• Sun. Jan 18th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শেহতীয়া

ফছৰক ইণ্ডিয়াই গুৱাহাটীত নতুন এছ এফ এ গুদাম উদ্বোধন

নৱবার্তা গুৱাহাটী: কনষ্ট্ৰাকটিভ ছলিউচন প্ৰদানৰ ৪৪ বছৰীয়া অভিজ্ঞতা থকা ফছৰক ইণ্ডিয়াই সমগ্ৰ উত্তৰ-পূব অঞ্চলত সেৱা বৃদ্ধিৰ বাবে গুৱাহাটীত এটা নতুন এছ এফ এ গুদাম উদ্বোধন কৰিছে। এই কৌশলগত সংযোজনে অঞ্চলটোৰ…

শুকুৰবাৰে ৰাজ্যজুৰি মুক্তি লাভ কৰিব অসমীয়া ছবি’ ‘কেচটো নগেন’

ভাৰত-পাক যুদ্ধৰ বাবে ৰাজ‍্য জুৰি মুক্তি দিয়া হোৱা নাছিল ছবিখন ১১ মে’ অসমৰ মাত্ৰ কেইটামান ছবি গৃহত মুক্তি দিয়া হৈছিল ছবিখন মুক্তিৰ পাছতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে ছবিখনে নৱবার্তা…

নতুন চমকপ্ৰদ সংকলনৰ সৈতে গুৱাহাটীত ২০০+ হেয়াৰ ষ্টাইলিষ্টক উন্নীতকৰণ গড্ৰেজ প্ৰফেচনেলৰ ; হেয়াৰ শ্ব’ত চমক সৃষ্টি কৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই

নৱবার্তা গুৱাহাটী: গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ চুলিৰ যতন, ৰং, ষ্টাইল আৰু ট্ৰিটমেণ্টৰ সামগ্ৰীৰে প্ৰফেচনেল হেয়াৰ ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে শেহতীয়া চুলিৰ ৰঙৰ সংগ্ৰহ-দ্য ছাৰিল কলেকচন আৰু ষ্ট্ৰেইট স্মুথ নামৰ অত্যাধুনিক ষ্ট্ৰেইটনিং…

শিলিগুৰি চেলেঞ্জাৰছ ট্ৰফী ২০২৫ত ৱাই ৱাইৰ সহযোগত স্থানীয় ক্ৰিকেট প্ৰতিভাৰ প্ৰদৰ্শন

ৱাই ৱাইৰ দ্বাৰা সমৰ্থিত শিলিগুৰিচেলেঞ্জাৰছ ট্ৰফী ২০২৫ত উত্তৰ বংগৰ শ্ৰেষ্ঠ ক্ৰিকেট প্ৰতিভাৰ প্ৰদৰ্শন নৱবার্তা শিলিগুৰি: প্ৰতিযোগিতামূলক মেচ আৰু সমগ্ৰ উত্তৰ বংগ আৰু উত্তৰ-পূবৰ ক্ৰিকেট দলসমূহৰ শক্তিশালী অংশগ্ৰহণেৰে আৰম্ভণি হৈছে শিলিগুৰি…

ছেমছাঙৰ ফেব গ্ৰেব ফেষ্টৰ সৈতে তাপ কমাওক – গেজেট আৰু সঁজুলিৰ ওপৰত বৃহৎ ৰেহাই!

নৱবার্তা গুৰুগ্ৰাম: ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে এই গ্ৰীষ্মকালত ইয়াৰ ব্লকবাষ্টাৰ বিক্ৰী – ফেব গ্ৰেব ফেষ্ট ঘূৰাই পোৱাৰ সৈতে উত্তাপ বৃদ্ধি কৰিছে! এই বহু প্ৰত্যাশিত শ্বপিং এক্সট্ৰাভেঞ্জাই ছেমছাঙৰ অত্যাধুনিক…

গুৱাহাটীত মধুমেহ ৰোগত আক্ৰান্তৰ ভৰিৰ অংগচ্ছেদ আৰু ৰক্তবাহী ধমনীৰ জটিলতা প্ৰতিৰোধৰ বাবে শিৰাৰ সুস্বাস্থ্যৰ ওপৰত আলোকপাত মেডাণ্টৰ

নৱবার্তা গুৱাহাটী : স্বাস্থ্যসেৱাৰ সুবিধা উন্নত আৰু ৰোগীৰ শিক্ষাৰ প্ৰসাৰৰ বাবে অবিৰত প্ৰচেষ্টাত ব্ৰতী দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান মেডাণ্ট হাস্পতালে মধুমেহ ৰোগ আৰু সামগ্ৰিকভাৱে ৰক্তবাহী নলীৰ স্বাস্থ্যৰ মাজৰ জটিল সম্পৰ্কৰ…

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫অসমৰ প্ৰথমটো দল ৰাওনা

নৱবার্তা গুৱাহাটী ঃ বিহাৰ আৰু নতুন দিল্লীত অহা চাৰিৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰতিদণ্ডিতা কৰিবলগা অসমৰ প্ৰথমটো দল আজি গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷…

গুৱাহাটীত নতুন শ্ব’ৰুম মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণ ফেনেষ্টাৰ

নৱবার্তা গুৱাহাটী, : খিৰিকী আৰু দুৱাৰৰ সমাধানৰ বাবে ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু আগশাৰীৰ ব্ৰেণ্ড ফেনেষ্টাই গুৱাহাটীত নিজৰ উপস্থিতি শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে । এম/এছ এছ…

ভাৰতৰ প্ৰায় ১০-১৫ শতাংশ দম্পতীৰ জীৱনত বন্ধ্যাত্বই প্ৰভাৱ পেলায়

গুৱাহাটীত বিৰলা ফাৰ্টিলিটি এণ্ড আই ভি এফৰ বৰ্ষপূৰ্তি উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান নৱবার্তা গুৱাহাটী : সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলৰ বাবে সুলভ, উচ্চ মানৰ ফাৰ্টিলিটি কেয়াৰৰ এক শক্তিশালী ট্ৰেক ৰেকৰ্ড গঢ়ি দুবছৰ সম্পূৰ্ণ…

সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাগৃহনিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন

নৱবার্তা গুৱাহাটী: গুৱাহাটী পৌৰনিগমৰমেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ অধীনত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাগৃহৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নামঘৰ প্ৰাংগণতসেৱা…