হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে জি এন আৰ চি হাস্পতালৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন
. “হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত, ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা জীৱন শৈলীৰ পৰিৱৰ্তন, অত্যধিক ধুম্ৰপান, শাৰীৰিক শ্ৰমৰ অভাৱে হৃদ ৰোগ বৃদ্ধিত ইন্ধন যোগাইছে-ডাঃ অনুপ বড়ো নৱবার্তা…
আজি বিশ্ব হৃদ দিৱস
গুৱাহাটী-ধুবুৰীত সজাগতা সমদলৰ প্ৰস্তুতি “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ নৱবার্তা গুৱাহাটী,:বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বিশ্ব হৃদ দিৱস উদ্যাপন কৰিব ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে ৷ সংস্থাটোৱে প্ৰতিষ্ঠা কালৰে…
বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি ‘মেগা কাৰ্ডিঅ’লজি’ সন্মিলন
নৱবার্তা গুৱাহাটী:বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি ‘মেগা কাৰ্ডিঅ’লজি’ সন্মিলনৰ আয়োজন কৰা হৈছে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়া নৰ্থ ইষ্ট চেপ্টাৰ (চি এছ আই – এন…
বিগ ফিল্মছ মিডিয়াৰ নিবেদনত নিৰ্মাণ অসমীয়া ভৌতিক ছবি “মায়া ৮.৮”
নৱবার্তা গুৱাহাটী, : সদ্য মুক্তিপ্রাপ্ত চিকাৰ ছবিখনৰ উল্লেখনীয় ব্যৱসায়ীক সফলতাত উৎসাহিত হৈ বিগ ফিল্মছ মিডিয়াই ঘোষণা কৰিছে তেওঁলোকৰ পৰৱৰ্তী ছবি “মায়া ৮.৮”। এক সিহৰণকাৰী ভৌতিক কাহীনিৰে “মায়া ৮.৮” ছবিগৃহলৈ আহিব…
স্বাস্থ্যখণ্ডত মহিলাৰ সুৰক্ষাৰ আৰ্হিত ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ পূজামণ্ডপ
নৱবার্তা গুৱাহাটী: গুৱাহাটীৰছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী থিমৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্শণীয় কৰিব পৰাকৈ বা বুজিব পৰাকৈ থিম লৈ আহিছে ৷এইবেলিওঁ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয় মহিলা সকল আৰু…
২৭ছেপ্টেম্বৰৰ পৰা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বানিজ্য মেলা
নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত অহা২৭ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা আৰম্ভ হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত আইটিএফএএৰ উপ-সভাপতি ৰাজেশ দাসে…
প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ সহযোগতগুৱাহাটীত ই-আৱৰ্জনা ব্যৱস্থাপনা সন্মিলন ২০২৪
নৱবার্তা গুৱাহাটী, : ভাৰতৰ আগশাৰীৰ আৱৰ্জনা ব্যৱস্থাপনা প্ৰতিষ্ঠান হুল্লাডেক ৰিচাইক্লিং প্ৰাইভেট লিমিটেডে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম(পিচিবিএ)ৰ সহযোগত ই- আৱৰ্জনা ব্যৱস্থাপনা শীৰ্ষ সন্মিলন ২০২৪, অসম সংস্কৰণ সফলতাৰে আয়োজন কৰে। গুৱাহাটীত অনুষ্ঠিত…
গুৱাহাটীত ‘মিশ্যন ব্ৰেইন এটেক’ লৈ ব্যাপক সঁহাৰি
নৱবার্তা গুৱাহাটীঃ ষ্ট্ৰোকৰ বিস্তৃত পৰিচৰ্যা ৰ ওপৰত গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ বাৰাণসীত ইণ্ডিয়ান ষ্ট্ৰ’ক এছ’চিয়েশ্যনে (আই এছ এ) আৰম্ভ কৰা ‘মিশ্যন ব্ৰেইন এটেক’শীৰ্ষক দেশজোৰা অভিযানে গুৱাহাটীত ব্যাপক সঁহাৰি লাভ কৰিছে।…
ছেভ ভৰলু অভিযান’ ৰ ‘বিশ্ব নদী দিৱস’ উপলক্ষে মানৱ শৃংখল
নৱবার্তা গুৱাহাটী: ছেভ ভৰলু অভিযান উদ্যোগত ‘বিশ্ব নদী দিৱস’ উপলক্ষে এলানী মানৱ শৃংখলৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ছেভ ভৰলু অভিযান উদ্যোগত ‘শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা…
২০ ছেপ্টেম্বৰত চলচ্চিত্ৰগৃহলৈ জুবিন গাৰ্গৰ ‘চিকাৰ’
নৱবার্তা গুৱাহাটী:বহুপ্ৰতীক্ষিত, বৰ্তমান সময়ৰ সৰ্বাধিক চৰ্চিত চলচ্চিত্ৰখন উপভোগ কৰিবলৈ সাজু হওক। জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গেই। বিগ বাজেটৰ কথাছবিখনৰ প্ৰযোজনা কৰিছে লণ্ডনস্থিত প্ৰযোজক ছেম ভট্টাচাৰ্য…
