মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ” শীর্ষক গ্ৰন্থ উন্মোচন
গুৱাহাটী প্ৰেছ ক্লাবত ‘ গ্ৰন্থখনৰ জৰিয়তে এটা নতুন দিগন্তৰ পথ প্ৰশস্ত হ’ব-ড০ দয়ানন্দ পাঠক ‘নৱবার্তা গুৱাহাটী : “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ” শীৰ্ষক গ্ৰন্থখন শুকুৰববাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়।…
গুৱাহাটীত নতুন ৩এছ ডিলাৰ মিট্টাল আইচাৰৰ মুকলিৰে উত্তৰ-পূবত উপস্থিতি সম্প্ৰসাৰণ আইচাৰ ট্ৰাকছ এণ্ড বাছেছৰ
গুৱাহাটী আৰু কাষৰীয়া অঞ্চলসমূহৰ গ্ৰাহকক সেৱা আগবঢ়োৱাৰ বাবে আইচাৰৰ দায়বদ্ধতাক শক্তিশালী কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মিট্টাল আইচাৰে নৱবার্তা গুৱাহাটী : ভি ই কমাৰ্চিয়েল ভেহিকেলছ লিমিটেড (ভিইচিভি)ৰ ব্যৱসায়িক শাখা…
এছ’ছামৰ উদ্যোগত আজি গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত “অসমৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানিকাৰীৰ সক্ষমতা গঠন’ শীৰ্ষক এখন আলোচনাচক্ৰ
নৱবার্তা গুৱাহাটী, এ’চিয়েটেড চেম্বার্চ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া চমুকৈ এছ’ছামৰ উদ্যোগত আজি গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত “অসমৰ পৰা ৰপ্তানি বৃদ্ধিৰ বাবে ৰপ্তানিকাৰীৰ সক্ষমতা গঠন’ শীৰ্ষক এখন আলোচনাচক্ৰ দিনজোৰা…
মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন
নৱবাৰ্তা গুৱাহাটী:: জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল “টক্ আনফিল্টালেটডত “আজি কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে “বনলতা” প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত “হাতী আৰু ফান্দী” (সামাজিক উপন্যাস) আৰু “ৰেখা” প্ৰকাশনৰ…
ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে গুৱাহাটীত মুকলি কৰিলে বিপণী
নৱবার্তা গুৱাহাটী: ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে আজি গুৱাহাটীত মুকলি কৰে প্ৰতিষ্ঠানটোৰ বিপণীখন। ইণ্ডিয়া চিল্ক হাউচৰ প্ৰতিষ্ঠাপক শ্রীমতী প্ৰতিভা দোধুৰীৰ লগতে চেতনা লেডিজ ক্লাবৰ সভানেত্রী শ্ৰীমতী আশা আগৰৱাল,জি ভি গোয়েঙ্কা ট’ডলাৰ…
গুৱাহাটীৰ সৰুসজাইস্থিত বিমল কাৰ্ছত ‘ইভি ডে’ উদযাপন
নৱবার্তা গুৱাহাটী::ভাৰতৰ ইলেক্ট্ৰিক মবিলিটি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা.ইভিয়ে ‘ফেষ্টিভেল অৱ কাৰ্ছ’ উদযাপনৰ অংশ হিচাপে নিজৰ বেষ্টচেলাৰ মডেল টিয়াগো.ইভি, পাঞ্চ.ইভি আৰু নেক্সন.ইভিৰ পূৰ্বতকৈ কম মূল্য ঘোষণা কৰিছে। ইভিসমূহক গ্ৰাহকসকলৰ বাবে অধিক…
লোক আয়োগৰ পৰীক্ষাত শীর্ষ পদপীৰ লগতে ২৩৫ খন আসনৰ ১৯৪ খন আসনত উজ্জ্বলিল এছ পি এম ৰ শিক্ষাৰ্থী
অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগীতা মূলক পৰীক্ষা ২০২৩ ৰ ফলাফল ঘোষণা। নৱবার্তা গুৱাহাটী:পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ৰাজ্যৰ ভিতৰত উজ্জ্বলিল এছ পি এম আই এ এছ একাডেমী।সর্বমুঠ ২৩৫ খন…
বি বৰুৱা মহাবিদ্যালয়ত জিলা ভিত্তিত যুৱ উৎসৱৰ সফল সামৰণি
নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) এন.এছ.এছ. গোট, নেহৰু যুৱ কেন্দ্ৰ, কামৰূপ (ম) আৰু কামৰূপ (ম) জিলা প্ৰশাসনৰ সহযোগত বুধবাৰে বি বৰুৱা মহাবিদ্যালয়ত জিলা ভিত্তিত যুৱ উৎসৱৰ আয়োজন…
ডাউন টাউন হাস্পতালৰ সপ্তম সংখ্যকৰোগী সুৰক্ষা বিষয়ক কর্মশালা
নৱবার্তা গুৱাহাটী :গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ উদ্যোগত সপ্তম সংখ্যকৰোগী সুৰক্ষা বিষয়ক কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাখন পানীখাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত চলিত ৬ আৰু ৭ ডিচেম্বৰত অনুস্থিত হ’ব।…
ছার্ভাইকেল কেন্সাৰ মুক্ত টিকাকৰণ আৰু সজাগতা অভিযান: গুৱাহাটীৰ ৰটাৰী ক্লাব, লুইতৰ এক পদক্ষেপ
গুৱাহাটীৰ ৰটাৰী ক্লাব, লুইতৰ উদ্যোগত গুৱাহাটীৰ মালিগাঁৱৰ সঞ্জীৱনী হস্পিতালত বিনামূলীয়াকৈ ছার্ভাইকেল কেন্সাৰ টিকাকৰণ কাৰ্যসূচী। নৱবার্তা গুৱাহাটী: মহিলাৰ কৰ্কট ৰোগৰ লগত জড়িত মৃত্যুৰ প্ৰধান কাৰণ ছার্ভাইকেল কেন্সাৰে প্ৰতিৰোধৰ জৰুৰীতাক স্বীকাৰ কৰি…
