• Sun. Jan 18th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শেহতীয়া

গুৱাহাটীত ‘ভিষ্টা ক্লাছেছ’ৰ উদ্বোধন কৰিলে নিশিতা গোস্বামীয়ে

নৱবার্তা গুৱাহাটী,: ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসামৰিক সেৱা, এছ এছ চি, বেংকিং, ৰেলৱে আদি দুয়োটা দিশতে চাকৰিৰ আকাংক্ষীসকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে দেওবাৰে গুৱাহাটীৰ বেলতলা তিনিয়ালিত ভিষ্টা…

গুৱাহাটীয়ে লাভ কৰিলে ‘স্বচ্ছ সৰ্বেক্ষণ ২০২৪’ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘প্ৰমিচিং স্বচ্ছ চহৰ’ বঁটা

নৱবার্তা গুৱাহাটী : গুৱাহাটী চহৰে স্বচ্ছ সৰ্বেক্ষণ ২০২৪ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ “প্ৰমিচিং স্বচ্ছ চহৰ’(Promising Swachh Shehar Award)” লাভ কৰিবলৈ সমৰ্থ হৈছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ শাখাত প্ৰদান কৰা…

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হঠাকাৰী সিদ্ধান্ত,অ’বিচি তালিকাভূক্ত কেওঁট /জাল কেওঁট সম্প্রদায়ক কৈৱৰ্তৰ মৰ্যদা দিয়াৰ যো-জাগুৱাহাটীত একত্ৰিত হৈ জাঙুৰ খাই উঠিল অনুসূচিত জাতিৰ সংগঠন

নৱবার্তা গুৱাহাটী : ৰাজ্যৰ অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা কেইবাটাও সংগঠনে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত কৰাৰ অন্তত সংবাদমেল সম্বোধন কৰে৷ অসমত বসবাস কৰা…

ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি

নৱবার্তা গুৱাহাটী : গুৱাহাটী পৌৰনিগমৰমেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ দ্বাৰা নিৰ্মিত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি কৰে।এই উপলক্ষে নামঘৰ প্ৰাংগণত সেৱা মন্দিৰ…

গুৱাহাটীত প্ৰেছ ক্লাবতচি ই ই আম্পাইৰ-২০২৫ ৰ সংবাদ মেল

সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব চি ই ই আম্পাইৰপৰীক্ষা নৱবার্তা গুৱাহাটী: গুৱাহাটীকে ধৰি পূব ভাৰতৰ ১৩টা কেন্দ্ৰত ২৭ জুলাইতঅনুষ্ঠিত হ’ব চি ই ই আম্পাই ২০২৫ ডব্লিউ বি পৰীক্ষা। শনিবাৰে গুৱাহাটী প্ৰেছ…

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ নৱবার্তা গুৱাহাটীঃ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ ১২ আৰু…

এঘাৰদিনীয়া কাৰ্যসূচীৰেগুৱাহাটী শিশু মহোৎসৱ-২০২৫

১০ জুলাইৰ পৰা ২০ জুলাইলৈ চানমাৰিত অসম প্রকাশন পৰিষদৰ বৰ্ণাঢ্য আয়োজন গ্রন্থমেলা, ছাত্র-ছাত্রীৰ কৰ্মশালা, চলচ্চিত্র প্রদর্শন, চিত্রাংকন, কবিতা আবৃত্তি, মাতৃৰ টিফিন প্রস্তুত প্রতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা ‘নৱবার্তা গুৱাহাটী::শিশুৰ বৌদ্ধিক উত্তৰণ…

মিছা অভিযোগৰ বিৰুদ্ধে প্রতিবাদ – মৃত্যুঞ্জয় ১০৮ এমাৰজেঞ্চী সেৱা, অসমৰ

অপপ্রচাৰত বিভ্রান্ত নহবলৈ ৰাইজক অনুৰোধ অপপ্রচাৰত লিপ্ত যিকোনো ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে অতি শীঘ্ৰে যথোচিত আইনী ব্যবস্থা গ্রহণ কৰিব কৰ্তৃপক্ষই নৱবার্তা গুৱাহাটী:মৃত্যুঞ্জয় ১০৮ ইমাৰজেন্সি এম্বুলেঞ্চ সেৱাৰ বিৰুদ্ধে কিছুমান সংগঠনে ছপা,…

মহানগৰীত পাঞ্জাবৰ দেশভগত বিশ্ববিদ্যালয়ৰ তথ্যকেন্দ্ৰ মুকলি, ১ কোটি টকাৰ শিক্ষা বৃত্তি ঘোষণা

নৱবার্তা গুৱাহাটী : অসমক বিশেষ গুৰুত্ব আৰোপ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাবান তথা সমাজৰ বিশেষভাৱে অনুগত্য থকা ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ নোহোৱাকৈ পাঞ্জাবৰ নাকৰ এ প্লাছ স্বীকৃতিপ্ৰাপ্ত দেশভগত…

অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বানপীড়িতক সহায় কৰিবলৈ এন ই এ আই ডিৰে সহযোগিতা স্থাপন ইণ্ডাছ টাৱাৰ্ছৰ

নৱবার্তা ত্ৰিপুৰা: উত্তৰ-পূব ভাৰতত দেখা দিয়া বানপানীৰ সমস্যাৰ মাজতে বিশ্বৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে সংকটৰ সময়ত জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতি থকা নিজৰ অটল দায়বদ্ধতা প্ৰদৰ্শন কৰিছে ।…