱেশ সংৰক্ষণৰ প্ৰশিক্ষণ প্ৰদান নৱবার্তা গুৱাহাটী ঃ অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ সহযোগত বালিপাৰা ফাউণ্ডেচনে আয়োজন…

অফলাইন খুচুৰা নেটৱৰ্কৰ সম্প্ৰসাৰণ আলকাটেলৰ, উত্তৰ-পূৰ্বাঞ্চলত বিএছএম ভেঞ্চাৰ্ছৰ সৈতে সহযোগিতা

● শক্তিশালী বিক্ৰীৰ পিছৰ সমৰ্থন আৰু ৱাৰেণ্টীৰে নিৰৱচ্ছিন্ন গ্ৰাহকৰ সমাহাৰ● অসমত আলকাটেলৰ অফলাইন উপস্থিতি শক্তিশালী কৰাৰ কৌশলগত অংশীদাৰিত্ব● দেশৰ গ্ৰাহকসকলৰ বাবে প্ৰযুক্তি সুলভ কৰি তোলাৰ আলকাটেলৰ দৃষ্টিভংগী আগবঢ়াই নিয়া নৱবার্তা…

দ্বাদশসংখ্যক দিছপুৰ প্ৰেছ ক্লাবৰ বৰ্ষপূৰ্তি সম্পন্নসাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পী, বিশিষ্ট সমাজকৰ্মীক বঁটা প্ৰদান

নৱবাৰ্তা গুৱাহাটী ঃ দ্বাদশ সংখ্যক দিছপুৰ প্ৰেছ ক্লাবৰ বৰ্ষপূৰ্তি আজি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়৷ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত সাংবাদিক, সাহিত্যিক, বিশিষ্ট সমাজকৰ্মী, কণ্ঠশিল্পীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ…

গুৱাহাটীত অ’নিডা কানেক্টিং কনক্লেভ ২০২৫

নৱবার্তা গুৱাহাটী: জি-হেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত অ’নিডাই দেওবাৰে গুৱাহাটীত আয়োজন কৰে অ’নিডা কানেক্টিং কনক্লেভ ২০২৫ । অ’নিডাই বজাৰৰ লগতে গ্ৰাহকৰ সৈতেও পুনৰ সংযোগ স্থাপন কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ…

গুৱাহাটী লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয় ঘেৰাও আছুৰ

নৱবার্তা গুৱাহাটী:: সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি গুৱাহাটীৰ চানমাৰিস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ ৰাজপথ পদপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত আৰু ৰাজপথ পদপথ মেৰামতি কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন…

সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু তেওঁৰ স্বামী দিব্যজ্যোতি গোস্বামীৰ জি এম চি এইছত নেত্ৰদান

‘নৱবার্তা গুৱাহাটী: সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু তেওঁৰ স্বামী দিৱ্যজোতি গোস্বামীয়ে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই বেংকত তেওঁলোকৰ নেত্ৰ দান কৰে । উল্লেখ‍্য, প্ৰতিষ্ঠিত সংগীত শিল্পী জীনা ৰাজকুমাৰীয়ে বিগত…