• Fri. Mar 6th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • শঙ্কৰদেৱ কলাক্ষেত্ৰত ইষ্ট মণ্ডল আঞ্চলিক এবিলিম্পিক ২০২৫ৰ শুভ উদ্ধোধনঅনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে দক্ষতা আৰু অন্তৰ্ভুক্তিৰ ওপৰত চৰ্চা কৰা হয়

শঙ্কৰদেৱ কলাক্ষেত্ৰত ইষ্ট মণ্ডল আঞ্চলিক এবিলিম্পিক ২০২৫ৰ শুভ উদ্ধোধনঅনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে দক্ষতা আৰু অন্তৰ্ভুক্তিৰ ওপৰত চৰ্চা কৰা হয়

নৱবাৰ্তা গুৱাহাটী::চেন্নাই, মুম্বাই আৰু লক্ষ্ণৌত সফলতাৰে সমাপন কৰাৰ পিছত আজি ইয়াৰ শঙ্কৰদেৱ কলাক্ষেত্ৰত দুদিনিয়কৈ অনুষ্ঠিত হোৱা ইষ্ট জ’ন ৰিজিঅ’নেল এবিলিম্পিক ২০২৫ উদ্ধোধন কৰা হয়। এই বছৰৰে নৱেম্বৰ মাহত দিল্লীত অনুষ্ঠিত…

গুৱাহাটীত স্মাৰ্ট সুৰক্ষাৰ নতুন পৰিসৰ মুকলি কৰিলে গড্ৰেজেআধুনিক বাসগৃহ আৰু গহণালয়ৰ বাবে ডিজাইন আৰু প্ৰযুক্তিৰ মিশ্ৰণ

~আধুনিক গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ স্মাৰ্ট উদ্ভাৱনৰ সৈতে ৮০% বজাৰ অংশীদাৰিত্ব দখল কৰাৰ লক্ষ্য~ নৱবার্তা গুৱাহাটী– গুৱাহাটীৰ দ্ৰুতগতিত বৃদ্ধি পোৱা নিৰাপত্তা সমাধানৰ বজাৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি গড্ৰেজ এণ্টাৰপ্ৰাইজেছ…

মহাবল চিমেণ্টৰ সৈতে সংযোগ অস্বীকাৰ আদানী গ্ৰুপৰ; অসমত আদানী গ্ৰুপৰ বাবে ভূমি আবণ্টনৰ দাবী “ভিত্তিহীন”

নৱবার্তা গুৱাহাটী: অসম চৰকাৰে ডিমা হাচাও জিলাত ৩,০০০ বিঘা মাটি আবণ্টন দিয়া বুলি দাবী কৰি প্ৰচাৰিত বাতৰিৰ বিৰুদ্ধে সোমবাৰে আদানী গ্ৰুপে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।আহমেদাবাদৰ পৰা সংবাদ মাধ্যমৰ বিবৃতিত আদানী গ্ৰুপে…

ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত পিংকুমণিক ১৮টা অস্ত্ৰোপচাৰেৰে পুনৰ জীৱন দান অমৃতা হাস্পতালৰ

গুৱাহাটীত বিশেষজ্ঞ চিকিৎসকৰ সংবাদ মেল নৱবার্তা গুৱাহাটী:চিকিৎসাৰ ক্ষেত্ৰত সঠিক দল আৰু প্ৰস্তুতিৰ দ্বাৰা অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো সফল হ’ব পাৰি আৰু ইয়াৰে এক উদাহৰণ দাঙি ধৰিছে ফৰিদাবাদৰ অমৃতা হাস্পতালে। চলিত বৰ্ষৰ…

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিক উদ্বোধন

নৱবার্তা গুৱাহাটী : জিএনআৰচি গ্রুপ অব হাস্পতালৰ উদ্যোগত স্নায়ুৰোগৰ বিভিন্ন চিকিৎসাৰ বাবে আজি জিএনআৰচি দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিক উদ্বোধন কৰা হয়। এই বটুলিনাম টক্সিন স্নায়ুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে…

গুৱাহাটীত ৩০ জন সেৱা প্ৰযুক্তিজ্ঞানীক প্ৰশিক্ষণ

সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ নৱবার্তা গুৱাহাটী:গুৱাহাটীত ৩০ জন সেৱা প্ৰযুক্তিজ্ঞানীক প্ৰশিক্ষণ ৰসামৰণি অনুষ্ঠান সোমবাৰে চানমাৰিত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্রী ড° ৰণোজ পেগুরে কয়, ‘চাকৰি পোৱাৰ ক্ষেত্ৰত প্রতিযোগিতা…

শ্লাইচ স্মল ফাইনেঞ্চ বেংকৰ সমগ্ৰ অসম আৰু উত্তৰ-পূবত নিযুক্তিৰ সম্প্ৰসাৰণ

নৱবাৰ্তা গুৱাহাটী: শ্লাইচ স্মল ফাইনেঞ্চ বেংক(শ্লাইচ এছএফবি)-এ সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে, এই ঘোষণাৰ লগে লগে দক্ষ পেছাদাৰীসকলৰ বাবে বেংকটোৰ ক্ৰমবৰ্ধমান দলত যোগদানৰ সুযোগ মুকলি…

গুৱাহাটী প্ৰেছ ক্লাবতহায়দৰাবাদৰ যশোদা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰৰসংবাদ মেল

এণ্ড’স্ক’পিক অস্ত্ৰোপচাৰত এনাস্থেচিয়াৰ প্ৰয়োজন নহয় আৰু অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ সৈতে কথা পাতিব পাৰে-ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰ নৱবাৰ্তা গুৱাহাটী:: গুৱাহাটীৰ আল্ট্ৰাকেয়াৰ ডায়েগনষ্টিক চেণ্টাৰত প্ৰতিমাহে প্ৰথম মঙলবাৰ আৰু বুধবাৰে চিকিৎসা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগতআন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব কানাডা, ওমান, বাশ্বিংটনৰ প্ৰতিনিধিয়ে নৱবার্তা গুৱাহাটী :– গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ এলামনাই এছ’চিয়েছনৰ সহযোগত“Sustainable Business Transformations: Innovations, Policies and Inclusive…

অসমৰ হস্ততাঁত পুনৰুজ্জীৱিতকৰণত কেইৰ্ণৰ পদক্ষেপ

নৱবার্তা গুৱাহাটী : ভাৰতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দশবছৰীয়া বাৰ্ষিকী উদযাপন কৰাৰ এই সময়ছোৱাত, বৰ্তমান হস্ততাঁতৰ কাহিনী এতিয়া কেৱল ঐতিহ্যৰ ভিতৰত সীমাবদ্ধ নহয়—ই অৰ্থনৈতিক স্থিতিশীলতা, মহিলা সৱলীকৰণ আৰু স্থানীয় উদ্ভাৱনৰ এক…