• Sat. Jan 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • Whispers! – When the Mind Hurts, the Body Screams শীৰ্ষক গ্ৰন্থ উন্মোচন

Whispers! – When the Mind Hurts, the Body Screams শীৰ্ষক গ্ৰন্থ উন্মোচন

‘ নৱবাৰ্তা গুৱাহাটী: তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ ডব্লিউ আই এছ ই -এ মনোবিজ্ঞানী-লেখিকা ডিম্পী দাসৰ প্ৰথম গ্ৰন্থ(Whispers! – When the Mind Hurts, the Body Screams ) বৃহস্পতিবাৰে গুৱাহাটীতউন্মোচন কৰে। বেষ্টছেলিং লেখিকা…

ছাত্ৰীৰ বাবে আজিম প্ৰেমজী ফাউণ্ডেচনৰ জলপানি ঘোষণা

দেশৰ ১৮ খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰী উপকৃত হ’বউত্তৰ-পূবৰ ৩০ হাজাৰ ছাত্ৰী উপকৃত হোৱাৰ সম্ভাৱনাদ্বিতীয় ৰাউণ্ডৰ আবেদন প্ৰক্ৰিয়া ১০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ খোলা থাকিব নৱবার্তা গুৱাহাটী::…

কিউপিডছ কেডেঞ্চ ২০২৬ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

নৱবার্তা গুৱাহাটী: জাছাৰেনা ইণ্ডিয়া প্রাইভেট লিমিটেডে এমবিএছ ইভেন্টৰ সহযোগত ১৪ ফেব্রুৱাৰীত শ্বিলঙতত আয়োজন কৰিব কিউপিডছ কেডেঞ্চ ২০২৬। যাক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম প্রিমিয়াম, প্রেমিক যুগলৰ ভেলেন্টাইনছ ডে’ লাইভ মিউজিক কনচার্ট হিচাপে পৰিচালিত…

গুৱাহাটীত প্ৰাক্ ভোগালী মেলা

নৱবার্তা গুৱাহাটী: ভোগালীবিহু পদূলি মুখত। সমাগত ভোগালী বিহুৰ সৈতে সংগতি ৰাখি মহানগৰীৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে প্ৰাক্ ভোগালী মেলা।মহানগৰীৰ ৰূপনগৰস্থিত নেডফি হাটত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাক্ ভোগালী মেলা।থলুৱা পৰম্পৰাগত…

তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশনৰ অধীনত ‘W.I.S.E’ লেখন মেন্টৰশ্বিপ প্ৰগ্ৰামৰ শুভাৰম্ভ

যুৱ প্ৰজন্মৰ লেখকক এখন মঞ্চ দিয়াৰ প্ৰয়াস নৱবার্তা গুৱাহাটী: তিনিখন বেষ্টছেলিং গ্ৰন্থৰ লেখিকা তাপশ্ৰী বৰুৱাই আগন্তুক লেখক-লেখিকাসকলক প্ৰকাশিয়ত লেখক হ’বলৈ পথ প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এক নতুন মেন্টৰশ্বিপ প্ৰগ্ৰাম আৰম্ভ কৰাৰ…

গুৱাহাটী প্ৰেছ ক্লাবত সামাজিক, সাংস্কৃতিক অনুষ্ঠান দেশ ভাৱনাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণ সভা

সাংবাদিকক সম্বৰ্ধনা নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতগভীৰ আবেগ, শ্ৰদ্ধা আৰু স্মৃতিচাৰণাৰ মাজেৰে প্ৰয়াত শিল্পী জুবিন গাৰ্গক…

গুৱাহাটী পৌৰ নিগমৰ সংবাদ মেল

বিগত বছৰৰ খতিয়ান দাঙি ধৰে সংবাদমেলত ২০২৬ চনত গুৱাহাটীৰ উন্নয়নৰ বাবে১৩২ কোটি টকাৰ কাম কৰিব গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ উন্নত বাট পথ নিৰ্মাণৰ নামত ২০২৬ চনত চৰকাৰে ২৪ কৌটি…

২০২৬ৰ ২২-২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৫ সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰ আৰু দ্বিতীয় ইষ্ট হিমালয়ান এগ্ৰি এক্সপ’

নৱবার্তা গুৱাহাটী:: ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়া ট্ৰেড প্ৰম’চন অৰ্গেনাইজেচন (আই টি পি অ’)য়ে আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৬ চনৰ ২২ ৰ পৰা ২৮ জানুৱাৰীলৈকে আয়োজন কৰিব ১৫…

উন্নত ডিজাইন, উন্নত প্ৰযুক্তি আৰু আৰামৰ আকৰ্ষণীয় সংযোজনৰ সৈতে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই মুকলি কৰিছে সম্পূৰ্ণ নতুন হেক্টৰ – মূল্য ১১.৯৯ লাখৰ পৰা আৰম্ভ

নৱবার্তা গুৱাহাটী,: আকৰ্ষণীয় ডিজাইন, অতুলনীয় আৰাম, অগ্ৰণী প্ৰযুক্তি আৰু এছ ইউ ভি ছেগমেণ্টত ডাইনামিক ড্ৰাইভিং অভিজ্ঞতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰি জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই আজি…

কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত স্পন্দনৰ বঁটা প্ৰদান অনুষ্ঠান

নৱবার্তা গুৱাহাটী:: অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত বছৰি আয়োজন কৰা হয় এলানি সাহিত্য প্ৰতিযোগিতা। ইয়াৰ লগতে অনুষ্ঠানটিয়ে প্ৰতি বছৰে সাহিত্য-সংস্কৃতিলৈ বিশেষ বৰঙনি আগবঢ়োৱা…