• Mon. Jan 19th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে প্ৰদৰ্শনৰ সৈতে ভাৰতৰ নম্বৰ ১ আল্ট্ৰাটেক চিমেণ্টৰ বিহুত অভিলেখ সৃষ্টি

বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে প্ৰদৰ্শনৰ সৈতে ভাৰতৰ নম্বৰ ১ আল্ট্ৰাটেক চিমেণ্টৰ বিহুত অভিলেখ সৃষ্টি

নৱবার্তা গুৱাহাটী:: অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ ১ আল্ট্ৰাটেক চিমেণ্ট লিমিটেডে গুৱাহাটীৰ প্ৰতিষ্ঠিত লতাশিল খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চাৰি দিনধৰি অনুষ্ঠিত হোৱা…

অসম সাহিত্য সভাৰ “নিজৰ দিনৰ’ অনুষ্ঠানত সম্বৰ্ধনা ‘

নৱবার্তা গুৱাহাটী,: অসম সাহিত্য সভাৰ “নিজৰ দিনৰ” অনুষ্ঠানত বুধবাৰে গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ ফালৰ পৰা চচল অঞ্চলৰ ছয় গৰাকী বিভিন্ন দিশত সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত জেষ্ঠব্যক্তি ক্ৰমে ৰোহিণী…

অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ

নৱবার্তা গুৱাহাটী : আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে “শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ” শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি কৰিছে। ১৬ এপ্ৰিলত…

Bingo! Tedhe Medhe ‘জমনিৰ আড্ডা’ৰ সৈতে দুগুণ কৰিছে বিহুৰ উচাহ

নৱবার্তা গুৱাহাটী: ITC Bingo! Tedhe Medhe ইয়াৰ জীৱন্ত আৰু সোৱাদযুক্ত অভিজ্ঞতামূলক অভিযান – জমনিৰ আড্ডাৰ সৈতে বিহুৰ আনন্দ আৰু আত্মা উদযাপন কৰিবলৈ সাজু হৈছে, যিয়ে গুৱাহাটীৰ মাজভাগত এক আমোদজনক ক্ষেত্ৰক…

বৃহত্তৰ বেলতলা ব’হাগী উৎসৱ, বনগাওঁৰ৪৭ সংখ্যক বাৰ্ষিক ৰঙালী উৎসৱ

গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াল লৈ একলাখ টকাৰ আৰ্থিক সাহাৰ্য নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ বৃহত্তৰ বেলতলা ব’হাগী উৎসৱ, বনগাওঁ উদ্যাপন সমিতিৰ উদ্যোগত ৯, ১০ আৰু ১১ মে’ত ৪৭ সংখ্যক ব’হাগী…

২০২৪-২৫ বিত্তীয় বৰ্ষত ৩২০ কোটি টকাতকৈয়ো অধিক ব্যৱসায়ৰ অভিলেখ পূৰবী ডেইৰীৰ

পাঞ্জাবাৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পই লাভ কৰিলে আই এছ অ’ ২২০০০ প্ৰমাণপত্ৰচাংসাৰীস্থিত পশুধন-খাদ্য প্ৰকল্পৰ আই এছ অ’ ৯০০১ প্ৰমাণপত্ৰ লাভ নৱবার্তা গুৱাহাটী : পূৰবী ডেইৰী নামেৰে জনপ্ৰিয় পশ্চিম অসম দুগ্ধ উৎপাদক…

লণ্ডনৰ নেহৰু চেণ্টাৰত মৃদুস্মিতা দাস বৰাৰ নেতৃত্বত সত্ৰীয়া নৃত্য প্ৰদৰ্শন

‘নৱবার্তা গুৱাহাটী : ভাৰতীয় উচ্চায়ুক্তৰ লণ্ডনস্থিত সাংস্কৃতিক শাখা নেহৰু চেণ্টাৰত ১১ এপ্ৰিলৰ দিনা সন্ধিয়া সত্ৰীয়া নৃত্যৰ এক মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সংগীত নাটক অকাডেমীৰ যুৱ পুৰস্কাৰ প্ৰাপক তথা আই…

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মহান প্ৰয়াসঃ পাঁচ হাজাৰ নামতিৰে গুৱাহাটী মহানগৰীত আয়োজন নাম-সমাৰোহ

_উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা_ নববার্তা গুৱাহাটী:: ঐতিহ্যমণ্ডিত কুমাৰপাৰাৰ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত অহা ইং ১৮ এপ্ৰিল ২০২৫ তাৰিখে…

বিশ্বশান্তিৰ বাবে গুৱাহাটীত মহাযজ্ঞ

এই মহাযজ্ঞই সমগ্ৰ বিশ্বলৈ শান্তি কঢ়িয়াই আনক- ৰাজ্যপাল- লক্ষ্মণ প্ৰসাদ আচৰ্য নৱবার্তা গুৱাহাটী: অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজ্যৰ প্ৰথম মহিলা কুমুদ দেৱী আচাৰ্যই পৰম পূজ্য অভিষেক ব্ৰহ্মচাৰীৰ নিৰ্দেশনাত…

ৰঙালীৰ নৱম সংস্কৰণৰ প্ৰস্তুতি তুংগতঃ সাংস্কৃতিক সমন্বয়, থলুৱা উদ্যমীতা আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত৪, ৫ আৰু ৬ এপ্ৰিলত আয়োজন কৰা হৈছে অসমৰ সৰ্ববৃহৎ সংগঠিত অনুষ্ঠান ৰঙালীৰ নৱম সংস্কৰণ। এই উপলক্ষে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত…