• Mon. Nov 10th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বানপীড়িতক সহায় কৰিবলৈ এন ই এ আই ডিৰে সহযোগিতা স্থাপন ইণ্ডাছ টাৱাৰ্ছৰ

অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বানপীড়িতক সহায় কৰিবলৈ এন ই এ আই ডিৰে সহযোগিতা স্থাপন ইণ্ডাছ টাৱাৰ্ছৰ

নৱবার্তা ত্ৰিপুৰা: উত্তৰ-পূব ভাৰতত দেখা দিয়া বানপানীৰ সমস্যাৰ মাজতে বিশ্বৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে সংকটৰ সময়ত জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতি থকা নিজৰ অটল দায়বদ্ধতা প্ৰদৰ্শন কৰিছে ।…

ডুবাই প্ৰপশ্বপৰ কাৰ্যালয় মুকলি, উচ্চ আৱাসিক টাৱাৰৰ প্ৰি-লঞ্চ

নৱবার্তা গুৱাহাটী: ডুবাইৰ বিলাসী সম্পত্তিৰ বিশেষজ্ঞ অগ্ৰণী ৰিয়েল এষ্টেট কনচালটেন্সি ডুবাই প্ৰপশ্বপে শনিবাৰে গুৱাহাটী মহানগৰীত কাৰ্যালয় মুকলি কৰি উত্তৰ পূৰ্বাঞ্চলত নিজৰ উপস্থিতি বৃদ্ধি কৰে। মহানগৰীৰ উলুবাৰীৰ ৰেহানা মেনচনত ডুবাইৰ অন্যতম…

গুৱাহাটীত স্থায়ী সেৱা কেন্দ্ৰ মুকলি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীৰ

নৱবার্তা গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সপোনৰ পথ মুকলি কৰি পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটী (এল পি ইউ)য়ে গুৱাহাটীৰ আমবাৰীত মুকলি কৰিছে তেওঁলোকৰ এক স্থায়ী সেৱা কেন্দ্ৰ। আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ বিপৰীত…

অসমৰ মহীয়সী বীৰংগনা মূলা গাভৰুৰ জীৱনাদর্শ, সাহসীকতা আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি ৫ দিনীয়া “মূলা গাভৰু” শীর্ষক এক “কন্যা সমৰ কলা প্রশিক্ষণ কর্মশালা”

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদ মেন সম্বোধন কৰি প্ৰাক্তন বিধায়িকা তথা কাম্য সামাজিক বিকাশ সংস্থাৰ সভানেত্রী আঙুৰলতা ডেকাই ৪ জুলাই ৰ পৰা ৮ জুলাই লৈ “কাম্য “নামৰ…

আধুনিকতা আৰু পৰম্পৰাৰ দীপ্তিময় সংমিশ্রণেৰে গুৱাহাটীত মুকলি কিছনাৰ বিশেষ গহনা সংগ্ৰহ

নৱবার্তা গুৱাহাটী: ভাৰতৰ দ্রুত জনপ্ৰিয় হৈ উঠা গহনা ব্রেণ্ড কিছনা ডায়মণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে গুৱাহাটীৰ জু ৰোডৰ এ আই ডি চিত অৱস্থিত অসমৰ বিশ্বাসযোগ্য গহনাৰ সহযোগী আৰ্চনেহ জুৱেলাৰ্ছত তেওঁলোকৰ উৎকৃষ্ট…

সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰজাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথম আলোচনা চক্ৰ

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ পল্টনবজাৰস্হিত আই এন টি ইউ চিৰ সভাকক্ষত দেওবাৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰ উদ্যোগত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথমখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰখনসদৌ অসম চাওৰা সমাজৰ…

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন আৰুসম্বৰ্ধনা অনুষ্ঠান

অসমীয়া অতি জীয়াই থকা লৈকে বিহু জীয়াই থাকিব-খগেন গগৈ নৱবাৰ্তা গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত প্রিয়নাৰী ড° মন্দিৰা বৰুৱাৰ ‘বিহুনাম বিনন্দীয়া’ আৰু ‘বিয়ানাম অমিয়া’ নামৰ…

মিছন ছেভ হাৰ্ট: যুৱ হৃদৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধিৰ মাজতে মেদাণ্টই গুৱাহাটীলৈ লৈ আহিছে ৰাষ্ট্ৰীয় হৃদৰোগ স্বাস্থ্য পদক্ষেপ

নৱবার্তা গুৱাহাটী: দেশৰ এক গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে-দেশৰ বিশেষকৈ যুৱক-যুৱতীৰ মাজত বৰ্ধিত হৃদৰোগৰ সমস্যাৰ বিষয়ে মানুহক অৱগত কৰিবলৈ মেদাণ্ট-দ্য মেডিচিটীয়ে গুৱাহাটীত সজাগতা সৃষ্টি…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৃতি শিক্ষাৰ্থীৰে মত-বিনিময় অনুষ্ঠান

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ পটেনচিয়েল এণ্ড কনছেপ্টে এডুকেশ্বনছে নীট ইউ জি, জি ই ই মেইন আৰু জি ই ই এডভাঞ্চ ২০২৫ত পুনৰ এবাৰ অসাধাৰণ ফলাফল দি উত্তৰ-পূৰ্বাঞ্চলত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিছে।…

আই ই ই এম এৰ গুৱাহাটীত উত্তৰ-পূব শক্তি কনক্লেভ ২০২৫ উদ্বোধন

উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত আঞ্চলিক শক্তি ৰূপান্তৰক আগুৱাই লোৱাৰ প্ৰয়াস পাঁচ শতাধিক অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ নৱবার্তা গুৱাহাটী : আই ই ই এম এৰ গুৱাহাটীত উত্তৰ-পূব শক্তি কনক্লেভ ২০২৫ মঙলবাৰে উদ্বোধন কৰা…