ইকো ভেলী চিনে প্ৰডাকচনৰ চুটি ছবি “সীমাহীন গোলক”ৰ শুভমুক্তি*
নৱবাৰ্তা গুৱাহাটী::গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ সন্দিকৈ টকিজত মঙলবাৰে ড: মাইনু দেৱীৰ পৰিচালনাৰে আপোন ঘৰ ডে কেয়াৰ চেন্টাৰ উদ্যোগত এক বিশেষ অনুষ্ঠানত এখনি ছুটি ছবি ‘সীমাহীন গোলক’ ৰ শুভমুক্তি লাভ কৰে। সংগীত…
গুৱাহাটীৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত বাণিজ্য মেলা
নৱবাৰ্তা গুৱাহাটী : গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম খেলপথাৰত ভজয় এডভেঞ্চাৰৰ উদ্যোগত আয়োজিত গুৱাহাটী মেগা ট্ৰেড ফেয়াৰ ২০২৫ৰ ভৱিষ্যৎ উদ্বোধনী অনুষ্ঠানত শনিবাৰে মহানগৰীৰ উৎসৱমুখৰ মনোভাৱ সজীৱ হৈ উঠে। বহু…
গুৱাহাটী প্ৰেছ ক্লাবতনুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰুগ্ৰন্থ উন্মোচন
নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবতদেওবাৰে নুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰু গ্ৰন্থউন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অধিবেশনৰ আৰম্ভণিতেপ্ৰয়াত ব্ৰজমোহন সেনী, প্ৰয়াত প্ৰকাশ চন্দ্ৰ বৰাণৱাল বাটছাল, প্ৰয়াত সন্তোষ মোডী স্মিতা, প্ৰয়াত…
গুৱাহাটী তাৰকাগৃহত জ্যোতিৰ্বিজ্ঞানী দিৱস
‘নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী তাৰকাগৃহত শনিবৰে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞানী দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে কাইলৈ দিনৰ ২ .৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাইজৰ উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ…
অসম কন্যা অলংকৃতা বৰা অভিনীততাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” ৰ মুক্তি লাভ
নৱবার্তা গুৱাহাটী: অসম জীয়ৰী অলংকৃতা বৰাই মূখ্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম”(Tara and Akash- Love beyond realm) নামৰ হিন্দী ভাষাৰ চলচিত্ৰখন ২৬ ছেপ্তেম্বৰৰ পৰা ভাৰতবৰ্ষৰ সকলো “পি…
বিএআইচি অসমত একমাত্ৰ কোৱাৰ্টছ ব্ৰেণ্ড স্পেক্টাই উত্তৰ-পূবত সম্প্ৰসাৰণৰ দিশত নিবদ্ধ কৰিছে দৃষ্টি
● গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে স্পেক্টাই কৌশলগত ডিলাৰ সংহতি আৰু আঞ্চলিক মুকলিৰ জৰিয়তে সমগ্ৰ অসম, মেঘালয়, নাগালেণ্ড আৰু আশে-পাশে থকা অঞ্চলসমূহত ব্যাপক ব্যৱসায়িক বৃদ্ধিৰ ভেটি স্থাপন কৰিছেW7s news গুৱাহাটী :…
উইথ লাভ ফ্ৰম আছাম’ শীর্ষক গ্ৰন্থ উন্মোচন
‘ নৱবার্তা গুৱাহাটী:: তৰুণ প্ৰজন্মৰ জনপ্ৰিয়লেখিকা তাপশ্ৰী বৰুৱাৰ তৃতীয়খন ইংৰাজী ভাষাৰ গ্ৰন্থ‘উইথ লাভ ফ্ৰম আছাম”(With Love, From Assam) শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। অসমৰ পৰা বিশ্বলৈ…
গুৱাহাটীত টি ভি এছ কোম্পানীৰ টি ভি এছ এনটৰ্ক ১৫০ মুকলি
নৱবার্তা গুৱাহাটী : বিশ্বৰ অগ্ৰণী দুচকীয়া আৰু তিনিচকীয়া বাহন প্ৰতিষ্ঠান টি ভি এছ মটৰ কোম্পানী (টি ভি এছ এম) এ ভাৰতৰ আটাইতকৈ দ্রুততম হাইপাৰ স্প’ৰ্ট স্কুটাৰ টিভিএছ এনটর্ক ১৫০ মুকলি…
জিএনআৰচি হাস্পতালৰ নতুন সংযোজন কেন্সাৰ কেয়াৰ
ৰাইজৰ অভূতপূর্ব সঁহাৰি চেণ্টাৰ অব এক্সেলেন্স ফৰ কেন্সাৰ কেয়াব’ নামৰ এই সুলভ গুণগত স্বাস্থ্যসেরাই প্রারম্ভিক অবস্থাতে বাইজৰ মাজত জনপ্রিয়তা লাভ কৰি এক ব্যতিক্রমী মাইলব খুঁটি অর্জন কৰিবলৈ সক্ষম হৈছে ১/…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ড⁰ ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণ
নৱবাৰ্তা গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি অধ্যয়ন বিভাগৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, ড⁰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন)…
