• Mon. Nov 10th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ‘সাংস্কৃতিক সংগম’ শীর্ষক ভাৰত আৰু বাংলাদেশৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ‘সাংস্কৃতিক সংগম’ শীর্ষক ভাৰত আৰু বাংলাদেশৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

নৱবার্তা গুৱাহাটী,:ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সাংস্কৃতিক সামগ্রীক সমন্বয় তথা কলা সংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰখাৰ উদ্দেশ্যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বীথিকাত ‘সাংস্কৃতিক সংগম’- ‘কালচাৰেল কনফ্লুৱেন্স’ শীর্ষক এখনি চিত্র প্রদর্শনী দেওবাৰৰ পৰা ২৬…

গুৱাহাটীত অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী পালন

নৱবার্তা গুৱাহাটী :অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত বিয়লি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আৰাম্ভণিতেই বৰগীত পৰিবেশন কৰে…

সত্যনাথ বৰা হলতপ্ৰাক দুৰ্গা পূজা মেলা

নৱবাৰ্তা,গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত সত্যনাথ বৰা হলত১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বপ্ৰাক দুৰ্গা পূজা মেলা। এই মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ কুইন ওজা। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া…

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়পিআইবিৰ উদ্যোগত ৬দিনীয়া মিডিয়া ভ্ৰমণৰ কাৰ্যসূচীৰে তামিলনাডুলৈ যাত্ৰা কৰিব অসমৰ ১৩ গৰাকী সাংবাদিকৰ দলে

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, গুৱাহাটীৰ উদ্যোগত অসমৰ আগশাৰীৰ সংবাদমাধ্যমৰ ১৩ গৰাকী সাংবাদিকৰ প্ৰতিনিধি দল এটাই ছদিনীয়া সংবাদমাধ্যম সম্পৰ্কীয় ভ্ৰমণৰ কাৰ্যসূচীৰে তামিলনাডুলৈ যাত্ৰা কৰিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে সমগ্ৰ তামিলনাডুৰ কেন্দ্ৰীয়…

লখৰা বিমল কাৰ্ছত টাটা মটৰ্ছৰ মিড – এছইউভি কাৰ্ভ মুকলি

নৱবার্তা গুৱাহাটী: ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছৰ গুৱাহাটীৰ লখৰাস্থিত বিমল কাৰ্ছত আজি গৌৰৱেৰে টাটা কাৰ্ভ – এছইউভি কপ মুকলি কৰা হয়। আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে চিএমডি ৰতন…

দূৰদৰ্শী শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসক স্বাগতম টিআৰচিৰ: গুৱাহাটীত চকুৰ যত্নলৈ আনিছে নৱযুগ

নৱবাৰ্তা গুৱাহাটী :দ্য ৰেটিনা চেণ্টাৰ(টিআৰচি)-এ দুগৰাকী বিশিষ্ট শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসৰ যোগদানৰ লগে লগে চকুৰ যত্নৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছে। দুয়োগৰাকী অভিজ্ঞ…

অল নিউ টিভিএছ জুপিটাৰ ১১০যাতায়তৰ উৎকৃষ্টতাৰ এক নতুন যুগ : অতুলনীয় ডিজাইন, পাৰফৰমেন্স, কম্ফৰ্ট আৰু সুবিধা

নৱ বাৰ্তা গুৱাহাটী, : দুচকীয়া আৰু তিনিচকীয়া শাখাত কাম কৰা আগশাৰীৰ বিশ্বব্যাপী অটো নিৰ্মাতা টিভিএছ মটৰ কোম্পানী (টিভিএছএম)য়ে আজি মুকলি কৰে সম্পূৰ্ণ নতুন টিভিএছ জুপিটাৰ ১১০। অল নিউ টিভিএছ জুপিটাৰ…

হাতত মোহন বংশী লৈ শিশু কৃষ্ণৰ কেলী

গুৱাহাটীত ষ্টুডিঅ’ ৭ শ্ব’ৰূম মুকলি

নৱবাৰ্তা গুৱাহাটী,: গুৱাহাটীৰ ভৰলুমুখৰ কে আৰ বি ৰোডত দেওবাৰে পুৰুষৰ সাজ-পোছাক আৰু অন্যান্য সামগ্ৰীৰ এটা অত্যাধুনিক শ্ব’ ৰূম মুকলি কৰা হয়। শ্ব’ ৰূমটো মুকলি কৰে শ্যামসুন্দৰ পোদ্দাৰ আৰু তেওঁৰ নাতিয়েক…

ডে’ কেয়াৰ স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালৰ বিশেষ ভূমিকা

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি একেদিনাই ৰোগী উভতি যাব পাৰিব ঘৰলৈ- নৱবাৰ্তা গুৱাহাটী: মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি ৰোগীক একেদিনাই ঘৰলৈ পঠিয়াই দিবলৈ সক্ষম হোৱাৰ বাবে জিএনআৰচি ছয়মাইল শাখাত শুকুৰবাৰে…