• Mon. Jan 19th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • পুৱ-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

পুৱ-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

নৱবার্তা গুৱাহাটী : অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সম্মিলনৰ ৬৪ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন কার্য্সূচী দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয়। পূব-গুৱাহাটী বিহু সম্মিলনৰ উপদেষ্টা তথা আজীৱন সদস্যা…

কেন্দ্ৰীয় সমবায় বেংকত দুৰ্নীতিৰ অভিযোগ

নৱবাৰ্তা গুৱাহাটী :কেন্দ্ৰীয় সমবায় বেংকত সংঘটিত হৈছে কোটি কোটি টকাৰ বিত্তীয় কেলেংকাৰি। বহিৰাগত বনিয়া তথা ইউনিয়ন ক’-অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক ৰাজেন্দ্র দাসে কেইজনমানৰ সৈতে মিলি বেংকৰ কোটি কোটি টকা আত্মসাৎ…

গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকপ্পত’হোলী মিলন সমাৰোহ’

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকপ্পত বৃহস্পতিবাৰে ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি‘হোলী মিলন সমাৰোহ’ৰ শীৰ্ষক এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। অখিল অসম কলবাৰ সমাজ, অখিল অসম কলবাৰ মহিলা…

ৰাজ্যজুৰি ফাকুৱাৰ প্ৰস্তুতি

ফাগুনে ধূলিয়ৰি বাটৰে ফাকুৱাৰ বতৰা কঢ়িয়াই আনিছে মোদীৰ যাদু ফাচীঁ বজাৰৰ সাধু, মোদীময় হোলীৰ বজাৰ গুৱাহাটীৰ ফাঁচী বজাৰত ডাবল ইঞ্জিন আৰু মোদী ফিচকাৰী, মোদী মাস্ক নৱবার্তা গুৱাহাটী: ৰাজ্যজুৰি ফাকুৱা উৎসৱৰ…

Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)”

Naba batts Umsawli, Shillong- :North East Centre for Technology Application and Reach (NECTAR), an autonomous institute under the Department of Science and Technology (DST), Government of India, had laid the…

গুৱাহাটী মাৰৱাৰী যুৱ মঞ্চৰ দ্বাৰা আয়োজন কৰা বিনামূলীয়া কৃত্ৰিম অংগ আৰু কেলিপাৰ শিবিৰৰ সমাপ্তি

নৱবার্তা গুৱাহাটী :: মাৰৱাৰী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰ, কামাখ্যা শাখা, গুৱাহাটী সমৃদ্ধি, প্ৰফেছনেল, অমৃত, অমৃত উদয়, প্ৰগতি, উদয়, বেলতলা শিখৰ আৰু শিৱসাগৰ প্ৰগতি শাখাসমূহৰ দ্বাৰা জাষ্টিছ বি.এল. হংসাৰিয়া ফাউণ্ডেশ্যনৰ সহযোগত…

জিএনআৰচি দিছপুৰ হাস্পতালৰআন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

নৱবার্তা গুৱাহাটী,,: জিএনআৰচি দিছপুৰে হাস্পতালে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে। এই উপলক্ষে অসমৰ তিনিগৰাকী বিশিষ্ট মহিলা নেত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ইয়াৰ নিষ্ঠাবান মহিলা কৰ্মচাৰীসকলৰ অদম্য অৱদানক স্বীকৃতি প্ৰদান কৰা…

এছ পি এম আৰু লালন্ ছ ছুপাৰ-৩০ মুকলি

নৱবার্তা গুৱাহাটী: এছ পি এম আৰু লালন্ ছ কোচিংয়ে শনিবাৰে গুৱাহাটীৰ সুন্দৰপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে এক বৈপ্লৱিক শৈক্ষিক পদক্ষেপ এছ পি এম আৰু লালন্ ছ ছুপাৰ-৩০ মুকলি কৰাৰ…

গুৱাহাটীত মুকলি হ’ল উত্তৰ-পূবৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ ‘ৰিচুৱেল’

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাত মুকলি কৰা হ’ল উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ “ৰিচুৱেল”। এটা সুস্থ মন আৰু শৰীৰ লৈ আগুৱাই যোৱাৰ বাবে হলিউডৰ চেলিব্রিটি, অলিম্পিক…

অসমৰ চাহ উদ্যোগ আৰু চৰকাৰী সহযোগিতাৰ প্ৰশংসা বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাৰ

নৱবাৰ্তা গুৱাহাটী : ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কালি এটা পোষ্ট শ্বেয়াৰ কৰি অসমৰ চাহ উদ্যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাই। ‘এডভান্টেজ অসম’ৰ মঞ্চত প্ৰদান কৰা তেওঁৰ নিজৰ…